ETV Bharat / state

3 বজাৰ 10 টা শীৰ্ষ বাতৰি - Sanitation Workers Protest

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

3 বজাৰ 10 টা শীৰ্ষ বাতৰি
3 বজাৰ 10 টা শীৰ্ষ বাতৰি
author img

By

Published : Dec 19, 2022, 3:11 PM IST

FIFA World Cup 2022 : দুবাৰকৈ গোল্ডেন বল বঁটা লাভ কৰা একমাত্ৰ ফুটবলাৰ মেছি

কাটাৰ ফিফা বিশ্বকাপত গোল্ডেন বল বঁটা লাভ কৰিলে মেছিয়ে (Golden Ball Award to Messi)। মেছিয়ে ২০১৪ চনৰ বিশ্বকাপতো গোল্ডেন বল বঁটা লাভ কৰিছিল । লিঅ'নেল মেছিয়ে এইবাৰৰ ফিফা বিশ্বকাপ ২০২২ত ৭ টা গ'ল কৰিছে ।

Bratadava Eviction update: বটদ্ৰৱা উচ্ছেদস্থলীত ঢলি পৰিল আৰক্ষী জোৱান

বটদ্ৰৱাৰ বিভিন্ন এলেকাৰ প্ৰায় এহেজাৰ বিঘা ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে প্ৰশাসনে আজি পুৱাৰে পৰা আৰম্ভ কৰিছে উচ্ছেদ অভিযান ৷ উচ্ছেদস্থলীতেই ঢলি পৰিল কৰ্তব্যৰত আৰক্ষী জোৱান ভবেন চন্দ্ৰ বৰা (policeman falls at Bratadava eviction site) ৷

Sanitation Workers Protest: চাফাই কৰ্মীক মুকলি কৰি দিয়াৰ দাবীত উত্তাল লখিমপুৰ

লখিমপুৰত চাফাই কৰ্মীৰ উত্তাল প্ৰতিবাদ ৷ প্ৰাপ্য মজুৰি আৰু দুগৰাকী সহকৰ্মীক মোকলাই দিয়াৰ দাবীত উত্তৰ লখিমপুৰ থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে চাফাই কৰ্মীসকলে (Sanitation Workers Protest in Lakhimpur) ৷

Railway track crack : ৰে'লপথৰ ভগা চিৰিৰ ওপৰেদি চলিল কেইবাখনো ৰেল !

নালন্দাত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল শ শ ৰে'ল যাত্ৰী (Major train accident averted in Nalanda)। ভগা চিৰিৰ ওপৰেৰে পাৰ হৈ গ'ল যাত্ৰীবাহী আৰু মালবাহী ৰে'ল । গমকে নাপালে ৰে'ল বিভাগৰ কৰ্মচাৰীয়ে । স্থানীয় লোকৰ সজাগতাৰ বাবে দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰিল কেইবাখনো ৰে'ল ।

Chapra Hooch Tragedy: বিহাৰৰ বিষাক্ত সুৰাকাণ্ডৰ লগত জড়িত 350 গৰাকীক গ্ৰেপ্তাৰ

বিহাৰত অব্যাহত আছে মৃত্যুৰ কিৰিলি ৷ যোৱা পাঁচ দিনত আৰক্ষীয়ে বিহাৰৰ চাপ্ৰাত বিষাক্ত সুৰাকাণ্ডৰ লগত জড়িত 350 জন লোকক গ্ৰেপ্তাৰ কৰে (Many liquor mafia arrested)৷

Illegal rice smuggling at Dhubri : ধুবুৰীত জলপথেৰে সৰবৰাহ চোৰাং চাউল

ধুবুৰীত অব্যাহত আছে বগা চাউলৰ ক’লা বেহা । আৰক্ষীৰ অভিযানত জব্দ নাওঁসহ বৃহৎ পৰিমাণৰ চোৰাং চাউল । ৰহস্যজনক ভূমিকাত যোগান বিভাগ (Illegal rice smuggling via warterways at Dhubri )।

Drought in Lakhimpur: লখিমপুৰত ৰঙানদীৰ মৰুভূমি, নিপকোৰ বিৰুদ্ধে ক্ষোভিত ৰাইজ

সংকটত পৰিছে লখিমপুৰ জিলাৰ জীৱনৰেখা স্বৰূপ ৰঙানদী (Ranganadi river in crisis)! বাৰিষা মহাপ্ৰলয় সৃষ্টি কৰা নৈখন এতিয়া মৰুভূমিত পৰিণত । একমাত্ৰ নিপকোৰ হঠকাৰী পদক্ষেপৰ বাবে সমস্যাত পৰিছে নৈপৰীয়া ৰাইজ । নিপকোৰ বিৰুদ্ধে গৰজি উঠিছে স্থানীয় সংগঠন ।

Conversation with a farmer: আধুনিকতাৰ ধামখুমীয়াত হেৰাইছে নেকি আমাৰ পৰম্পৰা !

খেতিৰ লগত অসমীয়া সমাজ জীৱনৰ এৰাব নোৱাৰা সম্পৰ্ক আছে ৷ কিন্তু আধুনিকতাৰ নিগনি দৌৰত অসমীয়াই হেৰুৱাইছে নিজস্বতা !

Road accident at Bargang: বিহালীৰ বৰগাঙত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

দেওবাৰে মাজনিশা প্ৰায় ১ মান বজাত বিহালী সমষ্টিৰ বৰগাং আৰক্ষী চকীৰ (Bargang police station) অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বৰগাঙত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Bargang) ।

Dhubri 13 years boy life struggle : 13 বছৰীয়া ছোৱাহানে পোহপাল দিছে 6 জনীয়া পৰিয়ালক

কঠোৰ জীৱন সংগ্ৰামেৰে মাজেৰে সোণোৱালী শৈশৱ পাৰ কৰিছে 13 বছৰীয়া ছোৱাহান আলীয়ে ( Life struggle of 13 years boy)৷ 6 জনীয়া পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব পালিছে ধুবুৰীৰ ছোৱাহানে ৷ ভাপত দিয়া পিঠা বিক্ৰী কৰি পৰিয়াল পোহপাল দিছে ছোৱাহানে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.