ETV Bharat / state

হাজাৰ হাজা়ৰ লোকৰ সমাগমেৰে অভয়াপুৰীত অশোকাষ্টমী পূজা - বঙাইগাঁও

পাঁচদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা উত্তৰ অভয়াপুৰীত আৰম্ভ হোৱা অশোকাষ্টমী মেলাত ভিৰ অগণন লোকৰ

অভয়াপুৰীত অশোকাষ্টমী পূজা
author img

By

Published : Apr 13, 2019, 11:47 AM IST

বঙাইগাঁও, 13 এপ্ৰিল : পবিত্ৰ অশোকাষ্টমী পূজা উপলক্ষে উত্তৰ অভয়াপুৰীৰ ফাগুনা গাঁও মানাহ ৰে’ল দলঙৰ সমীপত হাজাৰ হাজা়ৰ লোকৰ সমাগম ৷ প্ৰবাদ অনুসৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ জন্মদিন আৰু গংগাকে আদি কৰি পুণ্যতীৰ্থবোৰ ব্ৰহ্মপুত্ৰত মিলিত হোৱা এই পৱিত্ৰ দিনটোত বিভিন্ন অঞ্চলৰ পৰা ভক্তগণ আহি গংগা স্নান কৰে ৷ নিজৰ পাপ মোচনৰ বাবেই এই পবিত্ৰ দিনটোতে সকলোৱে গংগা স্নান কৰি পূজা কৰে ৷ পাঁচদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা উত্তৰ অভয়াপুৰীত আৰম্ভ হৈছে এই মেলাৰ ৷

Intro:উত্তৰ অভয়াপুৰীৰ ফাগুনা গাওঁ মানাহ ৰেল ব্ৰীজৰ কাষত অশোকা অষ্টমী পূজা। হাজাৰ হাজাৰ লোকৰ সমাগম। গংগা স্নান। Body:পৰম্পৰাগত প্ৰথা অনুসৰি আজি বঙাইগাঁও জিলাৰ ফাগুনা গাৱৰ মানাহ ৰেল ব্ৰীজৰ কাষতে আয়োজন কৰা হৈছে অষ্টমী পূজা। বিভিন্ন অঞ্চলৰ পৰা ভক্ত সকল আহি গংগা স্নান কৰিছে। হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে। বৃদ্ধ তথা মৃত মা দেউতা, স্বামীৰ লগতে নিজৰ পাপ মোচনৰ বাবে পুৰুষ মহিলা, লৰা ছোৱালী সকলোৱে একেলগে নদীত গা ধুই পুজা কৰিছে। পাচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই মেলাৰ আজি প্ৰথম দিনত হাজাৰ হাজাৰ লোকৰ সমাগম হোৱা দেখা যায়।Conclusion:ভক্ত আৰু পুৰোহিতৰ মন্তব্য।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.