ETV Bharat / state

মানাহত উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ - etv bharat assam

শনিবাৰে সন্ধিয়া আত্মহত্যা কৰা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰৰ বাবে আৰক্ষী আৰু এছডিআৰএফৰ উদ্ধাৰকাৰী দলে অভিযান চলাইছিল ৷ আত্মহত্যাৰ 36 ঘন্টাৰ পাচত আজি বাশবাৰীৰ পৰা এছডিআৰএফৰ উদ্ধাৰকাৰী দলে  ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে ৷

আত্মহত্যা কৰা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : May 13, 2019, 2:34 PM IST

বঙাইগাঁও , 13 মে': অৱেশেষত সোমবাৰে উদ্ধাৰ হ'ল মানাহত জঁপিয়াই আত্মহত্যা কৰা ছাত্ৰীগৰাকীৰ মৃতদেহ ৷ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰীৰ মাণিকপুৰৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মানাহ নৈৰ দলঙৰ পৰা জপিয়াই এগৰাকী দশম মান শ্ৰেণীৰ ছাত্ৰীয়ে আত্মহত্যা কৰিছিল ৷

Intro:মানাহত জপিয়াই আত্মহত্যা কৰা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ। 36 ঘন্টা পিছত এছ ডি আৰ এফে উদ্ধাৰ কৰে মৃতদেহ।Body:বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মানাহ নদীৰ দলঙৰ পৰা জপিয়াই আত্মহত্যাৰ মনিমা নামৰ দশম মান শ্ৰেণীৰ ছাত্ৰী গৰাকীৰ আজি মৃতদেহ উদ্ধাৰ হয়। শনিবাৰে সন্ধিয়া দলঙৰ পৰা জপিয়াই আত্মহত্যা কৰা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ অভিযান চলাইছিল আৰক্ষী আৰু এছ ডি আৰ এফৰ উদ্ধাৰ কাৰী দলে। ৩৬ ঘন্টাৰ পিছত বাশবাৰীৰ পৰা আজি ছাত্ৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে এছ ডি আৰ এফৰ উদ্ধাৰ কাৰী দলে ।Conclusion:স্থানীয় ৰাইজৰ মন্তব্য
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.