- শিলচৰত হাস্পতালৰ কৰ্মচাৰীৰ আত্মহত্যা
- আত্মহত্যা কৰা কৰ্মচাৰী জনৰ নাম ৰনধীৰ পাল
- নিজ বাস গৃহত চীপ লৈ আত্মহত্যা কৰে কৰ্মী জনে
- ৰনধীৰ SMCH ৰ ব্লাডবেংকৰ ঠিকাভিত্তিক চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আছিল
- আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে SMCH লৈ প্ৰেৰণ কৰে
- ৰনধীৰৰ বিৰুদ্ধে আছিল SMCH ৰ ব্লাডবেংকত সংঘটিত কেলেংকাৰীৰ অভিযোগ
- পূৰ্বেই বিষপান কৰি আত্মহত্যা চেষ্টা চলাইছিল ৰনধীৰে
শিলচৰত হাস্পতালৰ কৰ্মচাৰীৰ আত্মহত্যা - কৰ্মচাৰী
কাঠালৰোডৰ নিজ বাস গৃহত চীপ লৈ আত্মহত্যা কৰে কৰ্মীজনে ৷ কৰ্মচাৰী জনৰ নাম ৰনধীৰ পাল ৷ ৰনধীৰ SMCH ৰ ব্লাডবেংকৰ ঠিকাভিত্তিক চতুৰ্থ শ্ৰেণীৰ কৰ্মী ৷
শিলচৰত হাস্পতালৰ কৰ্মচাৰীৰ আত্মহত্যা
- শিলচৰত হাস্পতালৰ কৰ্মচাৰীৰ আত্মহত্যা
- আত্মহত্যা কৰা কৰ্মচাৰী জনৰ নাম ৰনধীৰ পাল
- নিজ বাস গৃহত চীপ লৈ আত্মহত্যা কৰে কৰ্মী জনে
- ৰনধীৰ SMCH ৰ ব্লাডবেংকৰ ঠিকাভিত্তিক চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আছিল
- আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে SMCH লৈ প্ৰেৰণ কৰে
- ৰনধীৰৰ বিৰুদ্ধে আছিল SMCH ৰ ব্লাডবেংকত সংঘটিত কেলেংকাৰীৰ অভিযোগ
- পূৰ্বেই বিষপান কৰি আত্মহত্যা চেষ্টা চলাইছিল ৰনধীৰে
Breaking Silchar
SMC হাস্পতালৰ কৰ্মীৰ আত্মহত্যা ৷ কাঠালৰোডৰ নিজ বাস গৃহত চীপ লৈ আত্মহত্যা কৰে কৰ্মী জনে ৷ কৰ্মচাৰী জনৰ নাম ৰনধীৰ পাল ৷ ৰনধীৰ SMCH ৰ ব্লাডবেংকৰ ঠিকাভিত্তিক চতুৰ্থ শ্ৰেণীৰ কৰ্মী ৷ SMCH ৰ ব্লাডবেংকত সংঘটিত কেলেংকাৰিত জৰিত থকাৰ অভিযোগ ৰনধীৰৰ বিৰুদ্ধে ৷ আৰক্ষীয়ে ৰনধীৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে SMCH লৈ প্ৰেৰন কৰে ৷ কিছুদিন পুৰ্বেও বিষপান কৰি আত্মহত্যাৰ চেষ্টা চলাইছিল ৰনধীৰে ৷
Footage ftp
Slug Silchar Suiside
xxxxxxxxxxxxxxxxxxxxx
Last Updated : Jun 6, 2019, 1:59 PM IST