ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Nov 3, 2022, 1:01 PM IST

1 বজাৰ 10 টা শীৰ্ষ বাতৰি
1 বজাৰ 10 টা শীৰ্ষ বাতৰি

Boat accident at Juria : জুৰীয়াত নাও দুৰ্ঘটনা, আহত বহু শিক্ষাৰ্থী

বৃহস্পতিবাৰে পুৱাই জুৰীয়াত সংঘটিত হয় এক ভয়ংকৰ নাও দুৰ্ঘটনা (Boat accident in Nagaon) ৷ পানীৰ তলৰ পৰা জীৱন্তে উদ্ধাৰ বহু ছাত্ৰ-ছাত্ৰী ৷

Red Fort attack case: সন্ত্ৰাসবাদী মহম্মদ আৰিফক মৃত্যুদণ্ড ছুপ্ৰিম ক’ৰ্টৰ

উচ্চতম ন্যায়ালয়ে ২০০০ চনৰ লালকিল্লা আক্ৰমণৰ গোচৰত এলইটি সন্ত্ৰাসবাদী মহম্মদ আৰিফৰ মৃত্যুদণ্ড নিশ্চিত কৰিছে (SC death sentence to Red Fort attack terrorist) ।

Rangia artificial flood : কৃত্ৰিম বানৰ সমস্যাত জৰ্জৰিত ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ ৰাইজ

ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ সাহিত্য সভা পথৰ দুৰৱস্থাই সমস্যাত পেলাইছে ৰাইজক (Road problem in Rangia)। বছৰৰ প্ৰতিটো সময়তে কৃত্ৰিম বানত ডুূবি থাকে পথটো । ফলত শিক্ষাৰ্থী, ৰোগী আৰু আন পথচাৰী অতি বিপদসংকুলভাৱে পাৰ হ'বলগীয়া হয় পথটোৰে । পৌৰসভাৰ হেমাহিৰ বাবে এই সমস্যাত অঞ্চলটোৰ ৰাইজ ।

Cheating lover arrested : ৰঙিয়াত ভণ্ড প্ৰেমিক গ্ৰেপ্তাৰ

প্ৰেমৰ নামত পুনৰ প্ৰৱঞ্চনা (Thugs in the name of love)। ৰঙিয়া প্ৰেমিকে সামাজিক মাধ্যমত ভাইৰেল কৰিলে যুৱতীৰ অশ্লীল ফটো আৰু ভিডিঅ' । অভিযুক্ত যুৱকক গ্ৰেপ্তাৰ ।

Eviction in Guwahati:গণেশগুৰিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে উচ্ছেদ অভিযান

গুৱাহাটীত পুনৰ আৰম্ভ পৌৰ নিগমৰ উচ্ছেদ অভিযান (Municipal corporations eviction at Ganeshguri) । বৃহস্পতিবাৰে পুৱাই গুৱাহাটী পৌৰ নিগমে গণেশগুৰি এলেকাত অবৈধ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায় । গুৱাহাটীৰ পদপথত অবৈধভাৱে স্থাপন কৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে পৌৰ নিগমে এই অভিযান চলাইছে ।

Gujarat Election 2022 : কেতিয়া ঘোষণা হ'ব গুজৰাট বিধানসভা নিৰ্বাচনৰ সময়সূচী ?

গুজৰাটৰ বিধানসভা নিৰ্বাচনক (Gujarat assembly election 2022) লৈ ৰাজ্যজুৰি বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে । প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে ৰণনীতি প্ৰস্তুত কৰিছে । বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰাৰ সম্ভাৱনা আছে ।

গৱেষকৰ চাঞ্চল্যকৰ দাবী: কৰ’ণা ভাইৰাছৰ ফলত মগজু ফুলি উঠে

ক'ভিড-19 সন্দৰ্ভত কৰা অধ্যয়নত এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে বিজ্ঞানীসকলে । গৱেষণাৰ মতে, কৰ’ণা ভাইৰাছে পাৰ্কিনছন ৰোগৰ (Parkinson's disease) দৰেই মগজুৰ অংশ ফুলি উঠাৰ দৰে প্ৰতিক্ৰিয়াক সক্ৰিয় কৰি তোলে ।

Akhil Gogoi is ready for surgery: বেংগালুৰুত শুকুৰবাৰে অস্ত্রোপ্ৰচাৰ হ'ব অখিল গগৈৰ

হাস্পতালখনত অস্ত্রোপচাৰৰ বাবে সাজু কৰা হৈছে বিধায়ক অখিল গগৈক (MLA Akhil Gogoi admitted for surgery)। বুধবাৰে বেংগালুৰুৰ নাৰায়ণা হেল্থ চিটী হাস্পতালত ভৰ্তি কৰাৰ পাছতে স্বাস্থ্যৰ কেইবাটাও পৰীক্ষা সম্পন্ন কৰা হৈছে । পৰীক্ষাসমূহৰ অন্তত শুকুৰবাৰে পুৱা তেওঁৰ অস্ত্রোপচাৰ কৰাৰ সম্ভাৱনা । হৃদযন্ত্ৰৰ ভেণ্টিকুলাৰ টেকিকার্ডিয়া ৰোগত আক্ৰান্ত হৈছে বিধায়কগৰাকী ।

APSC Dolly Deka EWS controversy : ডলি ডেকাৰ নথি পত্ৰ পৰীক্ষণ ৰাজহ চক্ৰ বিষয়াৰ

অসম লোক সেৱা আয়োগৰ পৰীক্ষাত ৯৮ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হোৱা ৰঙিয়াৰ তিতকুৰিৰ ডলি ডেকাৰ EWS প্ৰমাণ পত্ৰৰ খেলিমেলিক লৈ বিতৰ্ক অব্যাহত আছে (Dolly Deka EWS certificate controversy) । তাৰ মাজতে বুধবাৰে ৰঙিয়া চক্ৰ বিষয়াই প্ৰাৰ্থীগৰাকীক ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ মাতি আনি EWS প্ৰমাণ পত্ৰ গ্ৰহণ কৰাৰ সময়ত জমা দিয়া নথি পত্ৰসমূহ নিৰীক্ষণ কৰে ।

Elephants open fight: মেলেঙত দুটাকৈ বন্যস্তীৰ তয়াময়া যুঁজ

টীয়কৰ মেলেঙত নিশা বন্য হাতীৰ ত্ৰাস (Wild elephant terror at Teok) ৷ ইয়াৰ মাজতে বনাঞ্চলৰ পৰা ওলাই অহা দুই প্ৰকাণ্ড হাতীৰ মুকলি যুঁজ লাগিল মেলেঙৰ জনাঞ্চলত (Elephant’s open fight) ৷ উল্লেখযোগ্য যে, বুধবাৰে নিশা গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা হাতীৰ এটা জাকে মেলেং মধুপুৰ, মেলেং বাগান আদি অঞ্চলত প্ৰৱেশ কৰি পথাৰৰ ধান খাই অনিষ্ট কৰে ৷ বিশেষকৈ হাতীৰ জাকটোৰ মাজৰে দুটা প্ৰকাণ্ড হাতীৰ তয়াময়া ৰণ প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰে গাঁওবাসী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.