ETV Bharat / state

আই আৰু মানাহ নদীৰ বাঢ়নী পানীৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ সতৰ্কবাণী - District police

বঙাইগাঁও জিলাৰ আই আৰু মানাহ নদীৰ বাঢ়নী পানীয়ে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য কৰি শুকুৰবাৰে জিলা খনত সতৰ্কবাণী জাৰি কৰিছে ।

Bongaigaon district administration appeal flood affected people

author img

By

Published : Jul 11, 2020, 12:09 AM IST

উত্তৰ অভয়াপুৰী, ১০ জুলাই : বঙাইগাঁও জিলাৰ আই আৰু মানাহ নদীৰ বাঢ়নী পানীয়ে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য কৰি শুকুৰবাৰে জিলা খনত সতৰ্কবাণী জাৰি কৰিছে প্ৰশাসনে।

জিলা খনৰ উত্তৰ শালমাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ পৰা এক লিখিত সতৰ্কবাণীয়ে ইতিমধ্যে নৈ পৰীয়া মানুহৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰিছে । আই আৰু মানাহ নদীৰ বাঢ়নী পানী যাতে অনাকাংক্ষিত মৃত্যুৰ কাৰণ হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই সতৰ্কবাণী জাৰি কৰিছে । জানিব পৰা মতে, বাৰিষাৰ সময়ত নদীত গা ধোৱা, সাঁতোৰা, মাছ মৰা, নাও চলোৱা, ফেৰি সেৱা আদিৰ ওপৰত প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছে ।

লগতে পঢ়ক : সেউজী ধৰণী গঢ়াৰ সপোনত বিভোৰ নলবাৰীৰ নেলচন মেণ্ডেলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.