আজি বঙাইগাঁওত অসম প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ মত বিনিময় সভা অনুষ্টিত হৈ যায় । বঙাইগাঁও সদৰ চহৰৰ ৭ নম্বৰ ৱাৰ্ডত অনুষ্ঠিত এই মত বিনিময় সদ্য প্ৰকাশিত এন আৰ চিৰ চুড়ান্ত তালিকাৰ পৰা বাদ পৰি যোৱা ভাৰতীয় লোক সকলৰ সৈতে হয় । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ৰকিবুল হুচেইন, কেবাজনক বিধায়ক এই মত বিনিময় অনুষ্ঠানত উপস্থিত থাকে । এন আৰ চিৰ পৰা বাদ পৰা প্ৰতিজন ভাৰতীয় নাগৰিকৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত হ'বই লাগিব আৰু তাৰ বাবে সকলো ধৰনৰ আইনী সহায় আগবঢ়াব প্ৰদেশ কংগ্ৰেছে । কিদৰে নিজৰ নাম বাদ পৰা লোকসকলে এন আৰ চিত অন্তৰ্ভূক্ত কৰিবলৈ আগবাঢ়িব লাগিব সেই বিষয়ে বিতং আলোচনা কৰে প্ৰদেশ কংগ্ৰেছ নেতৃত্বই । তাৰ পিচতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সহ আটাইকেইজন লোকে বঙাইগাঁও আৱৰ্ত ভৱনত আহাৰ গ্ৰহন কৰে । বঙাইগাঁও আৱৰ্তভৱনত প্ৰদেশ কংগ্ৰেছ নেতৃত্বই সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি সভাপতি ৰিপুন বৰাই অসম চৰকাৰক সমালোচনা কৰি গুধুত্বপুৰ্ণ মন্তব্য কৰে ।
NRC ৰ পৰা বাদ পৰা বৈধ ভাৰতীয়ক সহায় কৰিব প্ৰদেশ কংগ্ৰেছে - প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ মতবিনিময় অনুষ্ঠান
বঙাইগাঁওত প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ মতবিনিময় অনুষ্ঠান । সদ্য প্ৰকাশিত এন আৰচিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা ভাৰতীয় লোক সকলৰ সৈতে এই মত বিনিময় অনুষ্ঠান ।
আজি বঙাইগাঁওত অসম প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ মত বিনিময় সভা অনুষ্টিত হৈ যায় । বঙাইগাঁও সদৰ চহৰৰ ৭ নম্বৰ ৱাৰ্ডত অনুষ্ঠিত এই মত বিনিময় সদ্য প্ৰকাশিত এন আৰ চিৰ চুড়ান্ত তালিকাৰ পৰা বাদ পৰি যোৱা ভাৰতীয় লোক সকলৰ সৈতে হয় । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ৰকিবুল হুচেইন, কেবাজনক বিধায়ক এই মত বিনিময় অনুষ্ঠানত উপস্থিত থাকে । এন আৰ চিৰ পৰা বাদ পৰা প্ৰতিজন ভাৰতীয় নাগৰিকৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত হ'বই লাগিব আৰু তাৰ বাবে সকলো ধৰনৰ আইনী সহায় আগবঢ়াব প্ৰদেশ কংগ্ৰেছে । কিদৰে নিজৰ নাম বাদ পৰা লোকসকলে এন আৰ চিত অন্তৰ্ভূক্ত কৰিবলৈ আগবাঢ়িব লাগিব সেই বিষয়ে বিতং আলোচনা কৰে প্ৰদেশ কংগ্ৰেছ নেতৃত্বই । তাৰ পিচতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সহ আটাইকেইজন লোকে বঙাইগাঁও আৱৰ্ত ভৱনত আহাৰ গ্ৰহন কৰে । বঙাইগাঁও আৱৰ্তভৱনত প্ৰদেশ কংগ্ৰেছ নেতৃত্বই সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি সভাপতি ৰিপুন বৰাই অসম চৰকাৰক সমালোচনা কৰি গুধুত্বপুৰ্ণ মন্তব্য কৰে ।
