ETV Bharat / state

অসম বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ছাত্ৰ-ছাত্ৰীৰ - ক্ষোভ প্ৰকাশ ছাত্ৰ-ছাত্ৰীৰ

3 মাহে ঘোষণা কৰা নাই স্নাতক ষষ্ঠ ষন্মাসিকৰ ফলাফল যাৰ ফলত বিভিন্ন সমস্যাৰ সন্মখীন হৈছে ছাত্ৰ-ছাত্ৰীসকল৷ অতি শীঘ্ৰে পৰীক্ষা ফলাফল ঘোষণা নকৰে তেন্তে আগন্তুক দিনত ছাত্ৰ আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ ৷

অসম বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ছাত্ৰ-ছাত্ৰীৰ
author img

By

Published : Apr 24, 2019, 8:08 PM IST

কাছাৰ, 24 এপ্ৰিলঃ 3 মাহে ঘোষণা নহ'ল স্নাতক ষষ্ঠ ষন্মাসিকৰ ফলাফল, যাৰ বাবে আগন্তুক পৰীক্ষা সমূহত বহিব পৰা নাই শিলচৰৰ একাংশ ছাত্ৰ-ছাত্ৰী৷ বুধবাৰে আন্দোলনমুখী হৈ পৰিল কাছাৰ জিলাৰ বিভিন্ন কলেজৰ ছাত্ৰ ছাত্ৰী সকল৷

অসম বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ছাত্ৰ-ছাত্ৰীৰ

বিগত 3 মাহে ঘোষণা কৰা নাই স্নাতক ষষ্ঠ ষন্মাসিকৰ ফলাফল যাৰ ফলত বিভিন্ন সমস্যাৰ সন্মখীন হৈছে ছাত্ৰ-ছাত্ৰীসকল৷ ফলত ছাত্ৰ ছাত্ৰী সকলে অসম বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে ক্ষোভ উজাৰি বিশ্ববিদ্যালয়খনৰ উপাধ্যক্ষ গৰাকীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে৷ ইয়াৰোপৰি যদিহে অতি শীঘ্ৰে পৰীক্ষা ফলাফল ঘোষণা নকৰে তেন্তে আগন্তুক দিনত ছাত্ৰ আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে৷

Intro:News Silchar students protests
আজি কাছাৰ জিলাৰ বিভিন্ন কলেজৰ ছাত্ৰ ছাত্ৰী সকলে কাছাৰৰ জেলাশাসকৰ ওচৰত এক শ্বাৰোক লিপি প্ৰদান কৰে । তেওঁ লোকে কয় TDC ৰ ফলাফল এতিয়াও ঘোষিত হোৱা নাই । কিন্তু TDC 6TH চেমিষ্টাৰ পৰীক্ষা আহিছে ।আগৰ ফলাফল নাপাই এতিয়া অহা পৰীক্ষাত বহিবৰ কাৰণে অষ্সুবিধা হৈছে । সেই কাৰণে জেলা শাসকৰ মাৰফত অসম বিশ্ববিদ্যালয়ৰ ভি চি ৰ ওচৰত প্ৰেয়ন কৰে ছাত্ৰ ছাত্ৰী সকলে ।যদি খনকালে ফলাফল ঘুচনা নকৰে তেতিয়া হলে আগমী দিনত ছাত্ৰ আন্দোলন গঢ়ি তুলিব বুলিকয় তেঁও লোকে ।Body:News Silchar
আজি কাছাৰ জিলাৰ বিভিন্ন কলেজৰ ছাত্ৰ ছাত্ৰী সকলে কাছাৰৰ জেলাশাসকৰ ওচৰত এক শ্বাৰোক লিপি প্ৰদান কৰে । তেওঁ লোকে কয় TDC ৰ ফলাফল এতিয়াও ঘোষিত হোৱা নাই । কিন্তু TDC 6TH চেমিষ্টাৰ পৰীক্ষা আহিছে ।আগৰ ফলাফল নাপাই এতিয়া অহা পৰীক্ষাত বহিবৰ কাৰণে অষ্সুবিধা হৈছে । সেই কাৰণে জেলা শাসকৰ মাৰফত অসম বিশ্ববিদ্যালয়ৰ ভি চি ৰ ওচৰত প্ৰেয়ন কৰে ছাত্ৰ ছাত্ৰী সকলে ।যদি খনকালে ফলাফল ঘুচনা নকৰে তেতিয়া হলে আগমী দিনত ছাত্ৰ আন্দোলন গঢ়ি তুলিব বুলিকয় তেঁও লোকে ।Conclusion:News Silchar
আজি কাছাৰ জিলাৰ বিভিন্ন কলেজৰ ছাত্ৰ ছাত্ৰী সকলে কাছাৰৰ জেলাশাসকৰ ওচৰত এক শ্বাৰোক লিপি প্ৰদান কৰে । তেওঁ লোকে কয় TDC ৰ ফলাফল এতিয়াও ঘোষিত হোৱা নাই । কিন্তু TDC 6TH চেমিষ্টাৰ পৰীক্ষা আহিছে ।আগৰ ফলাফল নাপাই এতিয়া অহা পৰীক্ষাত বহিবৰ কাৰণে অষ্সুবিধা হৈছে । সেই কাৰণে জেলা শাসকৰ মাৰফত অসম বিশ্ববিদ্যালয়ৰ ভি চি ৰ ওচৰত প্ৰেয়ন কৰে ছাত্ৰ ছাত্ৰী সকলে ।যদি খনকালে ফলাফল ঘুচনা নকৰে তেতিয়া হলে আগমী দিনত ছাত্ৰ আন্দো
লন গঢ়ি তুলিব বুলিকয় তেঁও লোকে । Bite 1
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.