শিলচৰ,28 ছেপ্তেম্বৰ: সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰাজনৈতিক দলে অব্যাহত ৰাখিছে সদস্যভৰ্তি অভিযান ৷ কেন্দ্ৰ-ৰাজ্যত শাসনাধিষ্ঠ বিজেপি দলৰ দ্বাৰা প্ৰভাৱিত হৈ কাছাৰৰ বৰখলা সমষ্টিৰ অন্তৰ্গত বদৰপুৰৰ মাছিমপুৰ গাঁও পঞ্চায়তৰ অধীনত প্ৰায় 30 গৰাকী সংখ্যালঘু মহিলাই দেওবাৰে ভাৰতীয় জনতা পার্টিত যোগদান কৰে ৷ উক্ত সদস্যভৰ্তি অনুষ্ঠানত উপস্থিত আছিল বৰখলাৰ বিধায়ক কিশোৰ নাথ ৷ শিলচৰৰ ইএনডি কলনীস্থিত বিধায়কগৰাকীৰ বাসভৱনত সম্পূৰ্ণৰূপে ক'ভিড প্ৰট’কল মানি অনুষ্ঠিত সভাত দলটোত যোগদান কৰে মহিলাসকলে ৷
সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাৰ বিজেপিত যোগদান
সমাগত অসম বিধানসভা নিৰ্বাচন ৷ সেয়ে প্ৰতিটো ৰাজনৈতিক দলে অব্যাহত ৰাখিছে সদস্যভৰ্তি অভিযান ৷ বদৰপুৰৰ মাছিমপুৰ গাঁও পঞ্চায়তৰ অধীনত প্ৰায় 30 গৰাকী সংখ্যালঘু মহিলাই দেওবাৰে ভাৰতীয় জনতা পার্টিত যোগদান কৰে ৷