ETV Bharat / state

শ্বিলঙত ভয়ংকৰ দুৰ্ঘটনাত পতিত বিএচএফ'ৰ বাহন

author img

By

Published : Oct 30, 2019, 11:34 PM IST

বৰাক উপত্যকালৈ গৈ থকা বিএচএফ'ৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ তলত পৰি যায় ৷ ফলত ঘটনাস্থলীত মৃত্যু হয় এজনৰ ।

দুৰ্ঘটনাগ্ৰস্থ বিএচএফ'ৰ বাহন

শিলচৰ,30 অক্টোবৰ: শিলচৰ শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ৰ কেলেৰিয়াট মন্ডিয়াটিত দুৰ্ঘটনাত পতিত বিএচএফ'ৰ বাহন ৷ বৰাক উপত্যকালৈ গৈ থকা বিএচএফ'ৰ বাহনখন নিয়ন্ত্ৰণ হেৰোৱাই পাহাৰৰ তলত পৰি যোৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ ফলত ঘটনাস্থলীত মৃত্যু হয় এজনৰ ।

BSF'S VEHICAL FALLS INTO GORGE
দুৰ্ঘটনাগ্ৰস্থ বিএচএফ'ৰ বাহন
জানিব পৰা মতে বিএচএফৰ ২০ জনীয়া এটা দল AS 05 2034 নম্বৰৰ এখন বাছত গুৱাহাটীৰ পৰা বৰাক অভিমুখে গৈ থকা অৱস্থাত হঠাৎ নিয়ন্ত্ৰণ হেৰাই পাহাৰৰ তলত পৰি যায় ৷ ফলত ঘটনাস্থলীতে বাছখনৰ হেণ্ডিমেন জগত গগৈ নামৰ যুৱক জনৰ মৃত্যু হোৱাৰ লগতে বহু কেইজন বিএছএফ জোৱান আহত হয় ৷ গুৰুতৰভাবে আহত হৈ মৃত্যুৰে যুঁজি আছে বাছখনৰ চালক প্ৰাঞ্জল শইকীয়া আৰু সহচালক বাবা গগৈয়ে ৷ তেওঁলোকক ইতিমধ্যে কেলেৰিয়াট Community Health Centre (CHC)ৰ পৰা শিলং NEIGRIHMS লৈ প্ৰৰেণ কৰা হৈছে ৷

Intro:Accident BREAKING

শিলচৰ শিলঙ ৰাষ্ট্ৰীয় ঘাইপথৰ
মেঘালয়ৰ কেলেৰিয়াট মন্ডিয়াটি বুলি এটা ঠাইত বৰাক উপত্যকাত আহি থকা বিএসএফ'ৰ এখন বাহন নিয়ন্ত্ৰণ হেৰোৱাই পাহাৰৰ তলত পড়ি যোৱাৰ ফলত ঘটনাস্থলীত মৃত্যু হৈছে এজনৰ।
জানিব পৰা মতে বিএসএফ ৰ ২০ জনীয়া এটা দল AS 05 2034 নম্বৰৰ এটা অভিগ্ৰহণ কৰা বাছত চাপি গুয়াহাটিৰ পৰা বৰাক উপত্যকা আহাৰ সময়ত বাছ খন হঠাৎ নিয়ন্ত্ৰণ হেৰাই পাহাৰৰ তলত পৰি যায় ৷ ফলত ঘটনাস্থলীত অভিগ্ৰহণ কৰা বাছ খনৰ হেন্ডিমেন জগথ গগৈ নামৰ যুবক জনৰ মৃত্যু হয় ৷ আৰু লগতে বহু বিএছএফ ৰ জোৱান আহত হয় ৷ তাৰ মাজত গুৰুতৰ বাবে আহত হৈ মৃত্যুৰ লগত যুজিছে অভিগ্ৰহণ কৰা বাছ খনৰ চালক প্ৰাঞ্জল শইকীয়া আৰু সহচালক বাবা গগৈ ৷ তেওঁ লোকক এতিয়া কেলেৰিয়াট Community Health Centre (CHC) পৰা শিলং নিগ্ৰিমসত প্ৰৰেণ কৰা হৈছে ৷Body:Accident BREAKING

