ETV Bharat / state

বিজনীত অগপৰ বিশাল বাইক ৰেলী

author img

By

Published : Jan 19, 2021, 9:35 PM IST

বিজনী দহলাপাৰা 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অগপ দলৰ বিশাল বাইক ৰেলী আৰম্ভ হয় । ৰেলীত অগপ সভাপতি অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে । বাইক ৰেলীৰে বঙাইগাঁও জিলাৰ অভয়াপুৰী গান্ধী ময়দানত অনুষ্ঠিত ঐক্য জাতীয় সমাৰোহলৈ যাত্ৰা ।

bongaigaon-agp-byke-rally
বিজনীত অগপৰ বিশাল বাইক ৰেলী

চিৰাং, 19 জানুৱাৰী : চিৰাঙৰ বিজনী দহলাপাৰা 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অগপ দলৰ বিশাল বাইক ৰেলী আৰম্ভ হয় । ৰেলীত অগপ সভাপতি অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে । বাইক ৰেলীৰে বঙাইগাঁও জিলাৰ অভয়াপুৰী গান্ধী ময়দানত অনুষ্ঠিত ঐক্য জাতীয় সমাৰোহলৈ যাত্ৰা ।

bongaigaon-agp-byke-rally
বিজনীত অগপৰ বিশাল বাইক ৰেলী

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ যুৱ পৰিষদৰ উদ্যোগত জাতীয় ঐক্য সমাৰোহত প্ৰায় তিনি সহশ্ৰাধিক বাইক, বাছ আৰু অটোৰিক্সাৰে অগপৰ কেন্দ্ৰীয় কমিটীৰ সভাপতি অতুল বৰা আৰু কেশৱ মহন্তক আদৰি নিয়া দেখা যায় । অভয়াপুৰী গান্ধী ময়দানত হ'ব লগা অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহত উপস্থিত থাকিব অতুল বৰা, কেশৱ মহন্ত, জিতু বৰগোহাঞি, মন্ত্ৰী ফনীভূষণ চৌধুৰী, প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ লগতে অগপ দলৰ বহুত জেষ্ঠ নেতা ।

বিজনীত অগপৰ বিশাল বাইক ৰেলী

এক সাক্ষাৎকাৰত অতুল বৰাই কয় যে, অসমত নতুনকৈ যি আঞ্চলিক দলৰ আৰ্বিভাৱ হৈছে তাৰ দ্বাৰা আমাৰ কোনো ধৰণৰ ক্ষতি নহয় । আমি কৃষক সকলৰ বাবে নানা ধৰণৰ আচনি ৰূপায়ন কৰিছো আৰু বহুতো নতুন আচনি প্ৰস্তুত কৰিছো । আগন্তক দিনত অসমত আমি কৃষি বিপ্লৱৰ সুচনা কৰিম বুলিও মন্তব্য নেতা গৰাকীৰ ।

লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে ভাৰতীয় আৰু ফ্ৰান্স ৰাফেলৰ মাজত অপাৰেশ্বন #ডিজাৰ্টনাইট21

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.