ETV Bharat / state

কেব বিৰোধী প্ৰতিবাদত তোলপাৰ ৰাজ্য

author img

By

Published : Dec 11, 2019, 12:57 PM IST

তৃতীয়দিনাও ৰাজ্যজুৰি অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ ৷ বঙাইগাঁৱৰ ৰাজপথত কেবৰ প্ৰতিলিপি দাহ,গুৱাহাটীত প্ৰতিবাদী সমদল ইউ এছ টি এমৰ শিক্ষাৰ্থী সকলৰ,হাতে হাতে ভলুকা বাঁহ লৈ নগাঁৱত উত্তাল প্ৰতিবাদ কৃষক মুক্তি,ধেমাজিতো অব্যাহত প্ৰতিবাদ ৷

অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ
অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ

নিউজ ডেস্ক, 11 ডিচেম্বৰ: ৰাজ্যজুৰি অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ ৷ সৰ্বাত্মক বন্ধত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চল ৷

বঙাইগাঁও: বঙাইগাঁৱৰ ৰাজপথত কেবৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ অসম যুৱ ছাত্ৰ পৰিষদৰ ৷ কেব আমি নামানো,বিজেপি গ' বেক,অগপ গ' বেক,ফণীভূষণৰ কাম নাই আদি শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰে ৰাজপথ ৷

বঙাইগাঁৱৰ ৰাজপথত কেবৰ প্ৰতিলিপি দাহ

গুৱাহাটী: গুৱাহাটীৰো ভিন্ন স্থানত অব্যাহত আছে প্ৰতিবাদ ৷ আজি ইউ এছ টি এম চৌহদৰ পৰা খানাপাৰালৈ এক প্ৰতিবাদী সমদল উলিয়াই ইউ এছ টি এমৰ শিক্ষাৰ্থী সকলে ৷ চৰকাৰ তথা কেবৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনিৰে 37নং ৰাষ্ট্ৰীয় ঘাইপথ কঁপাই তোলে প্ৰতিবাদকাৰী সকলে ৷

প্ৰতিবাদী সমদল ইউ এছ টি এমৰ শিক্ষাৰ্থী সকলৰ

নগাঁও: ইফালে হাতে হাতে ভলুকা বাঁহ লৈ নগাঁৱত উত্তাল প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ নগাঁও-ধিং গড়কাপ্তানি পথৰ ভোমোৰাগুৰিৰ মেৰাতলত টায়াৰ জ্বলাই যান-বাহন চলাচল বন্ধ কৰে প্ৰতিবাদকাৰীয়ে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত জাজৰি আৰু বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰি মুকলি কৰি দিয়ে ৰাজপথ ৷

নগাঁৱত কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ

ধেমাজি: ধেমাজিতো অব্যাহত প্ৰতিবাদ ৷ আজি পুৱাৰে পৰা বন্ধ প্ৰতিবাদেৰে উত্তপ্ত হৈ পৰিল ধেমাজি ৷

ধেমাজিতো অব্যাহত প্ৰতিবাদ

লগতে পঢ়ক: আজি সকলোৱে কৈছে "দেশ বুলিলে নালাগে আদেশ

Intro:বঙাইগাঁওৰ ৰাজপথত কেবৰ প্ৰতিলিপি দাহ কৰি অসম যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ । বঙাইগাঁওৰ বৰপাৰাত এই প্ৰতিবাদ সাব্যস্থ কৰে ছাত্ৰ সংগঠনটোৱে । কেব আমি নামালো। বিজেপি গো বেক,অগপ গো বেক, ফণীভূষনৰ কাম নাই এই দৰেই শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ছাত্ৰ সংগঠনটোৱে ।

বাইট : মনোৰঞ্জন ভাগৱতি,সভাপতি বঙাইগাঁও জিলা সমিতি ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:বঙাইগাঁওৰ ৰাজপথত কেবৰ প্ৰতিলিপি দাহ কৰি অসম যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ।

Conclusion:বঙাইগাঁওৰ ৰাজপথত কেবৰ প্ৰতিলিপি দাহ কৰি অসম যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.