ETV Bharat / state

বিশ্বনাথত ৬৮ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন - 68th Wildlife Week celebrated in Assam

সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হৈছে ৬৮ সংখ্যক বন্যপ্ৰাণী সপ্তাহ(68th Wildlife Week celebrated in Assam) । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বিশ্বনাথতো উদযাপন কৰা হয় ৬৮ সংখ্যক বন্যপ্ৰাণী সপ্তাহ(68th Wildlife Week celebrated in Biswanath) । এই উপলক্ষে উলিওৱা হয় বিশ্বনাথ বন বিভাগৰ বনৰক্ষীসকল আৰু আন কেইবাটাও বেচৰকাৰী সংস্থাৰ সহযোগত সজাগতামুলক বাইক ৰেলী ।

wild life week awarness bike rally at biswanath
বিশ্বনাথত ৬৮ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন
author img

By

Published : Oct 6, 2022, 6:51 PM IST

বিশ্বনাথ,৬ অক্টোবৰ: ৰাজ্যজুৰি উদযাপন কৰা হৈছে ৬৮ সংখ্যক বন্যপ্ৰাণী সপ্তাহ(68th Wildlife Week celebrated in Assam) । বন্যপ্ৰাণী সপ্তাহ উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলতো ব্যাপক আয়োজন কৰা পৰিলক্ষিত হৈছে(68th Wildlife Week celebrated in Biswanath) । বন্যপ্ৰাণী সপ্তাহ উপলক্ষে বৃহস্পতিবাৰে বিশ্বনাথৰ বন্যপ্ৰাণী সংমণ্ডলৰ পৰা উলিওৱা হয় এক বাইক ৰেলী ।

বিশ্বনাথত ৬৮ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন

ৰাইজৰ মাজত বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত সজাগ আৰু সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে বিশ্বনাথ বন বিভাগৰ বনৰক্ষীসকল আৰু আন কেইবাটাও বেচৰকাৰী সংস্থাৰ সহযোগত সজাগতামূলক বাইক ৰেলী উলিওৱা হয় । এই বাইক ৰেলী বিশ্বনাথৰ চাৰিআলি পৰা কুমলীয়া, কৰৈয়ণী, চতিয়াকে আদি কৰি বিশ্বনাথ চাৰিআলিৰ নগৰ মাজমজিয়াত অনুষ্ঠিত কৰা হয় ।

বাইক ৰেলীত অংশগ্ৰহণ কৰে বিশ্বনাথ সামাজিক বনানিকৰণ বন বিষয়া বিশ্বজিৎ দাসৰ লগতে স্থানীয় দল সংগঠনৰ সদস্য-সদস্যাই । কিদৰে বন্যপ্ৰাণী সংৰক্ষণ কৰিব পাৰি, কিদৰে বন্যপ্ৰাণী সংৰক্ষণৰ জৰিয়তে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰি সেই বিষয়ে বনবিষয়াসকলে ৰাইজৰ আগত বিশদভাৱে দাঙি ধৰে ।

লগতে পঢ়ক: হোজাইৰ নামঘৰত সত্যৰঞ্জন বৰাৰ বিস্ফোৰণ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.