ETV Bharat / state

মেজিৰ জুইত "CAA"ৰ প্ৰতিলিপি দাহ কৰিলে কোঁচ ৰাজবংশীসকলে

author img

By

Published : Jan 16, 2020, 1:48 PM IST

হাতত বেনাৰ লৈ কোঁচ ৰাজবংশীসকলে "CAA" আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি "CAA" বাতিলৰ দাবী জনায় ৷ প্ৰতিবাদস্থলীত উপস্থিত থাকি আছু নেতা আইনুল হক চৌধুৰীয়েও "CAA" বাতিলৰ দাবী জনায় ৷

"CAA" ৰ প্ৰতিলিপি দাহ কোঁচ ৰাজবংশীসকলৰ
"CAA" ৰ প্ৰতিলিপি দাহ কোঁচ ৰাজবংশীসকলৰ

শিলচৰ, 16 জানুৱাৰীঃ ভোগালী বিহুৰ দিনা মেজিৰ জুইত "CAA" ৰ প্ৰতিলিপি দাহ কৰি সংবিধান বিৰোধী আইনখনৰ তীব্ৰ বিৰোধিতা কৰে সদৌ কাছাৰ কোঁচ ৰাজবংশী সন্মিলনীয়ে ৷ কাছাৰ জিলাৰ লাৰছিংপাৰ গাৱঁত আয়োজিত ভোগালী বিহু উৎসৱত কাছাৰৰ ভূমিপুত্ৰ কোঁচ ৰাজবংশীসকলে মেজিৰ জুইত জাতিধ্বংসী "CAA"ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাতত বেনাৰ লৈ কোঁচ ৰাজবংশীসকলে "CAA" আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি "CAA" বাতিলৰ দাবী জনায় ৷ প্ৰতিবাদস্থলীত উপস্থিত থাকি আছু নেতা আইনুল হক চৌধুৰীয়েও "CAA" বাতিলৰ দাবী জনায় ৷

"CAA" ৰ প্ৰতিলিপি দাহ কোঁচ ৰাজবংশীসকলৰ

আনহাতে, কাছাৰৰ কাটিগৰা সমষ্টিৰ চলিতাগ্ৰামৰ অসমীয়া লোকসকলেও মেজি জ্বলাই জাতীয় উৎসৱটি উলহ মালহেৰে পালন কৰে ৷ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া শক্তি নাশ কৰি সমাজত শান্তি স্থাপন কৰিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে ৷ শিলচৰতো অসম সাহিত্য সভা শিলচৰ শাখাৰ কাৰ্যালয় চৌহদত মেজি জ্বলাই ভোগালী বিহু পালন কৰে স্থানীয় লোকসকলে ৷

Intro:NEWS Silchar 16Jan- ভোগালী বিহুৰ দিনা মেজিৰ গুৰিত CAA দাহ কৰি সংবিধান বিৰোধী আইন খনৰ তীব্ৰ বিৰোধিতা কৰে সদৌ কাছাৰ কোঁচ ৰাজবংশী সন্মিলনীয়ে ৷Body:NEWS Silchar 16Jan- ভোগালী বিহুৰ দিনা মেজিৰ গুৰিত CAA দাহ কৰি সংবিধান বিৰোধী আইন খনৰ তীব্ৰ বিৰোধিতা কৰে সদৌ কাছাৰ কোঁচ ৰাজবংশী সন্মিলনীয়ে ৷ কাছাৰ জিলাৰ লাৰছিংপাৰ গাৱঁত আয়োজিত ভোগালী বিহু উৎসৱত কাছাৰৰ ভুমিপুত্ৰ কোঁচ ৰাজবংশী সকলে মেজিৰ গুৰিত জাতিধংসী CAA ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱস্ত কৰে ৷ হাতত বেনাৰ ফেষ্টুন লৈ কোঁচ ৰাজবংশী সকলে CAA আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি CAA বাতিলৰ দাবী জনায় ৷
Byte- 1,2
অনুষ্ঠানত আছু নেতা আইনুল হক চৌধুৰীয়েও CAA বাতিলৰ দাবী জনায় ৷ byte- 3
ইফালে, কাছাৰৰ কাটিগৰা সমষ্টিৰ চলিতাগ্ৰামৰ অসমীয়া লোক সকলেও মেজি জ্বলাই জাতীয় উৎসৱটি উলহ মালহেৰে পালন কৰে ৷ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া শক্তি নাশ কৰি সমাজত শান্তি স্হাপন কৰিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে ৷ byte-4
অনুৰুপ ভাবে শিলচৰত চাকৰি সূত্ৰে বসবাস কৰা অসমীয়া লোক সকলে অসম সাহিত্য সভা শিলচৰ শাখাৰ কাৰ্যলয় চৌহদত মেজি জ্বলাই ভোগালী বিহু পালন কৰে ৷Conclusion:NEWS Silchar 16Jan- ভোগালী বিহুৰ দিনা মেজিৰ গুৰিত CAA দাহ কৰি সংবিধান বিৰোধী আইন খনৰ তীব্ৰ বিৰোধিতা কৰে সদৌ কাছাৰ কোঁচ ৰাজবংশী সন্মিলনীয়ে ৷ কাছাৰ জিলাৰ লাৰছিংপাৰ গাৱঁত আয়োজিত ভোগালী বিহু উৎসৱত কাছাৰৰ ভুমিপুত্ৰ কোঁচ ৰাজবংশী সকলে মেজিৰ গুৰিত জাতিধংসী CAA ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱস্ত কৰে ৷ হাতত বেনাৰ ফেষ্টুন লৈ কোঁচ ৰাজবংশী সকলে CAA আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি CAA বাতিলৰ দাবী জনায় ৷
Byte- 1,2
অনুষ্ঠানত আছু নেতা আইনুল হক চৌধুৰীয়েও CAA বাতিলৰ দাবী জনায় ৷ byte- 3
ইফালে, কাছাৰৰ কাটিগৰা সমষ্টিৰ চলিতাগ্ৰামৰ অসমীয়া লোক সকলেও মেজি জ্বলাই জাতীয় উৎসৱটি উলহ মালহেৰে পালন কৰে ৷ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া শক্তি নাশ কৰি সমাজত শান্তি স্হাপন কৰিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে ৷ byte-4
অনুৰুপ ভাবে শিলচৰত চাকৰি সূত্ৰে বসবাস কৰা অসমীয়া লোক সকলে অসম সাহিত্য সভা শিলচৰ শাখাৰ কাৰ্যলয় চৌহদত মেজি জ্বলাই ভোগালী বিহু পালন কৰে ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.