ETV Bharat / state

বঙাইগাঁৱত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ - ছাত্ৰ-ছাত্ৰীক নিৰ্যাতন

বঙাইগাঁৱত প্ৰধান শিক্ষকৰ বিৰুদ্ধে কণ কণ ছাত্ৰ-ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ ৷ শুকুৰবাৰে অভিভাৱকসকল বিদ্যালয়খনত উপস্থিত হৈ উত্তপ্ত কৰি তুলে পৰিস্থিতি ৷

বঙাইগাঁৱত ছাত্ৰ-ছাত্ৰীক নিৰ্যাতন প্ৰধান শিক্ষকৰ
author img

By

Published : May 17, 2019, 11:39 PM IST

বঙাইগাঁও,17মে': বঙাইগাঁৱৰ ৮৪৭ নং গেৰুকাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰতন চন্দ্ৰ দাসৰ বিৰুদ্ধে কণ কণ ছাত্ৰীৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে । অভিযোগ অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰতন চন্দ্ৰ দাসে ছাত্ৰ-ছাত্ৰী সকলক পাঠদান কৰাৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলক যৌন নিৰ্যাতন চলায় ৷ যাৰ বাবে শুকুৰবাৰে অভিভাৱকসকল বিদ্যালয়খনত উপস্থিত হৈ উত্তপ্ত কৰি তোলে পৰিস্থিতি ৷ ইপিনে অভিভাৱকসকলে প্ৰধান শিক্ষকজনৰ এনে কাণ্ডৰ উচিত শাস্তি দাবী কৰে ৷ অৱশ্যে ছাত্ৰ-ছাত্ৰীৰ এনে অভিযোগ অস্বীকাৰ কৰিছে প্ৰধান শিক্ষকগৰাকীয়ে ৷

Slug : As_Chg_17th May_807 to 810_Bongaigaon teacher sexual assault student_vis & byt_Abdul Maleque Ahmed. 

Send by ftp. 

প্ৰধান শিক্ষকৰ বিৰুদ্ধে কন কন ছাত্ৰীক যৌণ নিৰ্যাতন চলোৱাৰ অভিযোগ। পিছে কোন এই মহান প্ৰধান শিক্ষক চাওঁক আমাৰ এক বিশেষ প্ৰতিবাদন।বঙাইগাওঁ জিলাৰ বঙাইগাওঁ মহকুমাৰ অন্তৰ্গত ৮৪৭ নং গেৰুকাবাৰী প্ৰৰ্থমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী ৰতন চন্দ্ৰ দাসৰ বিৰুদ্ধে কণ কণ ছাত্ৰীৰ এক গুৰুতৰ অভিযোগ। বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী ৰতন চন্দ্ৰ দাস ছাত্ৰ-ছাত্ৰী সকলক পাঠ দান কৰাৰ সময়ত চলায় ছাত্ৰী সকলক যৌণ নিৰ্যতন। কিমান নিকৃষ্ঠ মানশিকতাৰ প্ৰধান শিক্ষক এইজন। এয়া শুনক ছাত্ৰী সকলৰ নিজ মুখেৰে। কি কি কৰে প্ৰধান শিক্ষক জনে পাঠ্যদান চলি থকাৰ সময়ছোৱাত । 

এয়াই হৈছে আমাৰ সভ্য সমাজ লজ্জ্যানত কৰা ব্যাক্তি। অভিভাবক সকলে আজি এক গোট হৈ বিদ্যালয় উপস্তিত হয় আৰু বিদ্যালয় খনৰ কণ কণ ছাত্ৰী সকলৰ অভিযোগ মৰ্মে সংবাদ মাধ্যমৰ আগত নিজৰ মত ব্যাক্ত কৰে এইদৰে। 

প্ৰধান শিক্ষক শ্ৰী ৰতন চন্দ্ৰ দাসে ছাত্ৰী সকলক কয় যে ঘৰৰ অভিভাবক সকলক এই বিষয়ে একো কোৱাৰ দৰকাৰ নাই। যদি কয় তেন্তে প্ৰানে মৰাৰ ভাবুকি প্ৰদান কৰে ছাত্ৰী সকলক। সংবাদ মাধ্যমৰ কেমেৰা দেখি হতভম্ব হৈ পৰে প্ৰধান শিক্ষক শ্ৰী ৰতন চন্দ্ৰ দাস আৰু বাতৰি পৰিবেশন নকৰাৰ বাবে বিনম্ৰ ভাবে অনুৰোধ জনায় সংবাদ মাধ্যমক।

ঘটনা সন্দৰ্ভত সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনায় লগতে জিলা খনৰ প্ৰাথমিক শিক্ষা বিষয়াক সংবাদ মাধ্যম যোগে আবেদন জনায় যে এই নিৰ্লজ্য প্ৰধান শিক্ষকক অতি শীঘ্ৰে চাকৰিৰ পৰা নিলম্বন কৰিব লাগে অন্যথা শ্ৰী ৰতন চন্দ্ৰ দাসৰ নিচিনা প্ৰধান শিক্ষক বিদ্যলয়ত থাকিলে ছাত্ৰ-ছাত্ৰীৰ ভৱিশ্যত     
অধিক বেয়া হব।

বাইট: প্ৰধান শিক্ষক
বাইট: ছাত্ৰী সকল
বাইট: ছাত্ৰীৰ অভিভাবক
বাইট: ছাত্ৰনেতা বেংগলী ফেডাৰেছন।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.