ETV Bharat / state

ৰাজ্যৰ কাগজ কলৰ লেখীয়া পৰিস্থিতি অসম বিশ্ববিদ্যালয়ত - Assam University

শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ পৰিৱেশ ৰাজ্যত শেহতীয়াকৈ বন্ধ হোৱা কাগজ কলৰ দৰে হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে । বিশ্ববিদ্যালয়ৰ আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলে বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিভাগৰ সকলো বিষয়াৰ কক্ষত তলা ওলোমাই কাম-কাজ স্তব্ধ কৰি ৰাখিছে ।

শিলচৰ
শিলচৰ
author img

By

Published : Jan 17, 2020, 11:37 PM IST

শিলচৰ,17 জানুৱাৰীঃ শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ পৰিৱেশ ৰাজ্যত শেহতীয়াকৈ বন্ধ হোৱা কাগজ কলৰ দৰে হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে । বিশ্ববিদ্যালয়ৰ আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলে বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিভাগৰ সকলো বিষয়াৰ কক্ষত তলা ওলোমাই কাম-কাজসমূহ স্তব্ধ কৰি ৰাখিছে । বিশ্ববিদ্যালয়ৰ পৰীক্ষা,নিয়মীয়া পাঠদান আৰু আন বিভাগীয় কাম-কাজ স্বাভাৱিকভাৱে চলি আছে যদিও প্ৰশাসনিক ভৱনৰ সকলো কাম শুকুৰবাৰ পৰ্যন্ত বন্ধ হৈ আছে । উপাচাৰ্য,সহ-উপাচাৰ্য,পঞ্জীয়ক,সহ-পঞ্জীয়ক,পৰীক্ষা নিয়ন্ত্ৰককে ধৰি সকলো বিষয়াৰ কক্ষ সম্প্ৰতি বন্ধ হৈ আছে ।

শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ পৰিৱেশ

অসম বিশ্ববিদ্যালয় সুৰক্ষা সমিতিৰ সভাপতি স্বপন পালে অনতিপলমে আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলৰ লগত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ যুটীয়া বৈঠক আহ্বান কৰি সকলো সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ৷ পালে কয়,এই অৱস্থা অপৰিৱৰ্তিত থাকিলে বিশ্ববিদ্যালয়খন কাগজ কলৰ নিচিনাকৈ বন্ধ হৈ পৰিব।

লগতে চাওকঃ2020 বৰ্ষৰ শিল্পী বঁটা গোপীকান্ত সিনহা আৰু অপূৰ্ব বেজবৰুৱাক প্ৰদান

Intro:NEWS Silchar 17Jan.......Assam University on HPC path

শিলচৰৰ আসাম বিশ্ববিদ্যালয় ৰাজ্যৰ দুটা বন্ধ কাগজ কলৰ পথত অগ্ৰসৰ হৈছে বুলি আশংকা প্ৰকাশ কৰা হৈছে।Body:NEWS Silchar 17Jan.......Assam University on HPC path

শিলচৰৰ আসাম বিশ্ববিদ্যালয় ৰাজ্যৰ দুটা বন্ধ কাগজ কলৰ পথত অগ্ৰসৰ হৈছে বুলি আশংকা প্ৰকাশ কৰা হৈছে। বিশ্ববিদ্যালয়ৰ আন্দোলনকাৰী ছাত্ৰ ছাত্ৰী আৰু গবেষক সকলে আকৌ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিভাগৰ সকলো বিষয়াৰ কক্ষত তলা ওলমাই বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক কামকাজ স্তব্ধ কৰি ৰাখিছে। বিশ্ববিদ্যালয়ৰ পৰীক্ষা, নিয়মীয়া ক্লাছ আৰু আন বিভাগীয় কাজকৰ্ম স্বাভাৱিক ভাৱে চলিছে যদিও প্ৰশাসনিক ভবনৰ সকলো কাম বন্ধ হৈ আছে। উপাচাৰ্য্য, সহ-উপাচাৰ্য্য, পঞ্জীয়ক, সহ-পঞ্জীয়ক, পৰীক্ষা নিয়ন্ত্ৰক আদিকে ধৰি সকলো বিষয়াৰ কক্ষত কেইবা দিন ধৰি তলা ঝুলি আছে। আসাম বিশ্ববিদ্যালয় সুৰক্ষা সমিতিৰ সভাপতি স্বপন পাল অনতিপলমে আন্দোলনকাৰী ছাত্ৰ ছাত্ৰী আৰু গবেষক সকলৰ লগত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, পঞ্জীয়ক আৰু আন প্ৰশাসনিক বিষয়া সকলৰ যৌথ বৈঠক মাতি সকলো সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ কৈছে। তেওঁ কয়, এনে অবস্থা চলি থাকিলে বিশ্ববিদ্যালয় কাগজ কলৰ নিচিনা বন্ধ হৈ পৰিব। ----- বাইটConclusion:NEWS Silchar 17Jan.......Assam University on HPC path

শিলচৰৰ আসাম বিশ্ববিদ্যালয় ৰাজ্যৰ দুটা বন্ধ কাগজ কলৰ পথত অগ্ৰসৰ হৈছে বুলি আশংকা প্ৰকাশ কৰা হৈছে। বিশ্ববিদ্যালয়ৰ আন্দোলনকাৰী ছাত্ৰ ছাত্ৰী আৰু গবেষক সকলে আকৌ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিভাগৰ সকলো বিষয়াৰ কক্ষত তলা ওলমাই বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক কামকাজ স্তব্ধ কৰি ৰাখিছে। বিশ্ববিদ্যালয়ৰ পৰীক্ষা, নিয়মীয়া ক্লাছ আৰু আন বিভাগীয় কাজকৰ্ম স্বাভাৱিক ভাৱে চলিছে যদিও প্ৰশাসনিক ভবনৰ সকলো কাম বন্ধ হৈ আছে। উপাচাৰ্য্য, সহ-উপাচাৰ্য্য, পঞ্জীয়ক, সহ-পঞ্জীয়ক, পৰীক্ষা নিয়ন্ত্ৰক আদিকে ধৰি সকলো বিষয়াৰ কক্ষত কেইবা দিন ধৰি তলা ঝুলি আছে। আসাম বিশ্ববিদ্যালয় সুৰক্ষা সমিতিৰ সভাপতি স্বপন পাল অনতিপলমে আন্দোলনকাৰী ছাত্ৰ ছাত্ৰী আৰু গবেষক সকলৰ লগত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, পঞ্জীয়ক আৰু আন প্ৰশাসনিক বিষয়া সকলৰ যৌথ বৈঠক মাতি সকলো সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ কৈছে। তেওঁ কয়, এনে অবস্থা চলি থাকিলে বিশ্ববিদ্যালয় কাগজ কলৰ নিচিনা বন্ধ হৈ পৰিব। ----- বাইট
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.