ETV Bharat / state

যোগীঘোপাত জব্দ অবৈধ কাঠৰ মিল - BRAMHAPUTRA

ব্ৰহ্মপুত্ৰ আৰু চম্পাৱতী নৈৰ ওপৰদি একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে দীৰ্ঘদিনৰ পৰাই বন বিভাগৰ চকুত ধূলি দি চলাই গৈছে কাঠৰ ৰমৰমীয়া বেহা

যোগীঘোপাত জব্দ অবৈধ কাঠৰ মিল
author img

By

Published : Apr 5, 2019, 2:56 AM IST

যোগীঘোপা, 5এপ্ৰিলঃ যোগীঘোপাৰ টিলাপাৰাত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান৷ অভিযানত এটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰাৰ লগতে প্ৰায় দুই লাখ টকা মূল্যৰ শাল গছৰৰ কাঠ আৰু কুণ্ডা জব্দ কৰে বন বিভাগে।

যোগীঘোপাত জব্দ অবৈধ কাঠৰ মিল

৷ দীৰ্ঘদিনৰ পৰা বঙাইগাঁও জিলাৰ যোগীঘোপাত অব্যাহত আছে চোৰাং কাঠ ব্যৱসায়ীৰ ৰমৰমীয়া বেহা৷ উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ আৰু চম্পাৱতী নৈৰ ওপৰদি একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে দীৰ্ঘদিনৰ পৰাই বন বিভাগৰ চকুত ধূলি দি চলাই গৈছে কাঠৰ ৰমৰমীয়া বেহা । বঙাইগাঁও জিলা বন বিভাগেও মাজে সময়ে অভিযান চলাই এটাৰ পিছত আন এটা মিল জব্দ কৰিছে যদিও চোৰাং ব্যৱসায় ৰোধ কৰিবলৈ সক্ষম হোৱা নাই ৷

Intro:Logs seized at JogighopaBody:Date- 04.04.19

Slug- যোগীঘোপাত কাঠফলা মিল উচ্ছেদ।

ANCHOR: 
যোগীঘোপাত জব্দ অবৈধ কাঠৰ মিল 

ব্ৰহ্মপুত্ৰ আৰু চম্পাৱতী নৈৰ ওপৰদি একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে দীৰ্ঘদিনৰ পৰাই বন বিভাগৰ চকুত ধূলি দি চলাই গৈছে কাঠৰ ৰমৰমীয়া বেহা

যোগীঘোপা, 5এপ্ৰিলঃ যোগীঘোপাৰ টিলাপাৰাত  অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান৷ অভিযানত এটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰাৰ লগতে প্ৰায় দুই লাখ টকা মূল্যৰ শাল গছৰৰ কাঠ আৰু কুণ্ডা জব্দ কৰে বন বিভাগে।
 ৷ দীৰ্ঘদিনৰ পৰা বঙাইগাঁও জিলাৰ যোগীঘোপাত অব্যাহত আছে চোৰাং কাঠ ব্যৱসায়ীৰ ৰমৰমীয়া বেহা৷ উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ আৰু চম্পাৱতী নৈৰ ওপৰদি একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে দীৰ্ঘদিনৰ পৰাই বন বিভাগৰ চকুত ধূলি দি চলাই গৈছে কাঠৰ ৰমৰমীয়া বেহা । বঙাইগাঁও জিলা বন বিভাগেও মাজে সময়ে অভিযান চলাই এটাৰ পিছত আন এটা মিল জব্দ কৰিছে যদিও চোৰাং ব্যৱসায় ৰোধ কৰিবলৈ সক্ষম হোৱা নাই ৷ 
logsseizef_04042019211706_0404f_02647_488.png

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.