বঙাইগাঁও, 9 আগষ্টঃ বঙাইগাঁও চহৰৰ পাগলাস্থানত আজি আবেলি 4 বাজি 45 মান বজাত যাত্ৰীবাহী ৰেলৰ খুন্দাত এজন বয়োজ্যেষ্ঠ নাগৰিকৰ মৃত্যু ঘটে ৷ উজনিমূৱা ৰাজধানী এক্সপ্ৰেছ ৰেলখনে নিউ বঙাইগাঁও ৰেল ষ্টেচন এৰাৰ পাছতে বঙাইগাঁও চহৰৰ মাজেৰে যোৱা ৰেল পথৰ পাগলাস্থানত ৰে'লৱে অভাৰ ব্ৰীজৰ তলৰ পথেৰে পাৰ হ'ব খোজোতে ৰেলখনৰ খুন্দাত এজন অৱসৰ প্ৰাপ্ত ৰেল কৰ্মচাৰীৰ মৃত্যু ঘটে ৷ ঘটনাৰ পাছত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত লোকজনক বঙাইগাঁও চহৰৰ ভাকাৰিভিটাৰ নিবাসী ভৰত শৰ্মা(৬৫) বুলি চিনাক্ত কৰা হয় ৷ ঘটনাৰ পাছত উজনিমুৱা চণ্ডীগড় এক্সপ্ৰেছ যাত্ৰীবাহী ৰেলখন ঘটনাস্থলীত বহু সময় জুৰি ৰখাই থ'বলগীযা হয় ৷ পাছত অৱশ্যে চৰকাৰী ৰেল আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷
বঙাইগাঁৱত ৰেলৰ খুন্দাত অৱসৰ প্ৰাপ্ত ৰেল কৰ্মচাৰীৰ মৃত্যু - Chandigarh Express
বঙাইগাঁৱত উজনিমূৱা ৰাজধানী এক্সপেছৰ খুন্দাত অৱসৰপ্ৰাপ্ত ৰেল কৰ্মচাৰীৰ মৃত্যু ।
বঙাইগাঁও, 9 আগষ্টঃ বঙাইগাঁও চহৰৰ পাগলাস্থানত আজি আবেলি 4 বাজি 45 মান বজাত যাত্ৰীবাহী ৰেলৰ খুন্দাত এজন বয়োজ্যেষ্ঠ নাগৰিকৰ মৃত্যু ঘটে ৷ উজনিমূৱা ৰাজধানী এক্সপ্ৰেছ ৰেলখনে নিউ বঙাইগাঁও ৰেল ষ্টেচন এৰাৰ পাছতে বঙাইগাঁও চহৰৰ মাজেৰে যোৱা ৰেল পথৰ পাগলাস্থানত ৰে'লৱে অভাৰ ব্ৰীজৰ তলৰ পথেৰে পাৰ হ'ব খোজোতে ৰেলখনৰ খুন্দাত এজন অৱসৰ প্ৰাপ্ত ৰেল কৰ্মচাৰীৰ মৃত্যু ঘটে ৷ ঘটনাৰ পাছত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত লোকজনক বঙাইগাঁও চহৰৰ ভাকাৰিভিটাৰ নিবাসী ভৰত শৰ্মা(৬৫) বুলি চিনাক্ত কৰা হয় ৷ ঘটনাৰ পাছত উজনিমুৱা চণ্ডীগড় এক্সপ্ৰেছ যাত্ৰীবাহী ৰেলখন ঘটনাস্থলীত বহু সময় জুৰি ৰখাই থ'বলগীযা হয় ৷ পাছত অৱশ্যে চৰকাৰী ৰেল আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷
Body: বঙাইগাঁও চহৰৰ পাগলাস্থানত আজি আবেলি ৪ঃ৪৫ মান বজাত যাত্ৰীবাহী ৰেলৰ খুন্দাত এজন বয়োজ্যেষ্ঠ নাগৰিকৰ মৃত্যু ঘটে ৷ উজনিমূৱা ৰাজধানী এক্সপ্ৰেছ ৰেলখনে নিউ বঙাইগাঁও ৰেল ষ্টেচন এৰাৰ পাছতে বঙাইগাঁও চহৰৰ মাজেৰে যোৱা ৰেল পথৰ পাগলাস্থানত ৰেলৱে অভাৰ ব্ৰীজৰ তলৰ পথেৰে পাৰ হ'ব খোজোতে ৰেলখনৰ খুন্দাত এজন অৱসৰ প্ৰাপ্ত ৰেল কৰ্মচাৰীৰ মৃত্যু ঘটে ৷ ঘটনাৰ পাছত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত লোক জনক বঙাইগাঁও চহৰৰ ভাকাৰিভিটাৰ নিবাসী ভৰত শৰ্মা(৬৫) বুলি চিনাক্ত কৰা হয় ৷
Conclusion:ঘটনাৰ পাছত উজনি মূৱা চণ্ডীগড় এক্সপ্ৰেছ যাত্ৰী বাহী ৰেলখন ঘটনাস্থলীত বহু সময় জুৰি ৰথাই থ'বলগীযা হয় ৷ পাছত অৱশ্যে চৰকাৰী ৰেল আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।