ETV Bharat / state

বঙালী যুৱ ছাত্ৰ ফেডেৰেচনৰ নেতা সম্ৰাট ভাওৱালক গ্ৰেপ্তাৰ - বঙালী যুৱ ছাত্ৰ ফেডেৰেচনৰ নেতা সম্ৰাট ভাওৱালক গ্ৰেপ্তাৰ

মঙলবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিয়া বন্ধৰ সময়তেই প্ৰতিবাদকাৰীক আক্ৰমণ কৰিছিল সম্ৰাট ভাওৱালে ৷ তাৰ পিচতে আছু,আক্ৰাছু,কৃষক মুক্তি,গৰীয়া মৰীয়া কে আদি কৰি যুৱছাত্ৰ পৰিষদৰ নতৃবৰ্গই অভিযুক্তক আটক কৰাৰ বাবে আৰক্ষীৰ ওপৰত হেচা প্ৰয়োগ কৰে ৷

Bengali student union leader samarat bhauwal arrest
বঙালী যুৱ ছাত্ৰ ফেডেৰেচনৰ নেতা সম্ৰাট ভাওৱালক গ্ৰেপ্তাৰ
author img

By

Published : Dec 11, 2019, 11:36 AM IST

বঙাইগাঁও,11 ডিচেম্বৰঃ বঙাইগাঁৱত আছু কৰ্মীক আক্ৰমণৰ ঘটনাত জড়িত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডেৰেচনৰ নেতা সম্ৰাট ভাওৱালক গ্ৰেপ্তাৰ ৷ উল্লেখ্য যে, মঙলবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিয়া বন্ধৰ সময়তেই প্ৰতিবাদকাৰীক আক্ৰমণ কৰিছিল সম্ৰাট ভাওৱালে ৷ তাৰ পিচতে আছু,আক্ৰাছু,কৃষক মুক্তি,গৰীয়া মৰীয়াকে আদি কৰি যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৰ্গই অভিযুক্তক আটক কৰাৰ বাবে আৰক্ষীৰ ওপৰত হেঁচা প্ৰয়োগ কৰে ৷ আক্ৰমণৰ সৈতে জড়িত লোকক 12 ঘন্টাৰ ভিতৰত আটক নকৰিলে বুধবাৰে 12 ঘন্টীয়া বঙাইগাঁও জিলা বন্ধৰ ভাবুকি প্ৰদান কৰে ৷ আৰক্ষীয়ে তাৎক্ষণিকভাৱে অভিযোগৰ ভিত্তিত পুৱতি নিশা গ্ৰেপ্তাৰ কৰে সম্ৰাট ভাওৱালক ৷

সম্ৰাট ভাওৱালক গ্ৰেপ্তাৰ

আৰু পঢ়ক- ৰাজ্যসভাত গৃহীত হ'বনে কেব ? তীব্ৰ উৎকণ্ঠা

Intro:কালি অসম বন্ধৰ সময় ছোৱাত বঙাইগাঁওত আছু কৰ্মিক আক্ৰমনৰ ঘটনাত জড়ি সদৌ অসম বেঙ্গলি যুৱ ছাত্ৰ ফেডেৰেচনৰ নেতা সম্ৰাট ভাউৱালক নিশা গ্ৰেপ্তাৰ । নাগৰিকত্ব সংশোধনি বিধেয়কৰ বিৰুদ্ধে দিয়া বন্ধৰ সময়ত আছু কৰ্মিক আক্ৰমন কৰাৰ অভিযোগ এইজন কেব সমৰ্থিত নেতাৰ বিৰুদ্ধে । তাৰ পিচতে আছু,আক্ৰাছু,কৃষক মুক্তি,গৰীয়া মৰীয়া কে আদি কৰি যুৱছাত্ৰ পৰিষদৰ বেতৃবৰ্গই আছুৰ কৰ্মিক আক্ৰমনৰ সৈতে জড়িত লোকক ১২ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে আজি ৰাতিপুৱা ৬ বজাৰ পৰা ১২ ঘন্টীয়া বঙাইগাঁও জিলা বন্ধৰ ভাৱুকি দিছিল । তাৰ পিচতেই পুৱতি নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এইজন নেতাক ।

বাইট : সুবোধ সোনোৱাল, আৰক্ষী অধিক্ষক বঙাইগাঁও ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।

Body:কালি অসম বন্ধৰ সময় ছোৱাত বঙাইগাঁওত আছু কৰ্মিক আক্ৰমনৰ ঘটনাত জড়ি সদৌ অসম বেঙ্গলি যুৱ ছাত্ৰ ফেডেৰেচনৰ নেতা সম্ৰাট ভাউৱালক নিশা গ্ৰেপ্তাৰ ।

Conclusion:কালি অসম বন্ধৰ সময় ছোৱাত বঙাইগাঁওত আছু কৰ্মিক আক্ৰমনৰ ঘটনাত জড়ি সদৌ অসম বেঙ্গলি যুৱ ছাত্ৰ ফেডেৰেচনৰ নেতা সম্ৰাট ভাউৱালক নিশা গ্ৰেপ্তাৰ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.