বঙাইগাঁও,23জুলাইঃ বঙাইগাঁৱৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত কুৰি খনৰো অধিক গাঁৱত আই আৰু মানাহ নৈৰ বাঢ়নী পানীয়ে পূৰ্বতকৈ অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বিশেষকৈ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দক্ষিণ কাচদহা আৰু ভাণ্ডাৰাত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । মঙলবাৰে আই নৈৰ বাঢ়নী পানীৰ প্ৰবল সোঁতে ভাণ্ডাৰা আৰু কাচদহা সংযোগী পথটো ছিঙি পেলোৱাত কেইবাখনো গাঁৱৰ লোক জলবন্দী হৈ পৰিছে । ফলত স্থানীয় ৰাইজে প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।
আই নৈৰ বাঢ়নী পানীয়ে ছিঙিলে কাচদহা সংযোগী পথ - assam
উত্তৰ অভয়াপুৰীত বানৰ সংহাৰী ৰূপ । আই নৈৰ বাঢ়নী পানীয়ে ছিঙিলে ভাণ্ডাৰা কাচদহা সংযোগী পথ । আবদ্ধ হৈ পৰিছে সহস্ৰাধিক লোক । প্লাৱিত হৈছে ন ন অঞ্চল । শংকিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ ।
আই নৈৰ বাঢ়নী পানীয়ে ছিগিলে কাচদহা সংযোগী পথ
বঙাইগাঁও,23জুলাইঃ বঙাইগাঁৱৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত কুৰি খনৰো অধিক গাঁৱত আই আৰু মানাহ নৈৰ বাঢ়নী পানীয়ে পূৰ্বতকৈ অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বিশেষকৈ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দক্ষিণ কাচদহা আৰু ভাণ্ডাৰাত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । মঙলবাৰে আই নৈৰ বাঢ়নী পানীৰ প্ৰবল সোঁতে ভাণ্ডাৰা আৰু কাচদহা সংযোগী পথটো ছিঙি পেলোৱাত কেইবাখনো গাঁৱৰ লোক জলবন্দী হৈ পৰিছে । ফলত স্থানীয় ৰাইজে প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।
Intro:উত্তৰ অভয়াপুৰীত বানৰ সংহাৰী ৰূপ।আই নদীৰ বাঢ়নী পানীয়ে ছিগিলে ভাণ্ডাৰা কাচদহা সংযোগী পথ।আবদ্ধ হৈ পৰিছে সহস্ৰাধিক লোক।প্লাৱিত হৈছে ন ন অঞ্চল ।শংকিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ। Body:বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত কুৰি খনৰো অধিক গাৱত আই আৰু মানাহ নদীৰ বাঢ়নী পানীয়ে পূৰ্বতকৈ অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দক্ষিণ কাচদহা আৰু ভাণ্ডাৰাত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। আজি আই নদীৰ বাঢ়নী পানীৰ প্ৰবল সোতে ভাণ্ডাৰা আৰু কাচদহা সংযোগী পথ খন ছিঙি পেলোৱাত হাজাৰ হাজাৰ লোক জলবন্দী হৈ পৰিছে। লগতে বৃহত্তৰ অঞ্চলৰ ৰাইজ শংকিত হৈ পৰিছে। স্থানীয় ৰাইজে প্ৰশাসনক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।Conclusion: