ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি - National Herald case

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি
5 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Jul 22, 2022, 5:05 PM IST

Schools provincialisation in Assam: এতিয়াৰে পৰা প্রাদেশিকীকৰণ নহয় কোনো বিদ্যালয়

এতিয়াৰে পৰা আৰু কোনো বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা নহয়(No schools are provincialised in Assam)। এই সন্দৰ্ভত শিক্ষা বিভাগে গ্ৰহণ কৰিলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । শিক্ষা বিভাগে জাৰি কৰা অধিসূচনা ৩১ জুলাইৰ ভিতৰত ৰূপায়ণৰ সিদ্ধান্ত । সময় নির্ধাৰিতভাৱে ৭৮৫ খনতকৈও অধিক হাইস্কুল হায়াৰ ছেকেণ্ডাৰীলৈ উন্নীতকৰণ কৰা হ'ব(Upgradation of high schools to higher secondary) । উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰিব খোজা বিদ্যালয়সমূহৰ আন্তঃগাঁথনি সন্দৰ্ভত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ শিক্ষামন্ত্ৰীৰ ।

CBSE Result: চিবিএছই দশম শ্ৰেণীৰ ফলাফল ঘোষণা

শুকুৰবাৰে ঘোষণা হয় চি বি এছইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল (CBSE Class 10 results declared) ।

National Herald case: তেজপুৰত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতি

তেজপুৰত প্ৰতিবাদকাৰী কংগ্ৰেছীৰ ওপৰত আৰক্ষীৰ লাঠিচালনা (Congress protest against Sonia Gandhi ED summon in Tezpur) ৷ উপায়ুক্ত কাৰ্যালয় অভিমুখী পথৰ বেৰিকেডত বাধা প্ৰদান ৷ বেৰিকেড ভাঙি পাৰ হ'ব খোজোঁতে পূৰ্বৰে পৰা সষ্টম হৈ থকা আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ ৰাষ্ট্ৰপতিলৈ স্মাৰক-পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰদান কৰিবলৈ অহাৰ মুহূৰ্তত আৰক্ষীয়ে লাঠিচালনা কৰে ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াসহ কেইবাজনো সমান্য আঘাতপ্ৰাপ্ত হয় ৷

Bru Settlement : ত্ৰিপুৰাৰ ছয়টা স্থানত ব্ৰু শৰণাৰ্থীৰ পুনৰ্সংস্থাপনত আপত্তি সামাজিক সংগঠনৰ

অসম আৰু মিজোৰামৰ আন্তঃৰাজ্যিক সীমান্তৱৰ্তী ত্ৰিপুৰাৰ উত্তৰ জিলাৰ কাঞ্চনপুৰ উপ-সংমণ্ডলৰ পাঁচটা স্থানৰ লগতে নাইসিংপাৰা সাহায্য শিবিৰত থকা ব্ৰু শৰণাৰ্থীসকলৰ (permanent settlement of Internally Bru Displaced People) স্থায়ী বসতি স্থাপনৰ বিৰুদ্ধে আপত্তি দৰ্শাইছে (Joint Movement Committee objection permanent settlement of Bru) যুটীয়া আন্দোলন সমিতিয়ে ।

Jal Jeevan Mission in Tripura : ডিচেম্বৰৰ ভিতৰত জল জীৱন মিছনৰ কাম সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰীৰ নিৰ্দেশ

সমগ্ৰ দেশতে জল জীৱন মিছন আঁচনিৰ কাম চলি আছে (Jal Jeevan Mission)। ত্ৰিপুৰাত এই আঁচনিৰ কাম ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ডেড লাইন দিছে বিভাগীয় মন্ত্ৰীয়ে । বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হৈ মন্ত্ৰীগৰাকীৰ কঠোৰ নিৰ্দেশনা ।

National Herald case: শাসনাধিস্থ বিজেপি চৰকাৰৰ বিৰুদ্ধে শিৱসাগৰত কংগ্ৰেছৰ প্ৰতিবাদ

ৰাজ্যত আকৌ প্ৰতিবাদ ৷ এইবাৰ প্ৰতিবাদত উত্তাল হ’ল শিৱসাগৰ ৷ কেন্দ্ৰীয় চৰকাৰে এনফৰ্চমেণ্ট ডাইৰেক্টৰৰ জৰিয়তে কংগ্ৰেছ দলৰ শীৰ্ষ নেত্ৰী ছোনিয়া গান্ধী আৰু নেতা ৰাহুল গান্ধীক ব্যতিব্যস্ত কৰাৰ অভিযোগ উত্থাপন কৰিছে শিৱসাগৰ কংগ্ৰেছ দলে (National Herald case) ৷ যাৰ বিৰোধিতাৰে শুকুৰবাৰে শিৱসাগৰ জিলা কংগ্ৰেছে বাহিৰ কৰে এক প্ৰতিবাদী সমদল (Sivasagar district Congress protest against BJP govt) ।

Wild Elephant attack: গোৱালপাৰাত হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে দুজনে

ৰাজ্যত প্ৰতিদিনেই হাতী-মানুহৰ সংঘাটে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে(Man Elephant conflict in Assam) । গোৱালপাৰাতো প্ৰতিদিনেই বৃদ্ধি পাইছএ বন্যহস্তীৰ উপদ্ৰৱ । ২০২১-২২ বৰ্ষত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ১৯ গৰাকীকৈ লোকে ।

First woman tribal president of India : ডিব্ৰুগড়ত বিজয় উৎসৱ উদযাপন চাহ শ্ৰমিকৰ

দেশৰ প্ৰথমগৰাকী মহিলা জনজাতীয় ৰাষ্ট্ৰপতিৰ গৌৰৱ অৰ্জন দ্ৰৌপদী মুৰ্মুৰ (First woman tribal president of India Droupadi Murmu)। লগে লগে বিভিন্ন ৰাজ্যত জনজাতীয় লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে । ডিব্ৰুগড়ৰ চাউলখোৱা চাহ বাগিছাত আদিবাসী চাহ জনগোষ্ঠীৰ শ্ৰমিকসকলে একত্ৰিত হৈ মিঠাই বিতৰণ কৰিলে ।

T20 match to be held in Guwahati: গুৱাহাটীত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আন্ত:ৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেট মেচ(India-South Africa T20 match) । ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত হ'ব টি-২০ মেচখন । ১ অক্টোবৰত বৰ্ষাপাৰাত মেচখন অনুষ্ঠিত হ’ব ৷

Allegations against police: ধন নিদিলে আচামী নধৰে মানিকপুৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুছ ছামাদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এগৰাকী অপহৃত কিশোৰীৰ পিতৃৰ । অপহৃত কিশোৰীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰাৰ নামত ভুক্তভোগী পৰিয়ালৰ পৰা ১২ হাজাৰ টকা উৎকোচ লোৱাৰ অভিযোগ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে(Allegations against Manikpur OC Abdus Samad) ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.