ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি - বিজেপিৰ স্বপ্ন ভংগ

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Nov 10, 2022, 7:00 PM IST

Dadagiri in Rangia: ৰঙিয়াত ৱাৰ্ড কমিচনাৰৰ স্বামীৰ দাদাগিৰি

ৰঙিয়া পৌৰসভা(Rangia Municipality)ৰ ৱাৰ্ড কমিচনাৰৰ স্বামীৰ মইমতালি । ঘৰৰ সন্মুখৰ পথেৰে বালি ভৰ্তি ডাম্পাৰ চলাচল কৰাৰ বাবে খঙত অগ্নিশৰ্মা হৈ কালভাৰ্টৰ এটা অংশ ভাঙি দিয়াৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে(Gundaraj of ward commissioner husband) । ঘটনা সন্দৰ্ভত ৰাইজে দাখিল কৰে এজাহাৰ ।

Militant Module Busted : উত্তৰ কাশ্মীৰত উগ্ৰপন্থীৰ মডিউল উদ্ধাৰ, অস্ত্ৰ আৰু গোলাবাৰুদ জব্দ

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, অভিযুক্তকেইজনে 'ইছলাহী ফালাহী ৰিলিফ ট্ৰাষ্ট' (Islahi Falahi Relief Trust, IFRT) নামৰ এটা ভুৱা এনজিঅ'ৰ ছত্ৰছায়াত এটা সন্ত্ৰাসবাদী পুঁজিৰ ৰেকেট চলাই আছিল । উক্ত পুঁজিৰ দ্বাৰা দৰিদ্ৰ লোক আৰু পৰিয়ালবোৰক আৰ্থিক সাহায্য প্ৰদান কৰাৰ দাবী কৰিছিল ।

DAC poll counting: বিজেপিৰ স্বপ্ন ভংগ; কংগ্ৰেছৰো ফলাফল হতাশজনক

আজি ঘোষণা হৈছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল (DAC election result 2022) ৷ বিজেপি মিত্ৰজোঁটে 22 খন আসনতে জয়ী হোৱাৰ সপোন দেখিছিল যদিও সেই সপোন পূৰণ নহ’ল ৷ ইফালে এই নিৰ্বাচনত আকৌ এবাৰ দুৰাৱস্থা হ’ল কংগ্ৰেছৰ ৷

Mevar Kumar Jamatia joins TIPRA : শাসকীয় বিজেপিক তীব্ৰ সমালোচনা প্ৰাক্তন মন্ত্ৰী মেভাৰ কুমাৰ জামাতিয়াৰ

ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী তথা আইপিএফটিৰ প্ৰাক্তন বিধায়ক মেভাৰ কুমাৰ জামাতিয়াই শাসকীয় বিজেপিক তীব্ৰ সমালোচনা কৰে (Ex IPFT leader slams BJP)। বিজেপিয়ে জনজাতীয় অঞ্চলত কাম কৰিবলৈ নিদিয়াৰ অভিযোগ নেতাগৰাকীৰ । আইপিএফটি দলৰ প্ৰায়সমূহ সংগঠনে টিপ্ৰা মোথাৰ সৈতে একত্ৰিত হৈছে । বাকীসমূহো অতিশীঘ্ৰে একত্ৰিত হ'ব বুলি আশাবাদী আইপিএফটি দলৰ প্ৰাক্তন বিধায়কগৰাকী ।

Coimbatore car blast : চেন্নাইৰ ৪৩ স্থানত NIAৰ তালাচী

কয়েম্বটুৰ গাড়ী বিস্ফোৰণ ঘটনাত বৃহস্পতিবাৰে NIA-ই তামিলনাডুৰ চেন্নাই, কয়েম্বটুৰ, থিৰুভাল্লুৰ, থিৰুপপুৰ, নীলগিৰি, চেঙ্গালপাটু, কাঞ্চিপুৰম আৰু কেৰালাৰ পালাক্কাডৰ ৪৩ টা স্থানত তালাচী চলায় (NIA conducted searches at 43 locations in Chennai) । উক্ত তালাচীৰ সময়ত সন্দেহযুক্ত লোকৰ ঘৰৰ পৰা ডিজিটেল সঁজুলি আৰু আপত্তিজনক নথি-পত্ৰ জব্দ কৰা বুলি NIA-ৰ সূত্ৰত প্ৰকাশ ।

Acquiring Mother Tongue Knowledge: নামতিত মাতৃভাষা জ্ঞান আহৰণৰ উত্তম উপায় শীৰ্ষক বক্তৃতা অনুষ্ঠান

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মাধ্যম আন্দোলনৰ ৫০ বছৰ (50 years of media movement) উপলক্ষে শিৱসাগৰৰ নামতিত ‘‘মাতৃভাষা জ্ঞান আহৰণৰ উত্তম উপায়’’ শীৰ্ষক এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

Assembly modeled on model United Nations: সাতগাঁৱৰ এছ এফ এছ স্কুলত মডেল ৰাষ্ট্ৰসংঘৰ আৰ্হিত Assembly

মহানগৰীৰ সাতগাঁওস্থিত এছ এফ এছ স্কুলত ১০ নৱেম্বৰ অৰ্থাৎ আজিৰ পৰা ১২ নৱেম্বৰলৈ আৰম্ভ হৈছে মডেল ৰাষ্ট্ৰসংঘৰ আৰ্হিত এখন Assembly(Assembly modeled on model United Nations) ৷

SC ST Demand : ছয় জনগোষ্ঠীৰ জনজাতিকৰ দাবীত উত্তাল প্ৰতিবাদ

দুটা দশক ধৰি ছয় জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে কেৱল প্ৰতাৰণা কৰি অহাৰ অভিযোগ তুলি জনজাতিকৰণৰ পৰা বঞ্চিত আটাইকেইটা সংগঠনে বৃহস্পতিবাৰে গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (protest of 6 tribes in Guwahati) ।

Rupee falls against US dollar : আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৩০ পইচা হ্ৰাস

আন্তঃবেংক বৈদেশিক মুদ্ৰা বজাৰত (foreign exchange market) ডলাৰৰ বিপৰীতে বুধবাৰে টকা মুকলি হয় ৮১.৬১ ত, পৰৱৰ্তী সময়ত টকাৰ মূল্য অধিক হ্ৰাস পাই ৮১.৪৭ হয় ৷ ইফালে বিশ্বজুৰি তেলৰ উন্নত ব্ৰেণ্ট ক্ৰুড ফিউচাৰ ০.০৩ শতাংশ বৃদ্ধি হৈ প্ৰতি বেৰেলত ৯২.৬৮ আমেৰিকান ডলাৰ হৈছে ।

Jio and Airtel broadband plans: কম মূল্যতে পাওক High-speed ইন্টাৰনেটৰ সৈতে Unlimited data

বৰ্তমান ব্যৱহাৰকাৰীসকলে High-speed ইণ্টাৰনেটৰ বাবে ফাইবাৰ সেৱা পছন্দ কৰিছে । ৰিলায়েন্স জিঅ’ আৰু এয়াৰটেলে দেশৰ দুটা বিশাল কোম্পানীক প্ৰতিটো শিতানত বহুতো ডাঙৰ ডাঙৰ ফাইবাৰ ব্ৰডবেণ্ড প্লেন আগবঢ়াইছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.