ETV Bharat / state

চতিয়াত সকলো বিভাগৰ বিষয়াৰে বিধায়ক পদ্ম হাজৰিকাৰ গুৰুত্বপূৰ্ণ বৈঠক - কৰ’ণা ভাইৰাছ প্ৰতিৰোধ সন্দৰ্ভত চতিয়া সমষ্টিত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়

চতিয়াত বিধায়ক পদ্ম হাজৰিকাই সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত সকলো বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় ৷

sotia-mla-padma-hazarika-metting-at-corona-virus-present-situation
চতিয়াত সকলো বিভাগৰ বিষয়াৰে বিধায়ক পদ্ম হাজৰিকাৰ গুৰুত্বপূৰ্ণ বৈঠক !
author img

By

Published : Mar 28, 2020, 4:29 PM IST

চতিয়া 28 মাৰ্চ : কৰ’ণা ভাইৰাছ প্ৰতিৰোধ সন্দৰ্ভত চতিয়া সমষ্টিত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় স্থানীয় বিধায়ক পদ্ম হাজৰিকা ৷ সমষ্টিত লক ডাউন ভংগ কৰা লোকৰ ওপৰত কঠোৰ শাস্তি বিহাৰ সিদ্ধান্ত লয় বিধায়কগৰাকীয়ে ৷ সভাত উপস্থিত থকা বিষয়াসকলে সকলোধৰনৰ চৰকাৰী সুবিধা জনসাধাৰনক প্ৰদান কৰিবলৈ বিভাগসমূহক নিৰ্দেশ দিয়ে ৷ যিসকল বহিঃৰাজ্যৰ পৰা অসমলৈ আহিছে তেওঁলোকক সুকীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে সমষ্টিটোত ৷ সভাত সমষ্টিটোৰ দৰিদ্ৰ জনতাৰ বাবে গাঁৱে গাঁৱে খাদ্য সামগ্ৰী যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

চতিয়াত সকলো বিভাগৰ বিষয়াৰে বিধায়ক পদ্ম হাজৰিকাৰ গুৰুত্বপূৰ্ণ বৈঠক !

লগতে পঢক : কৰ’ণা আক্ৰান্তৰ সংখ্যাই 1 লাখ অতিক্ৰম কৰিলে আমেৰিকাত

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.