ETV Bharat / state

মাণিকপুৰত মানাহত জঁপিয়ালে ছাত্ৰীয়ে - ছাত্ৰীৰ আত্মহত্যাৰ চেষ্টা

ঘৰুৱা কাজিয়াৰ বাবেই আত্মহত্যাৰ চেষ্টা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে । ঘটনা সংক্ৰান্তত আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷

16 year old girl jumps from Bridge
author img

By

Published : May 12, 2019, 11:11 AM IST

বঙাইগাঁও , 12 মে' : বঙাইগাঁৱৰ মাণিকপুৰত মানাহ নৈৰ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা এগৰাকী ছাত্ৰীৰ ৷ বৰ্তমানলৈকে সন্ধানহীন দশম শ্ৰেণীৰ ছাত্ৰীগৰাকী ৷

বঙাইগাঁৱত ছাত্ৰীৰ আত্মহত্যাৰ চেষ্টা

বঙাইগাঁনৰ মাণিকপুৰৰ নগৰঝাৰ গাঁৱৰ দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মানাহ নৈৰ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰে। ঘৰুৱা কাজিয়াৰ বাবেই আত্মহত্যাৰ চেষ্টা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে । ঘটনা সংক্ৰান্তত আৰক্ষী আৰু এছ ডি আৰ এফৰ উদ্ধাৰ অভিযান অব্যাহত আছে যদিও এই পৰ্যন্ত ছাত্ৰীগৰাকীৰ সন্ধান লাভ কৰা নাই ৷

Intro:উত্তৰ অভয়াপুৰীত অঘটন।মানাহ নদীৰ দলঙৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা ছাত্ৰীৰ ৷ SDRF ৰ উদ্ধাৰ অভিযান আৰম্ভ।
বৰ্তমানলৈ নিখোজ মনিমা নামৰ দশম শ্ৰেণীৰ ছাত্ৰী জনী। Body:বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰীত শনিবাৰে নিশা এক ভয়ংকৰ অঘটন সংঘটিত হৈছে ।মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নগৰঝাৰ গাৱৰ মনিমা নামৰ দশম মান শ্ৰেণীৰ এজনী ছাত্ৰীয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মানাহ নদীৰ দলঙৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা কৰে। জানিব পৰা মতে সন্ধিয়া মাকৰ লগত কাজিয়া কৰি ঘৰৰ পৰা ওলাই আহি এই অঘটন সংঘটিত কৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে কয়। ঘটনা সংক্ৰান্তে আৰক্ষী আৰু এছ ডি আৰ এফৰ উদ্ধাৰ অভিযান অব্যাহত আছে যদিও এই পৰ্য্যন্ত ছোৱালী জনীৰ মৃতদেহ উলিয়াব পৰা নাই।Conclusion:ৰাইজৰ মন্তব্য ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.