ETV Bharat / state

বঙাইগাঁৱত কোঁচ ৰাজবংশী জাতীয় মঞ্চৰ ধৰ্ণা কাৰ্যসূচী

author img

By

Published : Feb 28, 2020, 2:47 PM IST

মঙলবাৰে বঙাইগাঁও জিলাৰ বিভিন্ন ক্ষেত্ৰৰ সমস্যাসমূহ সাঙুৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে কোঁচ ৰাজবংশী জাতীয় মঞ্চই ৷ ধৰ্ণা কাৰ্যসূচীৰ অন্তত বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

Bongaigaon koch rajbangshi jatiya mancha protest
বঙাইগাঁৱত কোঁচ ৰাজবংশী জাতীয় মঞ্চৰ ধৰ্ণা কাৰ্যসূচী

বঙাইগাঁও,28 ফেব্ৰুৱাৰীঃ বঙাইগাঁৱত কোঁচ ৰাজবংশী জাতীয় মঞ্চৰ দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন ৷ মঙলবাৰে জিলাখনৰ বিভিন্ন ক্ষেত্ৰৰ সমস্যাসমূহ সাঙুৰি এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে কোঁচ ৰাজবংশী জাতীয় মঞ্চই ৷ কোঁচ ৰাজবংশী সকলৰ ঐতিহাসিক অঞ্চলসমূহ, নিউ বঙাইগাঁৱৰ ৰেল দবা নিৰ্মাণ কাৰখানাৰ লগতে ডাংতল ভূমেশ্বৰ পাহাৰ বিটিআৰৰ পৰা বাহিৰ কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷

আনহাতে, ধৰ্ণা কাৰ্যসূচীৰ অন্তত বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ উক্ত ধৰ্ণা কাৰ্যসূচীত সদৌ কোঁচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰৱী সৰকাৰৰ লগতে বহু সংখ্যক লোক উপস্থিত থাকে ৷

লগতে পঢ়ক-যুৱতী-মহিলাক নিৰ্যাতনৰ পৰা ৰক্ষা কৰিব এযোৰ কাণফুলিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.