ETV Bharat / state

যোগীঘোপাত আধ্যাত্মিক নীতি-নিয়মেৰে চড়ক পূজা

author img

By

Published : Apr 15, 2019, 5:43 AM IST

বঙাইগাঁৱৰ যোগীঘোপা কাবাইটাৰী দূর্গা মন্দিৰ প্ৰাংগনতো বিভিন্ন নীতি নিয়মেৰে পূজা অৰ্চনা কৰি দেওবাৰে পুৱাৰে পৰা দিনযোৰা কাৰ্য্যসূচীৰে সমাপন কৰা হয় অতিজৰে পৰা প্ৰচলিত হৈ অহা চড়ক পূজা ৷

যোগীঘোপাত চড়ক পূজা উদযাপন

যোগীঘোপা, 15 এপ্ৰিল: চ'ত মাহৰ সংক্ৰান্তিৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত উদযাপিত হৈছে চড়ক পূজা । বঙাইগাঁৱৰ যোগীঘোপা কাবাইটাৰী দূর্গা মন্দিৰ প্ৰাংগনতো বিভিন্ন নীতি নিয়মেৰে পূজা অৰ্চনা কৰি দেওবাৰে পুৱাৰে পৰা দিনযোৰা কাৰ্য্যসূচীৰে সমাপন কৰে অতিজৰে পৰা প্ৰচলিত হৈ অহা চড়ক পূজা ৷ উল্লেখ্য যে, জনশ্ৰুতি অনুসৰি চড়ক পূজাৰ দ্বাৰা বতাহ, ধুমুহা, শিলাবৃষ্টি, বজ্ৰপাত, অশুভ অশান্তিৰ পৰা পৰিত্ৰাণ পাব পাৰি । বিভিন্নধৰণৰ অলৌকিক, তান্ত্ৰিক পদ্ধতিৰে সমাপন কৰা হয় এই চড়ক পূজা । এই পূজাত বিশেষকৈ শিৱ পাৰ্বতীৰ পূজা অৰ্চনা কৰি অঞ্চলটোত অমংগল দূৰ কৰি শান্তি সমৃদ্ধিৰ বাবে ভক্ত সকলে প্ৰাৰ্থনা জনায় । চড়ক পূজাত বিশেষ পূজা বিধি হ'ল এজন ভক্তক পিঠিত বৰশী বিন্ধাই ওলমাই ঘূৰোৱা দৃশ্য । এই দৃশ্য চাবলৈ কাবাইটাৰীৰ দুৰ্গা মন্দিৰত সমবেত হয় অঞ্চলটোৰ সহস্ৰাধিক লোক ৷

Intro:যোগীঘোপাত চড়ক পূজা উদযাপনBody:
DATE: 14.04.2019

Slug- যোগীঘোপাত চড়ক পূজা উদযাপন

Voice Over- চত মাহৰ সংক্ৰান্তিৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰি আহিছে চড়ক পূজা। বঙাইগাঁও জিলাৰ যোগীঘোপা কাবাইটাৰী দূর্গা মন্দিৰ প্ৰাংগণতো বিভিন্ন নীতি নিয়মেৰে পূজা অৰ্চনা কৰি আজি ৰাতিপুৱাৰে পৰা দিনযোৰা কাৰ্য্যসূচীৰে সমাপন কৰে অতিজৰে পৰা প্ৰচলিত হৈ অহা চড়ক পূজাৰ ।জনশ্ৰুতি অনুসৰি চড়ক পূজাৰ দ্বাৰা বতাহ, ধুমুহা , শিলাবৃষ্টি, বজ্ৰপাত , অশুভ অশান্তিৰ পৰা পৰিত্ৰাণ পাব পাৰি । বিভিন্নধৰণৰ অলৌকিক , তান্ত্ৰিক পদ্ধতিৰে সমাপন কৰা হয় এই চড়ক পূজা। এই চড়ক পূজাত বিশেষকৈ শিৱ পাৰ্বতীৰ পূজা অৰ্চনা কৰি অঞ্চলটোত অমঙ্গল দূৰ কৰি শান্তি সমৃদ্ধিৰ বাবে ভক্ত সকলে প্ৰাৰ্থনা জনায়। চড়ক পূজাত বিশেষ পূজা বিধি হল এজন ভক্তক পিঠিত বৰশী বিন্ধাই ওলমাই ঘূৰোৱা দৃশ্য । এই দৃশ্য চাবলৈ অঞ্চলটোৰ সহস্ৰাধিক লোক আজি কাবাইটাৰীৰ দুৰ্গা মন্দিৰত সমবেত হয়।

Regards
Indranil Das
News Contributor
ETV BHARAT
ABHAYAPURI SOUTHConclusion:Visual 1
Byte 1স্থানীয় ব্যক্তি
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.