ETV Bharat / state

অভয়াপুৰীত ভয়াৱহ পথ দুৰ্ঘটনা - অভয়াপুৰী

ঈদৰ আনন্দ উলাহৰ মাজতে অভয়াপুৰীত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত

অভয়াপুৰীত এক ভয়াবহ পথ দুৰ্ঘটনা
author img

By

Published : Aug 12, 2019, 7:08 PM IST

বঙাইগাঁও,12 আগষ্ট :

  • সোমবাৰে বিয়লি উত্তৰ শালমাৰাৰ হৰি মন্দিৰৰ সমীপত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা
  • তুলুঙীয়াৰ পৰা উত্তৰ শালমাৰা অভিমুখে AS-19F-1367 নম্বৰৰ মটৰ চাইকেলেৰে দুজন যুৱকে গৈ থকা অৱস্থাত ঘাইপথৰ দাঁতিত থকা গছত প্ৰচণ্ড খুন্দা মাৰে
  • দুৰ্ঘটনাত এজন বাইক আৰোহী থিতাতে নিহত হোৱাৰ লাগে আন এজন গুৰুতৰ ভাৱে আহত হয়
  • বৰ্তমান বঙাইগাঁও চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আহত আৰোহীজন
  • বৰ্তমান লৈ জানিব পৰা হোৱা নাই বাইক আৰোহী দুগৰাকীৰ পৰিচয়

Intro:Road mishap , One DeathBody:Slug- Road Mishap
Date- 12.08.19

Voice Over- ঈদৰ আনন্দ উল্লাহৰ মাজতে আজি বিয়লি অভয়াপুৰীত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত। উত্তৰ শালমাৰাৰ হৰি মন্দিৰৰ সমীপত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো। বিয়লি ভাগত তুলুঙীয়াৰ পৰা উত্তৰ শালমাৰা অভিমুখে এ এছ ১৯ এফ ১৩৬৭ নম্বৰৰ মটৰ চাইকেলেৰে দুজন যুৱকে গৈ থকা অৱস্থাত হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ দাতিত থকা গছত প্ৰচণ্ড খুন্দা মাৰে ।দুৰ্ঘটনাটোৰ ফলত এজন বাইক আৰহী থিতাতে নিহত হোৱাৰ ওপৰি আন এজন আৰোহী গুৰুতৰ ভাৱে আহত হয়। । লগে লগে আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত গুৰুতৰ ভাবে আহত বাইক আৰোহী জনক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰন কৰে। বাইক আৰোহী দুগৰাকীৰ পৰিচয় বৰ্তমান লৈ জানিব পৰা হোৱা নাই।
Regards
Indranil Das
News Contributor
ETB VHARAT ASSAM
Abhayapuri SouthConclusion:Visual 1
Byte 1
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.