ETV Bharat / state

ডিমা হাছাওত বিজেপিৰ জন সম্পৰ্ক অভিযান আৰম্ভ - বিজেপি

উমৰাংচুত এচিএছ প্ৰশিক্ষণ কেন্দ্ৰ নিৰ্মাণৰ লগত 36 কোটি টকা ব্যয় কৰি উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ স্কিল ডেভেলপমেণ্ট কেন্দ্ৰৰ নিৰ্মাণৰ কাম চলি আছে ।

bjp started public relation rally in dima hasao
ডিমা হাছাওত বিজেপিৰ জন সম্পৰ্ক অভিযান আৰম্ভ
author img

By

Published : Jun 16, 2020, 5:16 PM IST

ডিমা হাছাও, 16 জুন : ডিমা হাছাও জিলাত বিজেপিৰ জন সম্পৰ্ক অভিযান আৰম্ভ । মঙলবাৰে এই জন সম্পৰ্ক অভিযান সন্দৰ্ভত হাফলং বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা হয় এখন সাংবাদমেলৰ ৷ সংবাদমেলখন সম্বোধন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাই ৷ দেৱলাল গাৰ্লচাই ডিমা হাছাও জিলাৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ কথা সদৰী কৰে সংবাদ মাধ্যমৰ আগত ।

ডিমা হাছাওত বিজেপিৰ জন সম্পৰ্ক অভিযান আৰম্ভ

সংবাদ মেলত দেৱলাল গাৰ্লচাই কয় যে,কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সহযোগত ডিমা হাছাও জিলাত ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি শিক্ষা স্বাস্থ্য পানী যোগানৰ আঁচনিৰ কাম চলি আছে । উমৰাংচুত এচিএছ প্ৰশিক্ষণ কেন্দ্ৰ নিৰ্মাণৰ লগত 36 কোটি টকা ব্যয় কৰি উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ স্কিল ডেভেলপমেণ্ট কেন্দ্ৰৰ নিৰ্মাণৰ কাম চলি আছে ।

ইয়াৰ উপৰি সংবাদমেলত মান্দৰদিছাত এখন ব্যম্বু ইডাষ্ট্ৰিয়াল পার্ক নিৰ্মাণ কৰাৰ বাবে ড'নাৰ মন্ত্ৰালয়ে 50 কোটি টকাৰ অনুমোদন দিয়াৰ কথা উল্লেখ কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ তেওঁ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ মাধ্যমিক বিদ্যালয় আৰু কলেজত ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তিৰ বাবে আসন বঢ়োৱাৰ বাবে চেষ্টা চলোৱাৰ কথাও সদৰি কৰে ৷

লগতে পঢ়ক: 'ৰাজীৱ গান্ধী খেল ৰত্ন'ৰ বাবে হিমা দাস আৰু 'অৰ্জুন বঁটা'ৰ বাবে মনোনীত লাভলীনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.