Body:আজি বঙাইগাঁওত অসম প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ মত বিনিময় সভা অনুষ্টিত হৈ যায় । বঙাইগাঁও সদৰ চহৰৰ ৭ নম্বৰ ৱাৰ্ডত অনুষ্টিত এই মত বিনিময় সদ্য প্ৰকাশিত এন আৰ চিৰ চুড়ান্ত তালিকাৰ পৰা বাদ পৰি যোৱা ভাৰতীয় লোক সকলৰ সৈতে হয় । প্দেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ৰকিবুল হুচেইন,কেবাজনক বিধায়ক এই মত বিনিময় অনুষ্টানত উপস্থিত থাকে । এন আৰ চিৰ পৰা বাদ পৰা প্ৰতিজন ভাৰতীয় নাগৰিকৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত হবই লাগিব আৰু তাৰ বাবে সকলো ধৰনৰ আইনী সহায় আগবঢ়াব প্ৰদেশ কংগ্ৰেছে । কদৰে নিজৰ নাম বাদ পৰা লোক সকলে এন আৰ চিত অন্তৰ্ভূক্ত কৰিবলৈ আগবাঢ়িব লাগিব সেই বিষয়ে বিতং আলোচনা কৰে প্ৰদেশ কংগ্ৰেছ নেতৃত্বই । তাৰ পিচতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সহ আটাইকেইজন লোকে বঙাইগাঁও আৱৰ্ত ভৱনত আহাৰ গ্ৰহন কৰে ।
বঙাইগাঁও আৱৰ্তভৱনত প্ৰদেশ কংগ্ৰেছ নেতৃত্বই সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি সভাপতি ৰিপুন বৰাই অসম চৰকাৰক সমালোচনা কৰি গুধুত্বপুৰ্ণ মন্তব্য কৰে ।
বাইট : ৰিপুন বৰা,সভাপতি অসম প্ৰদেশ কংগ্ৰেছ ।
প্ৰাক্তন বিধায়ক ৰকিবুল হুচেইনেও অসম চৰকাৰক সমালিচনা কৰি কয় যে অসম চৰকাৰ সকলোতেই বিফল হৈছে । আৰক্ষীক ব্যৱহাৰ কৰি বিভিন্ন ঠাইত কংগ্ৰেছী লোকক আক্ৰমন কৰাৰ গুৰুত্বপুৰ্ণ অভিযোগ কৰে । যেতিয়া চৰকাৰে পুলুচক ব্যৱহাৰ কৰি অন্যায় কৰায় তাৰ পিচত পুলিচে অন্যায় কৰিলে চৰকাৰে ব্যৱস্থা লব নোৱাৰে বুলিয়ো কয় । অনাহকত নিৰিহক হাৰাশাস্থি বন্ধৰ দাবী জনাই দোষীৰ শাস্থি বিচাৰে । পুজাৰ সময়ত দুখীয়া মানুহৰ সমস্যা সমাধানৰ বাবে চৰকাৰে ব্যৱস্থা লওক বুলিয়ো কয় ৰকিবুল হুচেইনে ।
বাইট : ৰকিবুল হুচেইন ।
Conclusion:অসমৰ প্ৰতিটো প্ৰান্ততেই প্ৰদেশ কংগ্ৰেছে প্ৰকৃত ভাৰতীয় লোক যিসকলৰ নাম এন আৰ চিৰ পৰা কৰ্তন কৰা হৈছে তেওঁলোকৰ সৈতে মত বিনিময়ৰ কথা জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে । দিকবিদিক হেৰুৱা দৰিদ্ৰ ভাৰতীয় সকলো লোকক এন আৰচিত নাম অন্তৰ্ভূক্তিৰ বাবে কংগ্ৰেছে কাম কৰিব বুলিও কয় সভাপতি ৰিপুন বৰাই ।
বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।।