ETV Bharat / state

ভাৰতীয়ই ভাৰতত হ'ল বিদেশী, বঙাইগাঁৱত প্ৰতিবাদ - AAMSU PROTEST

প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ মুৰ্দাবাদ ,অসম চৰকাৰ হাই হাই, বৈধ নাগৰিকৰ ওপৰত হাৰাশাস্তি নচলিব আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । লগতে সংখ‍্যালঘু লোকৰ ওপৰত অত্যাচাৰ বন্ধ নকৰিলে ৰাজ্যজুৰি আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃত্বই ।

ভাৰতীয় নাগৰিকক বিদেশী ঘোষণা কৰাৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : May 31, 2019, 2:58 PM IST

Updated : May 31, 2019, 3:29 PM IST

বঙাইগাওঁ, ৩১ মেঃ বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ সন্মুখত ভাৰতীয় নাগৰিকক বিদেশী ঘোষণা কৰাৰ বিৰুদ্ধে সংখ্যালঘু ছাত্ৰ সন্থাৰ প্ৰতিবাদ । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ প্ৰতিবাদকাৰীৰ ।

ভাৰতীয় নাগৰিকক বিদেশী ঘোষণা কৰাৰ বিৰুদ্ধে প্ৰতিবাদ

অসম চৰকাৰৰ গৃহ বিভাগৰ অধীনস্থ সীমান্ত শাখাৰ আৰক্ষীয়ে ভাৰতীয় সেনা বিষয়া ম: সোনা উল্লাহৰ লগতে নিৰীহ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰ ভাৰতীয় নাগৰিকক বিদেশী ঘোষণা কৰি ডিটেনশ্বন কেম্পত বন্দী কৰাৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ দাহ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি । লগতে প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ মুৰ্দাবাদ ,অসম চৰকাৰ হায় হায়, বৈধ নাগৰিকৰ ওপৰত হাৰাশাস্তি নচলিব আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । লগতে সংখ‍্যালঘু লোকক অত্যাচাৰ বন্ধ নকৰিলে ৰাজ্যজুৰি আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃত্বই ।

লগতে আন এটা বাতৰি - জুৰীয়াত চৈধ্যজন লোকক বিদেশী ঘোষণা

Intro:বঙাইগাঁও ত সদৌ অসম সংখ‍্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ প্ৰতিবাদ । ছাত্ৰ সংগঠন টোৱে মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ কৰি কৰে এই প্ৰতিবাদ। বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁওৰ ৰেল ষ্টেচনৰ সন্মুখত ৰাজপথত কৰে এই প্ৰতিবাদ কৰে আমছুয়ে । ৩০ বছৰ দেশৰ হৈ সেৱা আগবঢ়োৱা সেনা বাহিনীৰ কছপ্টেইন হৈ ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা মহাম্মদ সোনা উল্লা নামৰ অৱসৰৰ পিচত সীমান্ত আৰক্ষিত উপ পৰিদৰ্শক হিচাবে যোগদান কৰি থকা অৱস্থাত তেওঁক বিদেশী সজাই ডিটেনচন কেম্পলৈ প্ৰেৰন কৰাৰ বিৰুদ্ধে আৰু বিনা চৰ্তে মুক্তিৰ দাবীত এই প্ৰতিবাদ কৰে আমছুয়ে।

বাইট : ৰেজাউল কৰিম সৰকাৰ,সভাপতি আমছু ।

সীমান্ত আৰক্ষী আৰু ন‍্যায়পালিকাক ব‍্যৱহাৰ কৰি মুখ‍্যমন্ত্ৰীয়ে অসমৰ ভাষিক আৰু সংখ‍্যালঘু লোকক এই দৰে বিদেশীৰ নামত হাৰাশাস্থি কৰি নিষেশ কৰাৰ ষঢ়যন্ত্ৰ কৰাৰ অভিযোগ কৰে আমছুয়ে । অতিশীঘ্ৰে এই অত‍্যাচাৰ
বন্ধ নকৰিলে অসম ব‍্যাপি আন্দোলনৰ হুংকাৰ দিয়ে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : ৰেজাউল কৰিম সৰকাৰ,সভাপতি আমছু ।

Conclusion:সীমান্ত আৰক্ষী আৰু ন‍্যায়পালিকাক ব‍্যৱহাৰ কৰি মুখ‍্যমন্ত্ৰীয়ে অসমৰ ভাষিক আৰু সংখ‍্যালঘু লোকক এই দৰে বিদেশীৰ নামত হাৰাশাস্থি কৰি নিষেশ কৰাৰ ষঢ়যন্ত্ৰ কৰাৰ অভিযোগ কৰে আমছুয়ে । অতিশীঘ্ৰে এই অত‍্যাচাৰ
বন্ধ নকৰিলে অসম ব‍্যাপি আন্দোলনৰ হুংকাৰ দিয়ে ।
Last Updated : May 31, 2019, 3:29 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.