ETV Bharat / state

বঙাইগাঁৱত পালন ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তী - etv bharat

পিপল্চ কালচাৰেল ফ'ৰামৰ উদ্যোগত বঙাইগাঁৱত পালন কৰা হয় ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তী । কবিগুৰু ৰবিন্দ্ৰনাথ ঠাকুৰৰ ১৫৮ সংখ্যক জন্মদিন উপলক্ষে বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰে সংস্থাটোৱে ।

পিপল্চ কালচাৰেল ফ'ৰামৰ উদ্যোগত বঙাইগাঁৱত ৰবিন্দ্ৰ নাথ ঠাকুৰৰ জন্ম জয়ন্তী পালন
author img

By

Published : May 10, 2019, 9:01 AM IST

বঙাইগাঁও, 10 মে': বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁৱত বৃহস্পতিবাৰে উদযাপন কৰা হয় কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্ম দিৱস ৷ জন্ম জয়ন্তী উপলক্ষে নিউ বঙাইগাঁৱত পিপল্চ কালচাৰেল ফ'ৰাম নামৰ সংস্থাটোৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ আৰম্ভণিতে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷

বঙাইগাঁৱত পালন ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তী

এই শোভাযাত্ৰাত বিভিন্ন ছাত্ৰ-ছাত্ৰীৰ লগতে জিলাখনৰ বিশিষ্ট ব্যক্তিও অংশগ্ৰহণ কৰে ৷ কবিগুৰু ৰবিন্দ্ৰনাথ ঠাকুৰৰ ১৫৮ সংখ্যক জন্মদিন উপলক্ষে বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰে সংস্থাটোৱে ৷

Slug : As_Chg_9th May_808_Bongaigaon Rabindra Jayanti Rally_vis & byt_Abdul Maleque Ahmed. 

Send by ftp. 

বঙাইগাঁও জিলাৰ নিউবঙাইগাঁওত কবি গুৰু ৰবিন্দ্ৰনাথ ঠাকুৰৰ জন্ম দিৱস উদযাপন । ৰবিন্দ্ৰ জয়ন্তি উপলক্ষে নিউবঙাইগাঁওৰ পিপলচ কালচাৰেল ফৰাম নামৰ সংস্থাটিৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ আৰম্ভনিতে বাৰে ৰহনীয়া সাংস্কৃতিক সোভাযাত্ৰা ওলিয়ায় । এই সোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন পৰ্য্যায়ৰ লোকে অংশগ্ৰহন কৰে । কবিগুৰু ৰবিন্দ্ৰনাথ ঠাকুৰৰ ১৫৮ সংখ্যক জন্মদিন উপলক্ষে বিভিন্ন প্ৰতিযোগীতাৰো আয়োজন কৰে সংস্থাটিয়ে । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.