ETV Bharat / state

শিলচৰ সদৰ থানাৰ 4 গৰাকী বিষয়া কৰ'ণা ভাইৰাছত আক্ৰান্ত

author img

By

Published : Jul 26, 2020, 10:32 PM IST

শিলচৰ সদৰ থানাৰ 4 গৰাকী বিষয়া কৰ'ণা ভাইৰাছত আক্ৰান্ত ৷ আটাইকে চিকিৎসালয়ত ভৰ্তি স্বাস্থ্য বিভাগৰ ৷ পৰিয়ালৰ লোকৰো 'স্বাৱ' টেষ্ট স্বাস্থ্য বিভাগৰ ৷

4 POLICE CORONA POSITIVE IN SILCHAR
শিলচৰ সদৰ থানাৰ 4 গৰাকী বিষয়া কৰ'ণা ভাইৰাছত আক্ৰান্ত

কাছাৰ, 26 জুলাই : ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কাছাৰ জিলাতো কৰ'ণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ জিলাখনৰ স্বাস্থ্য বিভাগ তথা প্ৰসাসনৰ লোক সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই সংক্ৰমণ ৷

জানিব পৰা মতে, শিলচৰ সদৰ থানাৰ আৰক্ষী বিষয়া দিতুমণি গোস্বামী কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিচতে দেওবাৰে থানাখনৰ আৰক্ষী বিষয়া সকলক ক'ভিড টেষ্ট কৰা হৈছিল আৰু শেহতীয়া তথ্য অনুসৰি, থানাখনৰ আৰু 4 গৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ আৰক্ষী বিষয়া কেইগৰাকীক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু পৰিয়ালৰ লোককো ক'ভিড পৰীক্ষণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, 25 জুলাইৰ নিশা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট অনুসৰি, অসমত সৰ্বমুঠ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 31086 গৰাকী ৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা 23055 গৰাকী ৷ বৰ্তমানেও চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা 7951 গৰাকী আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা 77 গৰাকী ৷

লগতে পঢ়ক : COVID-১৯ : ৰাজ্যত পুনৰ 1165 গৰাকী পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.