ETV Bharat / state

কৃষকৰ খেতিত চলিল বঙাইগাঁও প্ৰশাসনৰ জে চি বি - Bongaigaon

বিজেপি শাসিত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে জাতি,মাটি,ভেটি আৰু বৰাক,ব্ৰহ্মপুত্ৰ,পাহাৰ ভৈয়ামৰ কথা কৈ আহিছে যদিও দেখা গৈছে ইয়াৰ এত বিপৰীত ছবিহে ৷ শনিবাৰে বিহুৰ দিনটোতে বঙাইগাঁৱৰ বৰখাতা( তৃতীয় খণ্ড,নয়াপাৰা)ত খিলঞ্জীয়াৰ ভূমিৰ ওপৰ চলিল বঙাইগাঁও জিলা প্ৰশাসনৰ জে চি বি ৷

bongaigaon-eviction-public-protest
কৃষকৰ খেতিত চলিল বঙাইগাঁও প্ৰশাসনৰ জে চি বি
author img

By

Published : Oct 18, 2020, 2:21 PM IST

বঙাইগাঁও, 18 অক্টোবৰ : শনিবাৰে কাতি বিহুৰ দিনাই বঙাইগাঁৱৰ কৃষক ৰাইজৰ চকুত চকুলো ৷ হেঁপাহৰ কাতি বিহুৰ দিনাই চহা কৃষকৰ তথা খিলঞ্জীয়াৰ ওপৰত চলিল অত্যাচাৰ ৷ বিজেপি শাসিত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে জাতি,মাটি,ভেটি আৰু বৰাক,ব্ৰহ্মপুত্ৰ, পাহাৰ ভৈয়ামৰ কথা কয় যদিও শনিবাৰে বিহুৰ দিনত বঙাইগাঁৱৰ বৰখাতা( তৃতীয় খণ্ড,নয়াপাৰা)ত খিলঞ্জীয়াৰ ভূমিৰ ওপৰ চলিল বঙাইগাঁও জিলা প্ৰশাসনৰ জে চি বি ৷

bongaigaon-eviction-public-protest
কৃষকৰ খেতিত চলিল বঙাইগাঁও প্ৰশাসনৰ জে চি বি

চৰকাৰী প্ৰশিক্ষণ কেন্দ্ৰ আৰু আবাসী ভৱন নিৰ্মাণ কৰাৰ বাবে জিলা প্ৰশাসনে 65 বিঘা কৃষি ভূমিত জে চি বি লগাই বেদখল মুক্ত কৰিবলৈ চেষ্টা কৰে ৷

বছৰ বছৰ ধৰি স্থানীয় ৰাইজে মাটিৰ খাজানা দি অহা কৃষিভূমিৰ মাটি দখলমুক্ত কৰিবলৈ অহাত ৰাইজ উত্তেজিত হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কাম বন্ধ কৰি দিয়ে ৷
লগতে পঢ়ক: প্ৰসংগ মিজো আগ্ৰাসনঃ সৰৱ যুৱ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.