আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ NRC বিৰোধী প্ৰতিবাদে উত্তাল কৰি তুলিলে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলা ৷ কোন থাকিব , কাৰ নাম বাদ পৰিব , বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ, ভিন্ন অভিযোগ.. বৰ্তমানৰ পৰিস্থিতিয়ে প্ৰমাণ কৰে 31 আগষ্টৰ পিচত পুনৰ উত্তপ্ত হৈ পৰিব পাৰে ৰাজ্যৰ আইন শৃংখলা ... সবিশেষ এই প্ৰতিবেদনত....
NRC পূৰ্ণাংগ তালিকা প্ৰকাশৰ পূৰ্বে ৰাজ্যজুৰি ABVPৰ উত্তাল প্ৰতিবাদ
অসমীয়াক অন্ধকাৰত ৰাখি বাংলাদেশীক নাগৰিকত্বৰ লাইচেন্স দিবলৈ প্ৰতীক হাজেলাই অভিসন্ধি ৰচনা কৰাৰ অভিযোগ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৷
ABVP ৰ উত্তাল প্ৰতিবাদ
আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ NRC বিৰোধী প্ৰতিবাদে উত্তাল কৰি তুলিলে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলা ৷ কোন থাকিব , কাৰ নাম বাদ পৰিব , বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ, ভিন্ন অভিযোগ.. বৰ্তমানৰ পৰিস্থিতিয়ে প্ৰমাণ কৰে 31 আগষ্টৰ পিচত পুনৰ উত্তপ্ত হৈ পৰিব পাৰে ৰাজ্যৰ আইন শৃংখলা ... সবিশেষ এই প্ৰতিবেদনত....
Intro:*NRC ত বিদেশীৰ নাম অন্তৰ্ভুক্তি হোৱাৰ অভিযোগ কৰি শিলচৰত ABVP ৰ বিক্ষোভ*
Body:নিউজ শিলচৰ, 21আগষ্ট:- NRCত বিদেশীৰ নাম অন্তৰ্ভুক্তিৰ হোৱাৰ অভিযোগ কৰি ABVP য়ে বুধবাৰে শিলচৰত বিক্ষোভ প্ৰদৰ্শন কৰে ৷ NRC ৰ পৰা বিদেশীৰ নাম কৰ্তনৰ দাবীত ছাত্ৰ সংগঠনটোৱে উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে ৷ NRC ত বিদেশীৰ নাম অন্তৰ্ভুক্তি হোৱা বুলি অভিযোগ কৰি ABVP য়ে NRC ৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাকে দায়ী কৰে ৷ প্ৰতীক হাজেলাৰ বিৰুদ্ধে বিশেদ্গাৰ কৰি সংগঠনটোৱে "প্ৰতীক হাজেলা মুৰ্দাবাদ", "প্ৰতীক হাজেলা হায় হায়" আদিল ধ্বনি দি পৰিস্হিতি উত্তাল কৰে ছাত্ৰ সংগঠনটোৱে ৷ এখন বিদেশী মুক্ত NRC প্ৰকাশ কৰাৰ বাবে হাজেলাৰ ওচৰত দাবী জনায় সংগঠনটোৱে ৷ অহা 31 আগষ্টত প্ৰকাশ পাব লগা NRC ত এজন বিদেশীৰ নাম প্ৰকাশ পালে ABVP য়ে বৃহৎ আন্দোলনৰ গঢ়িব বুলিও হুংকাৰ দিয়ে ৷ ইয়াৰ পুৰ্বে ৰাংগিৰ খাৰীৰ পৰা এক সমদল কৰি উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত উপস্হিত হয় সংগঠনটো ৷ বিক্ষোভৰ পিচত উপায়ুক্তৰ জৰিয়তে মূখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ উদ্দেশ্যে একোখন ষ্মাৰক প্ৰদান কৰে ABVP য়ে byte- 1,2 ABVP LeaderConclusion:*NRC ত বিদেশীৰ নাম অন্তৰ্ভুক্তি হোৱাৰ অভিযোগ কৰি শিলচৰত ABVP ৰ বিক্ষোভ*
নিউজ শিলচৰ, 21আগষ্ট:- NRCত বিদেশীৰ নাম অন্তৰ্ভুক্তিৰ হোৱাৰ অভিযোগ কৰি ABVP য়ে বুধবাৰে শিলচৰত বিক্ষোভ প্ৰদৰ্শন কৰে ৷ NRC ৰ পৰা বিদেশীৰ নাম কৰ্তনৰ দাবীত ছাত্ৰ সংগঠনটোৱে উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে ৷ NRC ত বিদেশীৰ নাম অন্তৰ্ভুক্তি হোৱা বুলি অভিযোগ কৰি ABVP য়ে NRC ৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাকে দায়ী কৰে ৷ প্ৰতীক হাজেলাৰ বিৰুদ্ধে বিশেদ্গাৰ কৰি সংগঠনটোৱে "প্ৰতীক হাজেলা মুৰ্দাবাদ", "প্ৰতীক হাজেলা হায় হায়" আদিল ধ্বনি দি পৰিস্হিতি উত্তাল কৰে ছাত্ৰ সংগঠনটোৱে ৷ এখন বিদেশী মুক্ত NRC প্ৰকাশ কৰাৰ বাবে হাজেলাৰ ওচৰত দাবী জনায় সংগঠনটোৱে ৷ অহা 31 আগষ্টত প্ৰকাশ পাব লগা NRC ত এজন বিদেশীৰ নাম প্ৰকাশ পালে ABVP য়ে বৃহৎ আন্দোলনৰ গঢ়িব বুলিও হুংকাৰ দিয়ে ৷ ইয়াৰ পুৰ্বে ৰাংগিৰ খাৰীৰ পৰা এক সমদল কৰি উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত উপস্হিত হয় সংগঠনটো ৷ বিক্ষোভৰ পিচত উপায়ুক্তৰ জৰিয়তে মূখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ উদ্দেশ্যে একোখন ষ্মাৰক প্ৰদান কৰে ABVP য়ে byte- 1,2 ABVP Leader