ETV Bharat / state

বঙাইগাঁও চাকলাত উৎখাত অবৈধ কাঠ ফলা মিল

দেওবাৰে বন বিভাগ আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই জব্দ কৰে দুটাকৈ অবৈধ কাঠ ফলা মিলসহ লক্ষাধিক টকাৰ অবৈধ কাঠ ৷

বঙাইগাঁও চাকলাত জব্দ অবৈধ কাঠ ফলা মিল
author img

By

Published : Jun 30, 2019, 8:47 PM IST

অভয়াপুৰী, 30 জুনঃ বঙাইগাঁৱৰ চাকলাত অবৈধ কাঠ ফলা মিলত বন বিভাগৰ অভিযান । দুটা কাঠ ফলা মিলসহ লক্ষাধিক টকাৰ অবৈধ কাঠ জব্দ । অঞ্চলটোত দীৰ্ঘদিন ধৰি চলিছিল অবৈধ কাঠৰ বেহা । দেওবাৰে বন বিভাগ আৰু আৰক্ষীৰ যুটীয়া অভিযানত দুটাকৈ অবৈধ কাঠ ফলা মিলসহ লক্ষাধিক টকাৰ অবৈধ কাঠ জব্দ কৰে । শৌলমাৰীৰ মজমত আলী আৰু নোৱাগাৱৰ আশ্ৰাফুল ইছলামৰ কাঠ ফলা মিল উচ্ছেদ কৰাৰ লগতে প্ৰায় লক্ষাধিক টকাৰ অবৈধ কাঠ জব্দ কৰে বন বিভাগে । তাৰোপৰি, ৰফিকুল ইছলাম আৰু মনছেৰ আলীৰ প্ৰায় 2 লক্ষাধিক টকাৰ অবৈধ কাঠ জব্দ কৰি লৈ যায় ।

Intro:চাকলাত অবৈধ কাঠ ফলা মিলত বন বিভাগৰ অভিযান। দুটা কাঠ ফলা মিলসহ লক্ষাধিক টকাৰ অবৈধ কাঠ জব্দ। দীৰ্ঘদিন ধৰি চলিছিল অবৈধ কাঠৰ বেহা।
Body:
উত্তৰ অভয়াপুৰী 30 জুন - বঙাইগাঁও জিলা চাকলাত আজি বন বিভাগ আৰু আৰক্ষীৰ অভিযানত দুটাকৈ অবৈধ কাঠ ফলা মিলসহ লক্ষাধিক টকাৰ অবৈধ কাঠ জব্দ কৰা হয়। শৌলমাৰীৰ মজমত আলী আৰু নোৱাগাৱৰ আশ্ৰাফুল ইছলামৰ কাঠ ফলা মিল উচ্ছেদ কৰাৰ লগতে প্ৰায় লক্ষাধিক টকাৰ অবৈধ কাঠ জব্দ কৰে বন বিভাগে। আনহাতে ৰফিকুল ইছলাম আৰু মনছেৰ আলীৰ প্ৰায় ২ লক্ষাধিক টকাৰ অবৈধ কাঠ জব্দ কৰি লৈ যায়।উল্লেখ্য যে চাকলা কোকিলা অঞ্চলত দীৰ্ঘদিন ধৰি অবৈধ কাঠ ফলা মিলৰ ব্যাৱসায় চলি আছিল। বঙাইগাঁও বন বিভাগৰ এনে পদক্ষেপক একাংশ ৰাইজে প্ৰশংসা কৰিছে ।Conclusion:এ ছি এফৰ মন্তব্য
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.