বঙাইগাঁও,29 অক্টোবৰঃ বঙাইগাঁওৰ অভয়াপুৰীৰ তুলুঙীয়াত কালিৰে পৰা চলি থকা ইতিহাস থিয়েটাৰৰ মঞ্চত অঘটন । মঞ্চৰ পৰা চাইকেলসহ সৰি পৰিল অভিনেতা জেফী বক্সী । এটা গানৰ দৃশ্যত অভিনয় কৰোতে চাইকেলসহ মঞ্চৰ পৰা তলত সৰি পৰাত সামান্যভাৱে আহত হয় শিল্পীগৰাকী ৷ অৱশ্যে আঘাতপ্ৰাপ্ত অৱস্থাৰেই নাটকখনত শেষলৈকে অভিনয় কৰে শিল্পীগৰাকীয়ে ৷ অভিনেতাজন সৰি পৰাৰ পিচতে কিছু সময়ৰ বাবে নাটকখন স্থগিত ৰখা হয় যদিও নিয়ম মতেই নাটকখন পুনৰ আৰম্ভ হয় ৷
অভিনয়ৰ মাজতে মঞ্চৰ পৰা সৰি পৰে অভিনেতা জেফী বক্সী - অভিনেতা জেফী বক্সীৰ বাতৰি
বঙাইগাঁওৰ অভয়াপুৰীৰ তুলুঙীয়াত ইতিহাস থিয়েটাৰত অভিনয়ৰ মাজতে মঞ্চৰ পৰা চাইকেলসহ সৰি পৰে অভিনেতাগৰাকী
অভিনেতা জেফী বক্সী
বঙাইগাঁও,29 অক্টোবৰঃ বঙাইগাঁওৰ অভয়াপুৰীৰ তুলুঙীয়াত কালিৰে পৰা চলি থকা ইতিহাস থিয়েটাৰৰ মঞ্চত অঘটন । মঞ্চৰ পৰা চাইকেলসহ সৰি পৰিল অভিনেতা জেফী বক্সী । এটা গানৰ দৃশ্যত অভিনয় কৰোতে চাইকেলসহ মঞ্চৰ পৰা তলত সৰি পৰাত সামান্যভাৱে আহত হয় শিল্পীগৰাকী ৷ অৱশ্যে আঘাতপ্ৰাপ্ত অৱস্থাৰেই নাটকখনত শেষলৈকে অভিনয় কৰে শিল্পীগৰাকীয়ে ৷ অভিনেতাজন সৰি পৰাৰ পিচতে কিছু সময়ৰ বাবে নাটকখন স্থগিত ৰখা হয় যদিও নিয়ম মতেই নাটকখন পুনৰ আৰম্ভ হয় ৷
Intro:বঙাইগাঁওৰ অভয়াপুৰীৰ তুলুঙীয়াত ইতিহাস থিয়েটাৰত অঘটন। মঞ্চৰ পৰা চাইকেলসহ সৰি পৰিল অভিনেতা জেফী বক্সী ।
Body: মঞ্চৰ পৰা চাইকেলসহ সৰি পৰিল অভিনেতা জেফী বক্সী ৷ এটা গানৰ দৃশ্যত অংশ লওঁতে চাইকেলসহ মঞ্চৰ পৰা তলত সৰি পৰাত সামান্যভাৱে আহত হয় শিল্পীগৰাকী ৷ অৱশ্যে আঘাতপ্ৰাপ্ত অৱস্থাৰেই নাটকখনত শেষলৈকে অভিনয় কৰে শিল্পীগৰাকীয়ে ৷ অভয়াপুৰীৰ তুলুঙীয়াত সংঘটিত হয় এই ঘটনা ৷ তুলুঙীয়া কালী পূজাত কালিৰ পৰা আৰম্ভ হৈছে ইতিহাস থিয়েটাৰ ।
Conclusion:অভিনেতাজন সৰি পৰাৰ পিচতে কিছু সময়ৰ বাবে নাট চলোৱা বন্ধ হয় যদিও নিয়ম মতেই লগে লগে নাট চলে ।
বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।

Last Updated : Oct 30, 2019, 11:46 AM IST