ETV Bharat / state

হাতত দা লৈ সমষ্টিত হাবি-জংঘল পৰিষ্কাৰ কৰিলে মন্ত্ৰী ৰঞ্জিত দত্তই - ৰেচম আৰু হস্ততাঁত বস্ত্ৰশিল্প

বিহালীত স্বচ্ছ ভাৰত অভিযান । ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৭০ তম জন্ম দিনৰ লগত সংগতি ৰাখি স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৰূপায়ণ ।

sewa saptah celebrate at biswanath
sewa saptah celebrate at biswanath
author img

By

Published : Sep 16, 2020, 6:32 AM IST

বিশ্বনাথ ১৫ ছেপ্টেম্বৰ : ৰাজ্য আন আন ঠাই লগতে মঙলবাৰে বিশ্বনাথৰ বিহালী সমষ্টি বিজেপি কৰ্মী সকলে সেৱা সপ্তাহ পালন কৰে । সেৱা সপ্তাহ উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ তম জন্মদিনৰ লগত সংগতি ৰাখি স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে।

sewa saptah celebrate at biswanath
সেৱা সপ্তাহ পালন

বিহালী সমষ্টিৰ বিজেপি কৰ্মী সকলে সমষ্টিটোৰ বিভিন্ন গাঁও পঞ্চায়ত আৰু ৰাজহুৱা স্থানত হাতে হাতে ঝড়ু, দা লৈ চাফাই অভিযানত নামি পৰে । ইফালে এই চাফাই অভিযানত অসম চৰকাৰৰ ৰেচম আৰু হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী তথা বিহালী সমষ্টি বিধায়ক ৰঞ্জিত দত্তকো দেখা গ'ল হাতত দা লৈ হাবি জংঘল চাফা কৰা ।

sewa saptah celebrate at biswanath
বিহালীত স্বচ্ছ ভাৰত অভিযান

উল্লেখযোগ্য যে মঙলবাৰে সমষ্টিটো বাঘমৰা আৰু বিহালী মণ্ডলৰ অন্তৰ্গত বিজেপিৰ কাৰ্মী সকলে স্বচ্ছ অভিযানৰ জৰিয়তে বহু ৰাজহুৱা স্থান পৰিস্কাৰ কৰি তোলা হয় ।

লগতে পঢ়ক : ক'ভিড কেয়াৰ কেন্দ্ৰত কণমানিৰ জন্মদিন উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.