শিলচৰ শিলঙ ৰাষ্ট্ৰীয় ঘাইপথৰ
মেঘালয়ৰ কেলেৰিয়াট মন্ডিয়াটি বুলি এটা ঠাইত বৰাক উপত্যকাত আহি থকা বিএসএফ'ৰ এখন বাহন নিয়ন্ত্ৰণ হেৰোৱাই পাহাৰৰ তলত পড়ি যোৱাৰ ফলত ঘটনাস্থলীত মৃত্যু হৈছে এজনৰ।
জানিব পৰা মতে বিএসএফ ৰ ২০ জনীয়া এটা দল AS 05 2034 নম্বৰৰ এটা অভিগ্ৰহণ কৰা বাছত চাপি গুয়াহাটিৰ পৰা বৰাক উপত্যকা আহাৰ সময়ত বাছ খন হঠাৎ নিয়ন্ত্ৰণ হেৰাই পাহাৰৰ তলত পৰি যায় ৷ ফলত ঘটনাস্থলীত অভিগ্ৰহণ কৰা বাছ খনৰ হেন্ডিমেন জগথ গগৈ নামৰ যুবক জনৰ মৃত্যু হয় ৷ আৰু লগতে বহু বিএছএফ ৰ জোৱান আহত হয় ৷ তাৰ মাজত গুৰুতৰ বাবে আহত হৈ মৃত্যুৰ লগত যুজিছে অভিগ্ৰহণ কৰা বাছ খনৰ চালক প্ৰাঞ্জল শইকীয়া আৰু সহচালক বাবা গগৈ ৷ তেওঁ লোকক এতিয়া কেলেৰিয়াট Community Health Centre (CHC) পৰা শিলং নিগ্ৰিমসত প্ৰৰেণ কৰা হৈছে ৷Conclusion:Accident BREAKING

শিলচৰ শিলঙ ৰাষ্ট্ৰীয় ঘাইপথৰ
মেঘালয়ৰ কেলেৰিয়াট মন্ডিয়াটি বুলি এটা ঠাইত বৰাক উপত্যকাত আহি থকা বিএসএফ'ৰ এখন বাহন নিয়ন্ত্ৰণ হেৰোৱাই পাহাৰৰ তলত পড়ি যোৱাৰ ফলত ঘটনাস্থলীত মৃত্যু হৈছে এজনৰ।
জানিব পৰা মতে বিএসএফ ৰ ২০ জনীয়া এটা দল AS 05 2034 নম্বৰৰ এটা অভিগ্ৰহণ কৰা বাছত চাপি গুয়াহাটিৰ পৰা বৰাক উপত্যকা আহাৰ সময়ত বাছ খন হঠাৎ নিয়ন্ত্ৰণ হেৰাই পাহাৰৰ তলত পৰি যায় ৷ ফলত ঘটনাস্থলীত অভিগ্ৰহণ কৰা বাছ খনৰ হেন্ডিমেন জগথ গগৈ নামৰ যুবক জনৰ মৃত্যু হয় ৷ আৰু লগতে বহু বিএছএফ ৰ জোৱান আহত হয় ৷ তাৰ মাজত গুৰুতৰ বাবে আহত হৈ মৃত্যুৰ লগত যুজিছে অভিগ্ৰহণ কৰা বাছ খনৰ চালক প্ৰাঞ্জল শইকীয়া আৰু সহচালক বাবা গগৈ ৷ তেওঁ লোকক এতিয়া কেলেৰিয়াট Community Health Centre (CHC) পৰা শিলং নিগ্ৰিমসত প্ৰৰেণ কৰা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.