ETV Bharat / state

আৰক্ষীয়ে আক্ৰমণ কৰিলে আৰক্ষীক - আৰক্ষীয়ে আক্ৰমণ কৰিলে আৰক্ষীক

গাঞ্জা থকাৰ সন্দেহত ৰেলৱে আৰক্ষীৰ পৰিদৰ্শক দীনেশ দাসৰ চাৰিটা ট্ৰলী বেগ তালাচী কৰিব খোজাত ৰেলৱে কনিষ্টবল সুভাষ চন্দ্ৰ সৰকাৰৰ ওপৰত খৰ্গহস্ত হয় আৰক্ষী পৰিদৰ্শকগৰাকী ৷

আৰক্ষীয়ে আক্ৰমণ কৰিলে আৰক্ষীক
author img

By

Published : Sep 21, 2019, 5:39 AM IST

বঙাইগাঁও, 21 চেপ্টেম্বৰ : নিউ বঙাইগাঁৱৰ ৰেলৱে জংচনত বৃহস্পতিবাৰে সন্ধিয়া ৰেলৱে আৰক্ষীৰ পৰিদৰ্শক দীনেশ দাসে এগৰাকী কনিষ্টবলক কৰ্তব্য অৱস্থাত থকাৰ সময়তে মাৰধৰ কৰাৰ অভিযোগ উঠিছে ৷ উত্তৰ পূৰ্বাঞ্চলৰ পৰা ৰেলযোগে দৈনিক বহি:ৰাজ্যলৈ গাঞ্জাকে আদি কৰি বিভিন্ন নিচা জাতীয় সামগ্ৰী সৰবৰাহ হয় ৷ গাঞ্জা বেপাৰীৰে একাংশ আৰক্ষী বিষয়াৰ গোপন মিতিৰালিৰ কথা পুনৰবাৰ প্ৰমাণিত হ'ল বঙাইগাঁৱত ৷

আৰক্ষীয়ে আক্ৰমণ কৰিলে আৰক্ষীক

গাঞ্জা থকাৰ সন্দেহত ৰেলৱে আৰক্ষীৰ পৰিদৰ্শক দীনেশ দাসৰ চাৰিটা ট্ৰলী বেগ তালাচী কৰিব খোজাত ৰেলৱে কনিষ্টবল সুভাষ চন্দ্ৰ সৰকাৰৰ ওপৰত খৰ্গহস্ত হয় আৰক্ষী পৰিদৰ্শকগৰাকী ৷ যাৰবাবে দীনেশ দাসে কৰ্তব্যৰত কনিষ্টবলগৰাকীক অশ্লীল ভাষাৰে মাৰধৰ কৰাৰ লগতে পিন্ধি থকা ইউনিফৰ্ম ফালি পিন্ধি থকা বেল্টেৰে মাৰধৰ কৰাৰ অভিযোগ উঠিছে ৷ বৰ্তমান ঘটনাৰ সংক্ৰান্তত ৰেলৱে আৰক্ষী পৰিদৰ্শক দীনেশ দাস আৰু কনিষ্টবল সুভাষ চন্দ্ৰ সৰকাৰে পৃথকে পৃথকে দাখিল কৰিছে এজাহাৰ ৷

Intro:নিউ বঙাইগাঁও ৰেলৱে জংচনত আৰক্ষীয়ে আক্ৰমন কৰিলে আৰক্ষীক ৷আৰক্ষীয়ে তৰিলে আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৷

Body:অসম আৰক্ষীত কালিকা লাগিছে । কোনো ঠাইত যদি অপৰাধি বিচৰাৰ নামত নিৰিহ তথা গৰ্ভৱতি মহিলাক আক্ৰমনৰ ঘটনা কৰবাত আকৌ আৰক্ষী অধিক্ষকে দণ্ডাধিশক আক্ৰমন কৰিছে কৰবাত আকৌ আৰক্ষীয়ে আৰক্ষীক আক্ৰমনৰ ঘটনা পোহৰলৈ আহিছে ।
এই ঘটনা সংঘটিত হৈছে নিউ বঙাইগাৱঁৰ ৰেলৱে জংচনত ৷কালি সন্ধ্যা নিউ বঙাইগাঁৱৰ চৰকাৰী ৰেলৱে আৰক্ষী( GRP) ৰ পৰিদৰ্শক দীনেশ দাসে এগৰাকী কনিষ্টবলক কৰ্তব্য অৱস্থাত থকাৰ সময়তে মাৰধৰ কৰাৰ লগতে পিন্ধি থকা ইউনিফৰ্ম ফালি দিয়াৰ লগতে পিন্ধি থকা বেল্টেৰে মাৰধৰ কৰাৰ অভিযোগ উঠিছে ৷
ৰেলৱে জংচনত চাৰিটা ট্ৰলি বেগ কনিষ্টবল সুভাষ চন্দ্ৰ সৰকাৰে তালাচি কৰাতে খৰ্গহস্ত হয় পৰিদৰ্শক দীনেশ দাসে ৷

উত্তৰ পূৰ্বাঞ্চল ৰেলৱেৰে ৰেল যোগে বহি ৰাজ্যলৈ দৈনিক যায় গাঞ্জাকে আদি কৰি নিচা জাতীয় সা সামগ্ৰী ৷ গাঞ্জা বেপাৰীৰে একাংশ আৰক্ষী বিষয়াৰ গোপন মিতিৰালি ৷ সেই মিতিৰালি প্ৰমান হল বঙাইগাৱঁত ৷ গাঞ্জা থকাৰ সন্দেহত তালাচি কৰিব খোজা কাৰ্যয়ে কাল হল কনিষ্টবল গৰাকীৰ ৷ খঙত অগ্নিশৰ্মা হৈ মুখেৰে যি তি লেতেৰা কথাৰে গালি পাৰি আক্ৰমন কৰিলে কনিষ্টবল গৰাকীক ৷
এই সংক্ৰান্তত বিষয়া গৰাকীৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰাৰ লগকে পৰিদৰ্শক গৰাকীও এখন এজাহাৰ দিয়ে ৷
ইপিনে এই ঘটনাৰ সংক্ৰান্তত উচ্চ পদস্থ বিষয়াই তদন্ত অব্যহত ৰাখিছে ৷

Byte 1/ কনিষ্টবল
Byte2/ পৰিদৰ্শক

Conclusion:মুঠতে অসম আৰক্ষী এতিয়া অসমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। যি আৰক্ষীয়ে জনসাধাৰনৰ নিৰাপত্তা দিব লাগে সেই আৰক্ষীকে এতিয়া জনসাধাৰনে নিৰাপত্তা দিয়াৰ পৰিৱেশৰ সৃষ্টী হৈছে ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.