- চাকলা চি কে মহাবিদ্যালয়ৰ অধ্যক্ষ শ্বহিদুল ইছলামক গ্ৰেপ্তাৰ(Principal of CK College of Bongaigaon arrested)
- কোকিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অধ্যক্ষজনক
- মঙলবাৰে বিয়লি ৫ বজাত চি কে কলেজৰ পৰা গ্ৰেপ্তাৰ কৰা হয় অধ্যক্ষজনক
- বহু বিত্তীয় কেলেংকাৰীত জড়িত থকাৰ অভিযোগ অধ্যক্ষজনৰ বিৰুদ্ধে
- ২০১৭-১৮ বৰ্ষৰ পৰা ঈশান উদয় আঁচনিৰ ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ অধ্যক্ষজনৰ বিৰুদ্ধে(Scam in Ishan Uday Scheme by Principal)
Principal of CK College arrested: আচঁনিৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ চি কে মহাবিদ্যালয়ৰ অধ্যক্ষ - ইশান উদয় আঁচনিৰ ছাত্ৰ বৃত্তিৰ ধন
বঙাইগাওঁ জিলাৰ চাকলা চি কে মহাবিদ্যালয়ৰ অধ্যক্ষ শ্বহিদুল ইছলামক গ্ৰেপ্তাৰ (Principal of CK College of Bongaigaon arrested)। কোকিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অধ্যক্ষজনক ।
আচঁনিৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ চি কে মহাবিদ্যালয়ৰ অধ্যক্ষ