ETV Bharat / state

ৰেল আৰক্ষীৰ বিৰুদ্ধে অশালীন আচৰণৰ অভিযোগ মহিলাৰ

এইবাৰ ৰেল সুৰক্ষাকৰ্মীৰ অভব্য আচৰণৰ বলি হৈছে শিলচৰৰ সাংস্কৃতিক কর্মী শ্বেতা ৰায়। কলিকতাৰ পৰা শিলচৰলৈ যোৱাৰ পথত ৰেল সুৰক্ষাকৰ্মীৰ অশালীন আচৰণৰ সন্মুখীন হয় এগৰাকী মহিলা

ৰেল আৰক্ষীৰ বিৰুদ্ধে অশালীন আচৰণৰ অভিযোগ মহিলাৰ
author img

By

Published : Jun 26, 2019, 1:12 PM IST

Updated : Jun 26, 2019, 1:36 PM IST

শিলচৰ,২৬ জুন: ৰাজ্যত পুনৰ সংঘটিত হৈছে ৰে'লত মহিলাৰ ওপৰত অশালীন আচৰণৰ ঘটনা। কিন্তু এইবাৰ যাত্ৰীয়ে নহয়,স্বয়ং ৰেল আৰক্ষীৰ হাতত শ্লীলতা হানি হ'ল এগৰাকী মহিলাৰ। শিলচৰৰ সাংস্কৃতিক কর্মী শ্বেতা ৰায়ে ৰেলেৰে যাত্ৰা কৰোতে ৰেল সুৰক্ষা কৰ্মীৰ অভব্য আচৰণৰ বলি হ'ব লগা হয় । কলিকতাৰ পৰা শিলচৰলৈ আহি থাকোতে কামাখ্যা জংচনত এগৰাকী সুৰক্ষাকৰ্মীয়ে অশালীন ব্যৱহাৰ কৰাত হতভম্ব হৈ পৰে উপস্থিত ৰাইজ ।

ৰেল আৰক্ষীৰ বিৰুদ্ধে অশালীন আচৰণৰ অভিযোগ মহিলাৰ

ইতিমধ্যে,দোষীক উপযুক্ত শাস্তিৰ দাবীত বৰাকৰ বহুকেইটা সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। মহিলা মিলন সেৱাৰ সম্পাদক সহেলী দেৱ, বিৰাট হিন্দুস্থান সংগম সংগঠনৰ কাছাৰ জিলা সভাপতি বিশ্বজিৎ দাসৰ লগতে বহুলোকে ঘটনাৰ নিন্দা কৰাৰ লগতে অনতিপলমে মহিলাক সুৰক্ষা প্ৰদান কৰিবলৈ ৰেলবিভাগক আহ্বান জনায় । অন্যথা তীব্ৰ আন্দোলনত নমাৰ হুংকাৰ দিয়ে সংগঠনৰ সদস্যসকলে।

News Silchar
আকৌ ৰেলত মহিলাৰ শ্লীলতাহানী

অসমত আকৌ ঘটিল ৰেলত মহিলাৰ শ্লীলতাহানীৰ ঘটনা। এইবাৰ  আন কোন যাত্ৰী নহয়, আজব কাণ্ড কৰিলে স্বয়ং ৰেল পুলিচএ। ৰেলৰ  মহিলা সুৰক্ষা লৈ আকৌ প্রশ্নচিহ্নৰ মুখত চৰকাৰ। শিলচৰৰ এজন সংস্কৃতি কৰ্মী মহিলা ৰেলযাত্রী অভব্য আচৰণৰ শিকাৰ হল খোদ ৰেল সুৰক্ষাকর্মীৰ। শিলচৰৰ সাংস্কৃতিক কর্মী শ্বেতা ৰায় যেতিয়া কলিকাতাৰ পৰা ৰেলে শিলচৰ আহি আছিল  তেখেতৰ লগত সোমবাৰ কামাখ্যা জংশনত এজন ৰেলওৱে পুলিচ কনস্টেবলৰ অশালীন আচৰণ সকলকে স্তম্ভিত কৰি তোলে। পিছত শিলচৰ আহি তেওঁ  আন সকলক বিষয়টো জনালে সকলো হতভম্ব হৈ পড়ে। মহিলা ৰেল যাত্রীৰ শ্লীতাহানিৰ তীব্র নিন্দা আৰু  দোষীৰ উপযুক্ত শাস্তিৰ দাবি জনাই সৰব হল বৰাকৰ কেইটামান সংস্থা ও সংগঠন। মহিলা মিলন সেবাৰ সম্পাদক সহেলী দেব সহ আন কেইজন দ্ৰুত ব্যৱস্থাৰ দাবী কৰিছে । বাইট-----

 আনপিনে , বিৰাট হিন্দুস্থান সঙ্গম সংগঠনৰ কাছাৰ জিলা সভাপতি বিশ্বজিৎ দাস ঘটনাৰ নিন্দা জনাই অনতিপলমে মহিলা সুৰক্ষা দিবলৈ ব্যর্থ ৰেলবিভাগৰ জবাবদিহি  দাবি কৰে। নহলে সংগঠন আন্দোলনত নামিব লৈ পিঁছ পা ন'হব বুলি জনাইছে । বাইট----
Footage ftp 
Slug Silchar Rail
Last Updated : Jun 26, 2019, 1:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.