ETV Bharat / state

শিলচৰ পথ দুৰ্ঘটনাত নিহত যুৱতীৰ গৃহত উপস্থিত সুস্মিতা দেৱ - শিলচৰত শোকাৱহ পথ দুৰ্ঘটনা

সোমবাৰে কাছাৰৰ শিলচৰত সংঘটিত হৈছিল শোকাৱহ পথ দুৰ্ঘটনা ৷ বীৰবল বজাৰত এখন দ্ৰুত গতিত অহা ট্ৰাকৰ খুন্দাত নিহত হোৱা যুৱতী 2 গৰাকীৰ ঘৰত বৃহস্পতিবাৰে উপস্থিত হয় শিলচৰৰ প্ৰাক্তন সাংসদ আৰু সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱ ৷

শিলচৰ পথ দুৰ্ঘটনাত নিহত যুৱতীৰ গৃহত উপস্থিত সুস্মিতা দেৱ
author img

By

Published : Nov 7, 2019, 2:42 PM IST

শিলচৰ, 7 নৱেম্বৰঃ কালীপূজাৰ পিছদিনা সন্ধিয়া শিলচৰৰ মেহেৰপুৰ বীৰবল বজাৰত এখন দ্ৰুত গতিত অহা ট্ৰাকৰ খুন্দাত নিহত হোৱা যুৱতী 2 গৰাকীৰ ঘৰত উপস্থিত হ'ল শিলচৰৰ প্ৰাক্তন সাংসদ আৰু সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ সভানেত্ৰী সুস্মিতা দেৱ ৷ মৃত যুৱতীদ্বয় ক্ৰমে সোনালী দাস আৰু পম্পী দে'ৰ ঘৰত উপস্থিত হৈ তেওঁলোকৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰে সুস্মিতা দেৱে ৷ লগতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰাক্তন সাংসদগৰাকীয়ে এই দুৰ্ঘটনাৰ সৈতে ৰাজনীতি কৰা উচিত নহয় বুলি মন্তব্য কৰে ৷

শিলচৰ পথ দুৰ্ঘটনাত নিহত যুৱতীৰ গৃহত উপস্থিত সুস্মিতা দেৱ

লগতে পঢ়কঃশিলচৰ দুৰ্ঘটনাত নিহত দুই যুৱতীৰ ঘৰত সাংসদ ড. ৰাজদীপ ৰায়

উল্লেখ্য যে, সোমবাৰে কাছাৰৰ শিলচৰত সংঘটিত হৈছিল শোকাৱহ পথ দুৰ্ঘটনাটো ৷ মিজোৰামৰ পৰা অসম অভিমুখী এখন তীব্ৰ বেগী ট্ৰাকে প্ৰথমে সোনাইত দুৰ্ঘটনা সংঘটিত কৰে ৷ তাৰ পাচতেই ট্ৰাকখনে শিলচৰৰ ৰাঙিৰখাড়িত প্ৰৱেশ কৰে ৷ ট্ৰাকখনে মেহেৰপুৰৰ বীৰবল বজাৰত কালীপূজাৰ বিসৰ্জনৰ বাবে যোৱা ভক্তপ্ৰাণ ৰাইজক খুন্দিয়াই ৷ এই দুৰ্ঘটনাত দুগৰাকী কিশোৰী নিহত হোৱাৰ বিপৰীতে 16 জন আহত হয় ৷ ইয়াৰ পাচতেই উত্তজিত ৰাইজে জ্বলাই দিছিল ট্ৰাকখন ৷ পাচত আৰক্ষীয়ে আটক কৰিছিল ট্ৰাকখনৰ চালকক ৷

Intro:ট্ৰাকৰ খুন্দাত নিহত পম্পী দে আৰু সোনালী দাসৰ ঘৰত সুস্মিতা

Body:ট্ৰাকৰ খুন্দাত নিহত পম্পী দে আৰু সোনালী দাসৰ ঘৰত সুস্মিতা

যোৱা কালীপূজাৰ পিছদিনা সন্ধিয়া শিলচৰ চহৰৰ মেহেৰপুৰ বীৰবল বজাৰত পোস্ত বাহী এখন দ্ৰুত গতিত অহা ট্ৰাকৰ খুন্দাত নিহত দুগৰাকী ছোৱালী সোনালী দাস আৰু পম্পী দে'ৰ ঘৰত গৈ তেওঁ লোকৰ পৰিয়ালৰ লগত দেখা কৰি শান্তনা প্ৰদান কৰে শিলচৰৰ প্ৰাক্তন সাংসদ আৰু সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ অভিনেত্ৰী সুস্মিতা দেবে।তেওঁ দুটা পৰিয়ালৰ পিতৃ মাতৃৰ লগত কথা পাতি তেওঁ লোকৰ দুঃখৰ কথা শুনে। পিছত তেওঁ কয়, দুজন ছোৱালীৰ শেষকৃত্যৰ আগতে তেওঁ পৰিয়ালৰ লোকক মৃতদেহ চাবলৈ আৰু হিন্দু মতে তুলসী গছৰ তলত লৈ যাবলৈ আৰু ধূপধূনা জ্বলাবলৈ দিয়া নাই বুলি অভিযোগ কৰা হৈছে। --- বাইট
তেওঁ পিছত এই মৃত্যু লৈ শাসকীয় বিজেপি দলৰ নেতা সকলে ৰাজনীতি কৰি আছে বুলি মন্তব্য কৰিছে। --- বাইটConclusion:
তেওঁ পিছত এই মৃত্যু লৈ শাসকীয় বিজেপি দলৰ নেতা সকলে ৰাজনীতি কৰি আছে বুলি মন্তব্য কৰিছে। --- বাইট
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.