ETV Bharat / state

Barmese supari seized: কাছাৰৰ দিগৰখালত জব্দ বাৰ্মিজ চুপাৰী

author img

By

Published : Oct 27, 2022, 1:31 PM IST

কাছাৰত বাৰ্মিজ চুপাৰি ভৰ্তি বাহনৰ সৈতে আটক দুই সৰবৰাহকাৰী ৷ দিগৰখালত আৰক্ষীয়ে জব্দ কৰে বাৰ্মিজ চুপাৰি ভৰ্তি বাহনখন ৷ আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়তে জব্দ চুপাৰিখিনি (Barmese supari seized in Cachar) ৷

Barmese supari seized in Cachar
কাছাৰৰ দিগৰখালত জব্দ বাৰ্মিজ চুপাৰী
  • কাছাৰত বাৰ্মিজ চুপাৰি ভৰ্তি বাহনৰ লগতে আটক দুই সৰবৰাহকাৰী
  • দিগৰখালত আৰক্ষীয়ে জব্দ কৰে বাৰ্মিজ চুপাৰি ভৰ্তি বাহনখন
  • আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত জব্দ চুপাৰিখিনি(Barmese supari seized in Cachar)
  • মিজোৰামৰ পৰা গোপনে কাছাৰ হৈ বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ সময়তে জব্দ বাহনখন
  • আটকাধীন দুই সৰবৰাহকাৰী চিৰাং জিলাৰ বুলি জানিব পৰা গৈছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.