ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ বাতৰি - নৱজ্যোৎ সিং সিদ্ধুৰ বিৰুদ্ধে সৰৱ উপ-মুখ্যমন্ত্ৰী সুখজিন্দৰ সিং ৰন্ধাৱা

পুৱা 9 বজাৰ শীৰ্ষ বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ বাতৰি
পুৱা 9 বজাৰ শীৰ্ষ বাতৰি
author img

By

Published : Mar 12, 2022, 9:00 AM IST

কোকৰাঝাৰৰ বেদলাংমাৰী বজাৰত অগ্নিকাণ্ড : প্ৰায় ১০ লাখ টকাৰ সম্পত্তি বিনষ্ট

কোকৰাঝাৰত ভয়ংকৰ অগ্নিকাণ্ড (Massive Fire broke out at Kokrajhar) ৷ অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভষ্মীভূত ৯ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ সঠিক কাৰণ ৷

নেহৰু ষ্টেডিয়ামত ফুটবল খেল উপভােগ কৰিলে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে অসম ফুটবল সন্থা আৰু গুৱাহাটী ক্ৰীড়া সন্থা তথা অন্যান্য ক্ৰীড়া সন্থাৰ সহযোগত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আয়োজিত এখন প্ৰদর্শনীমূলক ফুটবল খেল উপভোগ কৰাৰ লগতে বিজয়ী আৰু বিজিত দলক আনুষ্ঠানিকভাৱে ট্ৰফী প্ৰদান কৰে (Himanta Biswa Sarma at Nehru Stadium)৷

পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে দুই বিৰোধী আঞ্চলিক ৰাজনৈতিক দলৰ মাজত ফাঁট

পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে দুই বিৰোধী আঞ্চলিক ৰাজনৈতিক দলৰ মাজত ফাঁট (Council elections in Karbi Anglong) ৷ এএছিচি দল অৰাজনৈতিক সংগঠন জেচিচিপিৰে বিলীন হৈছে বুলি জন ইংতি কাথাৰৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এএছডিচি দলৰ সভাপতি চন্দ্ৰ কান্ত তেৰাঙে এক সংবাদমেল আয়োজন কৰে ৷

গুৱাহাটীত প্ৰথমবাৰৰ বাবে দহদিনীয়া কাৰ্যসূচীৰে 'হু'নৰ হাট'

উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে 'হু'নৰ হাট' (First time in North East)। গুৱাহাটীৰ খানাপাৰাস্থ খেলপথাৰত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই হু'নৰ হাট অৰ্থাৎ প্ৰতিভাধৰৰ বজাৰ শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব(Himanta Biswa Sharma to officially inaugurated Hunar haat) ।

নৱজ্যোৎ সিং সিদ্ধুৰ বিৰুদ্ধে সৰৱ উপ-মুখ্যমন্ত্ৰী সুখজিন্দৰ সিং ৰন্ধাৱা

পাঞ্জাৱত শোচনীয় পৰাজয় কংগ্ৰেছ দলৰ (Congress party defeats Punjab assembly elections)। ইয়াৰ পাছতে কংগ্ৰেছৰ আন্তঃকন্দল আৰম্ভ । দলৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুৰ বিৰুদ্ধে জাঙুৰ খাই উঠে উপ-মুখ্যমন্ত্ৰী সুখজিন্দৰ সিং ৰন্ধাৱা । সিদ্ধুৰ বিৰুদ্ধে দলীয় নিয়ম উলংঘনৰ অভিযোগ ৰান্ধৱাৰ ।

GMC operation continues: অনুমতিবিহীন হৰ্ডিঙৰ বিৰুদ্ধে পৌৰ নিগমৰ অভিযান

পৌৰ নিগমৰ অনুমতি অবিহনে গুৱাহাটী মহনগৰীৰ ভিন্ন প্ৰান্তত লগোৱা হৰ্ডিঙৰ বিৰুদ্ধে পৌৰনিগম(Guwahati Municipal Corporation)ৰ অভিযান । অভিযান চলাই আঁতৰ কৰে শতাধিক অবৈধভাৱে লগোৱা হৰ্ডিং (GMC operation continues) ।

টকাও খালে, ঋণো নিদিলে বৰপেটাৰ ইমৰান আলীয়ে

ৰাজ্যত এইবাৰ ঋণ দিয়াৰ নামত দালালৰাজ । ভাৰতীয় ষ্টেট বেংকৰ ঋণ দিয়াৰ নামত ধন সৰকালে ইমৰান আলী নামৰ এজন দালালে (Brokerage in the name of taking loans from SBI)। দালালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে ভুক্তভোগী মহিলাই ।

Prabhas latest news: প্ৰভাসৰ জন্মৰ সময়ত কি ভৱিষ্যৎবাণী কৰিছিল হস্তৰেখাবিদে ?

ৰাধে শ্যামত এজন হস্তৰেখা বিদৰ চৰিত্ৰ ৰূপায়ন কৰা অভিনেতা প্ৰভাসে মুকলি কৰিছে তেওঁ জন্মৰ সময়ৰ কথা (Prabhas latest news) ৷ জন্মৰ সময়ত প্ৰভাসৰ হাত চাই হস্তৰেখা বিদ এজনে কৰিছিল এই ভৱিষ্যৎবাণী যাক প্ৰভাসে আজিও মনত সোঁৱৰে ( prabhas unknown facts) ৷

শেহতীয়াকৈ মুক্তি প্ৰাপ্ত পুষ্পাৰ প্ৰথমখণ্ডৰ ঢৌ মাৰ নৌযাওতেই শ্বুটিং আৰম্ভ হ’ল পুষ্পা-2 ৰ

আৰম্ভ হ’ল পুষ্পাৰ দ্বিতীয় খণ্ডৰ শ্বুটিং (Pushpa part 2 shoot begins) ৷ দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুন আৰু ৰশ্মিকা মাণ্ডানা অভিনীত চুপাৰ-ডুপাৰ হিট ছবি পুষ্পাৰ নিৰ্মাতা আগবাঢ়ি আহিছে এতিয়া ছবিখনৰ দ্বিতীয় খণ্ডলৈ ৷ পুষ্পাৰ অনুৰাগী সকলক অধিক সময় অপেক্ষা কৰাব বিচৰা নাই ছবিখনৰ নিৰ্মাতাই ৷

ৰাধে শ্যামক লৈ কে আৰ কে ৰিয়েকছন দেখি ট্ৰ’ল কৰা সকলৰ চকু কপালত উঠিছে

নতুন কিবা বিষয় এটা ওলালেই নিজৰ মতেৰে বিষয়টো অধিক জটিল ৰূপ দিয়া অভিনেতা সমালোচক কমল আৰ খান থোৰতে কে আৰ কে পুনৰ আহিছে চৰ্চালৈ ৷ 11 মাৰ্চত মুক্তি লাভ কৰা ছবি ৰাধে শ্যামৰ প্ৰসংগত মন্তব্য কৰি নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰিছে কে আৰ কেই (KRK on radhe shyam) ৷ কি ক’লে তেওঁ ছবিখনৰ প্ৰংসগত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.