বঙাইগাঁঁও,29 জুলাইঃ ব্ৰাহ্মণ সমাজক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পাচত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক উভতি ধৰিলে ব্ৰাহ্মণ সমাজে ৷ দেওবাৰে নিশা বঙাইগাঁৱত উপস্থিত হৈ জুবিন গাৰ্গে নিজৰ সুৰ সলনি কৰি এয়া ধেমালিহে বুলি মন্তব্য কৰে ৷ বঙাইগাঁৱত আয়োজিত সদৌ অসম আন্তঃজিলা বক্সিং প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত হৈ ব্ৰাহ্মণ সম্প্ৰদায়ক উদ্দেশ্যি কোৱা কথাখিনি প্ৰকৃততে ধেমালি বুলি কোৱাৰ লগতে দুই এদিনতে এই বিষয়ে স্পষ্টীকৰণে দিম বুলি কয় জুবিন গাৰ্গে ৷
ধেমালিতেই কিবা এটা ক’লো , ৰাইজে ভুল বুজিলে : জুবিন গাৰ্গ - ব্ৰাহ্মণ সমাজ
ব্ৰাহ্মণ সমাজৰ হৈ বিতৰ্কিত মন্তব্য কৰাৰ পাচত দেওবাৰে বঙাইগাঁৱত মুখ খুলিলে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ৷
বঙাইগাঁঁও,29 জুলাইঃ ব্ৰাহ্মণ সমাজক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পাচত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক উভতি ধৰিলে ব্ৰাহ্মণ সমাজে ৷ দেওবাৰে নিশা বঙাইগাঁৱত উপস্থিত হৈ জুবিন গাৰ্গে নিজৰ সুৰ সলনি কৰি এয়া ধেমালিহে বুলি মন্তব্য কৰে ৷ বঙাইগাঁৱত আয়োজিত সদৌ অসম আন্তঃজিলা বক্সিং প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত হৈ ব্ৰাহ্মণ সম্প্ৰদায়ক উদ্দেশ্যি কোৱা কথাখিনি প্ৰকৃততে ধেমালি বুলি কোৱাৰ লগতে দুই এদিনতে এই বিষয়ে স্পষ্টীকৰণে দিম বুলি কয় জুবিন গাৰ্গে ৷
বঙাইগাঁওত যোৱা নিশা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে কয় ব্ৰাহ্মন বিতৰ্কৰ পিচতে কালি বঙাইগাঁওত কলে যে ধেমালিতেই কিবা এটা কলো, ৰাইজে ভূল বুজিলে । দুই এদিনতে এই বিষয়ে স্পষ্টীকৰন দিম বুলিও কলে জুবিন গাৰ্গে ।
Body:জুবিনে ব্ৰাহ্মণ সম্প্ৰদায়ৰ প্ৰতি কৰা শেহতীয়া মন্তব্য তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ পিছত সমগ্ৰ বিষয়ত নিজৰ স্থিতি দুই এদিনত তেঁও স্পষ্ট কৰিব ৷ বঙাইগাঁৱত আয়োজিত সদৌ অসম আন্ত জিলা বক্সিং প্ৰতিযোগিতাৰ বঁটা বিতৰণি অনুষ্ঠানত উপস্থিত হৈ ব্ৰাহ্মণ সম্প্ৰদায়ক উদ্দেশ্য কৰি কোৱা কথাখিনি প্ৰকৃততে ধেমালিতেহে কৈছিল বুলি মন্তব্য কৰে ৷ তেঁও কয় যে কথাটো কোৱাৰ অৰ্থ বেলেগ আছিল ৷ কিন্তু কথাটো নিজে বেলেগকে ধেমালিতে কোৱাৰ ফলত বুজিলে বেলেগকে ৷ এই সন্দৰ্ভত তেঁও শীঘ্ৰে নিজৰ স্হিতি ৰাজহুৱা কৰিব বুলিও জানিব দিয়ে ৷ উল্লেখ্যযে নৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ব্ৰাহ্মণ সম্প্ৰদায়ৰ প্ৰতি বিভিন্ন মন্তব্য আগবঢ়োৱাৰ লগতে মৰিব লাগে বুলি কৈছিল ৷
Bite জুবিন
Conclusion:জুবিন জুবিনেই । যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জনে যিমানেই বিতৰ্কিত মন্তব্য নিদিয়ক সেয়া নিমিষতেই শেষ হৈ যায় সেয়াই জুবিন গাৰ্গ ।।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।।