ETV Bharat / state

বঙাইগাঁৱৰ মাণিকপুৰত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন - etv bharat assam

ধুমুহাৰ ফলত মাণিকপুৰ অঞ্চলৰ দুখনকৈ বিদ্যালয়ৰ ওপৰত গছ গছনি ভাগি পৰি বিদ্যালয় সমূহৰ বিস্তৰ ক্ষতি সাধন হয় ৷

মাণিকপুৰত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন
author img

By

Published : May 14, 2019, 1:02 PM IST

উত্তৰ অভয়াপুৰী, 14 মে': সোমবাৰৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ মাণিকপুৰ অঞ্চলতো বিধ্বংসী ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে ৷ মাণিকপুৰ অঞ্চলৰ দুখনকৈ বিদ্যালয় গৃহ ধুমুহাই ভাঙি চূৰমাৰ কৰে ৷

মাণিকপুৰত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন

মাণিকপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত গাৰোলেটি প্ৰাথমিক বিদ্যালয়ৰ সম্পূৰ্ণ গৃহটো ধুমুহাৰ ফলত ভাগি পৰে ৷ ইপিনে কোনোমতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ প্ৰাণ ৰক্ষা পৰে ৷ আনহাতে 734নং ধুপুৰী-লুংঝাৰ প্ৰাথমিক বিদ্যালয়খনৰ চৌহদত থকা এডাল ডাঙৰ গছ ধুমুহাৰ ফলত ভাগি বিদ্যালয় গৃহৰ ওপৰত পৰাত গৃহটোৰ যথেষ্ট ক্ষয়-ক্ষতি হয় ৷ অৱশ্যে ভাগ্যক্ৰমে দুয়োখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ কোনো ধৰণৰ হানি-বিঘিনি নঘটিল ৷

Intro:সোমবাৰৰ বিধ্বংসী ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে। মাণিকপুৰৰ দুখনকৈ বিদ্যালয় গৃহ ভাঙি চুৰমাৰ কৰি দিয়ে। পাঠদান প্ৰক্ৰিয়াত অসুবিধা। Body:
উত্তৰ অভয়াপুৰী : - যোৱাকালি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ মাণিকপুৰ অঞ্চলতো বিধ্বংসী ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিছে। গছ গছনি ভাগি বিদ্যালয় গৃহৰ ওপৰত পৰি বিদ্যালয় সমূহৰ বিস্তৰ ক্ষতি সাধন কৰে। মাণিকপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত গাৰোলেটি প্ৰাথমিক বিদ্যালয়ৰ সম্পূৰ্ণ গৃহটো ধুমুহাৰ ফলত ভাগি পৰে। কোনোমতে প্ৰাণ ৰক্ষা পৰে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ। ইয়াৰ লগতে ৭৩৪ নং ধুপুৰী-লুংঝাৰ প্ৰাথমিক বিদ্যালয় চৌহদত থকা এডাল ডাঙৰ গছ ধুমুহাৰ ফলত ছিগি বিদ্যালয় গৃহৰ ওপৰত পৰাত গৃহটোৰ যথেষ্ট ক্ষয়-ক্ষতি হয়। ভাগ্যক্ৰমে দুয়োখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ কোনো ধৰনৰ হানি-বিঘিনি নঘটিল।Conclusion:Byte : (1) গাৰোলেটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰু (2) ধুপুৰী-লুংঝাৰ প্ৰাথমিক বিদ্যালয়ৰ সহঃ শিক্ষক
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.