ETV Bharat / state

চুমিলা আৰু দীপশিখা হত্যাকাণ্ডৰ বিৰুদ্ধে সামাজিক মাধ্যমত প্ৰতিবাদ

চুমিলা ৰংহাংপি আৰু দীপশিখা হত্যাকাণ্ডৰ বিৰুদ্ধে বিহালীত প্ৰগতিশীল নাৰী সন্থা, বিপ্লৱী যুৱ সন্থা, নিখিল ভাৰত ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ ধৰ্ষণকাৰী তথা হত্যাকাৰীক কঠোৰ শাস্তি দিয়ক, চুমিলা দিপশিখাৰ দৰে মোক হত্যা নকৰিব, ফাষ্ট ট্ৰেক আদালতত দোষীৰ বিচাৰ কৰক, বিচাৰ শেষ নোহোৱা পৰ্যন্ত হত্যাকাণ্ডত জড়িত সকলক জামিন দিয়া বন্ধ কৰক আদি বিভিন্ন শ্ল'গান লিখি হাতে হাতে প্লে-কাৰ্ড লৈ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে ৷

চুমিলা আৰু দীপশিখাৰ হত্যাকাণ্ডৰ বিৰুদ্ধে সামাজিক মাধ্যমত প্ৰতিবাদ

author img

By

Published : May 10, 2021, 6:55 AM IST

Updated : May 10, 2021, 7:12 AM IST

বিহালী,10 মে': সমগ্ৰ ৰাজ্য কঁপাইছে চুমিলা ৰংহাংপি আৰু লক্ষীমপুৰৰ দীপশিখা হত্যাকাণ্ডই ৷ চুমিলা ৰংহাংপি আৰু লক্ষীমপুৰৰ দীপশিখা হত্যাকাণ্ডৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে ঘটনাত জড়িত দোষীক শাস্তি প্ৰদান আৰু সঠিক তদন্তৰ বাবে দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । দেওবাৰেও বিশ্বনাথ জিলাৰ বিহালীত সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ আহ্বানত প্ৰগতিশীল নাৰী সন্থা, বিপ্লৱী যুৱ সন্থা, নিখিল ভাৰত ছাত্ৰ সন্থা, ৰাংচালী সেউজ মূখী মহিলা সমিতিৰ কৰ্মকৰ্তা সকলে প্ৰতিবাদ সাব্যস্ত কৰে।

চুমিলা আৰু দীপশিখাৰ হত্যাকাণ্ডৰ বিৰুদ্ধে সামাজিক মাধ্যমত প্ৰতিবাদ
চুমিলা আৰু দীপশিখাৰ হত্যাকাণ্ডৰ বিৰুদ্ধে সামাজিক মাধ্যমত প্ৰতিবাদ

সম্প্ৰতি দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সংগঠন সমূহৰ শতাধিক কৰ্মীয়ে নিজ নিজ বাসগৃহত চুমিলা ৰংহাংপি আৰু দিপশিখাৰ ধৰ্ষণকাৰী তথা হত্যাকাৰীক কঠোৰ শাস্তি দিয়ক, চুমিলা দিপশিখাৰ দৰে মোক হত্যা নকৰিব, ফাষ্ট ট্ৰেক আদালতত দোষীৰ বিচাৰ কৰক, বিচাৰ শেষ নোহোৱা পৰ্যন্ত হত্যাকাণ্ডত জড়িত সকলক জামিন দিয়া বন্ধ কৰক আদি বিভিন্ন শ্ল'গান লিখি হাতে হাতে প্লে-কাৰ্ড লৈ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক : বৃদ্ধ বয়সতো জীৱন সংগ্ৰামত ব্ৰতী খোৱাঙৰ পাৰুল সোণোৱাল

Last Updated : May 10, 2021, 7:12 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.