Climate change action plan: চৰকাৰ ব্যৰ্থ জলবায়ু পৰিবৰ্তনৰ মোকাবিলাত
জলবায়ু পৰিবৰ্তনৰ লগত মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যৰ্থ হোৱাৰ তথ্য পোহৰললৈ আহিছে । উল্লেখ্য যে জলবায়ু পৰিবৰ্তনৰ লগত মোকাবিলা কৰাৰ বাবে আছাম ষ্টেট এক্চন প্লেন অন ক্লাইমেট চেঞ্জ (Assam State Action Plan on Climate Change 2015-2020) চমুকৈ এছ পি এ চি চি শীৰ্ষক জলবায়ু পৰিবর্তন সম্পৰ্কীয় এক্চন প্লেন প্রস্তুত কৰিছিল যদিও সাত বছৰ ধৰি চৰকাৰী ফাইলতে আবদ্ধ হৈ আছে ।
Land dispute: ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি, মৰিয়াই মৰিয়াই হত্যা কৰিলে ভাতৃক
গোৱালপাৰাত ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি ৷ জ্যেষ্ঠ ভাতৃয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে কণিষ্ঠ ভাতৃক (Elder brother kills younger brother)৷
CAA Protest: শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ অখিল গগৈ
"কা আন্দোলনৰ সময়ত অসমৰ বিভিন্ন জিলাত মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল (CAA Protest)৷ 2019 চনৰ 11 ডিচেম্বৰ তাৰিখৰ দিনা আমি বিভিন্ন সংগঠনে ঐক্যবদ্ধ হৈ নাগৰিকত্ব সংশোধনী আইন 2019 ৰ বিৰুদ্ধে এটা বিশাল সমদল উলিয়াই জিলা উপায়ুক্তৰ কাৰ্যলয়লৈ গৈছিলো (Sivasagar DC) ৷
Mechanized boat: বৰপেটাৰ কান্দাপাৰাত যন্ত্ৰচালিত নাৱেৰে বিপদসংকুল যাত্ৰা শিক্ষাৰ্থীৰ
জনীয়া সমষ্টিৰ অন্তৰ্গত কান্দাপাৰাত থকা কাঠৰ দলং বানপানীত উটি যোৱাৰ ফলত হাৰাশাস্তি ৰাইজৰ । বিপদসংকুলভাৱে যন্ত্ৰচালিত নাৱেৰে নিতৌ যাত্ৰা কৰিছে ছাত্ৰ-ছাত্ৰীয়ে (Students travelling by dangerously mechanized boat)। অতি শীঘ্ৰে দলং নিৰ্মাণৰ দাবী ৰাইজৰ ।
Manikpur Child Patient: আমাক সহায় কৰক... পুত্ৰৰ প্ৰাণভিক্ষা বিচাৰি অসহায় মাতৃৰ কাতৰ অনুৰোধ
"আমাক সহায় কৰক, আমাৰ জীৱিকাৰ যি পথ আছিল সেয়াও মাৰ যাওঁ যাওঁ ৷ আমাৰ যিমান মাটি-বাৰী আছিল সকলো বিক্ৰী কৰি দিলো ৷" পুত্ৰৰ প্ৰাণভিক্ষা খুজি এগৰাকী মাতৃয়ে কান্দি উঠিলে কেমেৰাৰ সন্মুখত ( Manikpur Child Patient) ৷
Jorhat-Majuli Bridge: শীঘ্ৰেই দলং নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ দাবী AJYCP
বিগত প্ৰায় দুটা মাহে স্তব্ধ হৈ আছে যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম । যাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মূখীন হৈছে টীয়ক, যোৰহাট তথা মাজুলীবাসী ৰাইজ ৷ শীঘ্ৰেই দলং নিৰ্মাণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ় দিয়াৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ(AJYCP demands the construction of Jorhat-Majuli bridge) ৷
PMAY scam: মাজুলীত প্ৰধানমন্ত্ৰী আৱাস যোজনাত বিসংগতি
মাজুলীত যোগ্য হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ একাংশ লোকৰ । অতি দৰিদ্ৰ লোকক আঁচনিৰ বাবে অযোগ্য ঘোষণা কৰাক লৈ ক্ষোভিত একাংশ লোক (Protest at Majuli)। মাজুলী দক্ষিণপাট কুমাৰ গাঁৱৰ সামূহিক ভৱনত প্ৰতিবাদ বঞ্চিত লোকৰ ।
Leopard caged in Golaghat :কৃষ্ণগাঁৱত পিঞ্জৰাবদ্ধ নাহৰফুটুকী
গোলাঘাটৰ বেতিয়নী কৃষ্ণগাঁৱত দিন দুপৰতে নাহৰফুটুকীৰ অবাধ বিচৰণ ৷ দীৰ্ঘদিন ধৰি বাঘৰ ৰম্যভূমিলৈ পৰিণত হৈছে গাওঁখন ৷ বাঘৰ আতংকত ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা হৈছে গাওঁবাসী(Tiger panic in Golaghat) ৷ সোমবাৰে নিশা গাওঁখনত স্থানীয় লোকসকলে সন্মিলিত হৈ এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় ( Leopard caged in Golaghat) ৷
Halangi green field Airport: হলঙি গ্ৰীণ ফিল্ড বিমানবন্দৰত যাত্ৰীবাহী বিমানৰ পৰীক্ষামূলক অৱতৰণ
এয়াৰ ইণ্ডিয়াৰ এ টি আৰ যাত্ৰীবাহী বিমানে (Air India ATR passenger aircraft) আজি পুৱাৰ ভাগত সুকলমে অৱতৰণ কৰে বুলি টুইটাৰযোগে জনাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে (Arunachal CM Pema Khandu twitted)। অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ পৰা ১৫ কিলোমিটাৰ দক্ষিণে হলঙিত মুঠ ৬৪৫ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা এই বিমানবন্দৰত যাত্ৰীবাহী ঘৰুৱা বিমান চলাচল কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ হৈছে ।
Mount Everest : এভাৰেষ্টৰ নাম ‘মাউণ্ট ৰাধানাথ শিকদাৰ’ ৰখাৰ দাবীত ‘সমুদ্ৰৰ পৰা পাহাৰ’ অভিযান
চলিত বৰ্ষত ভাৰত তথা পাকিস্তানে পালন কৰিব স্বাধীনতাৰ ৭৫ সংখ্যক জয়ন্তী । ইতিমধ্যে ভাৰত চৰকাৰে 'স্বাধীনতাৰ অমৃত মহোৎসৱ' নাম দি বছৰজোৰা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে (azadi ka amrit mahotsav) । একেদৰে চুবুৰীয়া দেশ বাংলাদেশেও স্বাধীনতাৰ স্বৰ্ণ জয়ন্তী বৰ্ষ উদযাপন কৰি আছে ।