ETV Bharat / state

চতিয়া সমষ্টিৰ এক ইঞ্চি মাটিও সন্দেহজনক লোকৰ হাতত এৰি দিয়া নহ'বঃপদ্ম হাজৰিকা - চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা

শোণিতপুৰ জিলা প্ৰশাসনে কৰা উচ্ছেদৰ ভূমিত পুনৰ সন্দেহজনক লোকে ঘৰ সজা বুলি উল্লেখ কৰি এই সন্দেহজনক লোকসকলক উচ্ছেদ চলাবৰ বাবে দাবী চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ ৷ একাংশ লোকৰ উচতনিত সন্দেহজনক লোকসকল উচ্ছেদিত স্থানত আকৌ ঘৰ সাজিছে বুলি মন্তব্য তেওঁৰ ৷

Satiya MLA Padma Hazarika on Pressmeet
পদ্ম হাজৰিকাৰ সংবাদমেল
author img

By

Published : Dec 23, 2019, 5:37 PM IST

চতিয়া, 23 ডিচেম্বৰঃ ‘চতিয়া সমষ্টিৰ এক ইঞ্চি মাটিও সন্দেহজনক লোকৰ হাতত এৰি দিয়া নহ'ব’ এই মন্তব্য চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ ৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এক সংবাদমেল সম্বোধন কৰি শোণিতপুৰ জিলা প্ৰশাসনে কৰা উচ্ছেদ অভিযানৰ সম্বন্ধত মন্তব্য প্ৰদান কৰে ৷ শোণিতপুৰ জিলা প্ৰশাসনে কৰা উচ্ছেদৰ ভূমিত পুনৰ সন্দেহজনক লোকে ঘৰ সজা বুলি উল্লেখ কৰি এই সন্দেহজনক লোকসকলক উচ্ছেদ চলাবৰ বাবে দাবী জনায় বিধায়কগৰাকীয়ে ৷

পদ্ম হাজৰিকাৰ সংবাদমেল

আনহাতে চতিয়া সমষ্টিৰ উচ্ছদিত সন্দেহজনক লোকৰ হৈ ৰূপহীৰ বিধায়ক নুৰল হুদাৰ মাত মতাৰ অধিকাৰ নাই বুলি বুলি উল্লেখ কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ লগতে কয় যে, মোৰ সমষ্টিৰ মাটি কোনোবা মহিলা সমিতিক দিওঁ নে, এন.জি.অ’ক দিওঁ এই কথাত বিধায়ক নুৰল হুদাৰ মতামতৰ কোনো প্ৰয়োজন নাই ৷ ইয়াৰোপৰি তেওঁ কয় যে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত প্ৰশাসনে ব্যস্ত থকাৰ সুযোগ লৈ একাংশ লোকৰ উচতনিত সন্দেহজনক লোকসকল উচ্ছেদিত স্থানত আকৌ ঘৰ সাজিছে ৷

আৰু পঢ়কঃ NRCৰ পৰা বাদ পৰা ১৯ লাখৰ অধিকাংশই ভাৰতীয়ঃ আব্দুল খালেক

Intro:চতিয়া,২৩ ডিচেম্বৰ- চতিয়া সমষ্টিৰ এক ইঞ্চি মাটিত সন্দেহজনক লোকৰ হাতত এৰি দিয়া নহ'ব । Body:এই মন্তব্য চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ ।চতিয়াত আজি অনুষ্ঠিত হোৱা i শোণিতপুৰ জিলা প্ৰশাসনৰ ফালৰ পৰা উচ্ছেদ কৰা হৈছিল যদিও পুনৰ সেই সন্দেহজনক লোকে সেই স্থানতে ঘৰ সজা বুলি উল্লেখ কৰি কয় যে এটি চক্ৰৰ উচতনিত এই সকল লোকে পুনৰ উচ্ছেদিত স্থানত ঘৰ সাজিছে যদিও শোণিতপুৰ জিলা প্ৰশাসনক এই সন্দেহজনক লোক সকলক উচ্ছেদ চলাবৰ বাবে দাবী জনোৱা হৈছে । চতিয়া সমষ্টিৰ উচ্ছেদিত সন্দেহজনক লোকৰ হৈ ৰূপহীৰ বিধায়ক নুৰল হুদাৰ মাত মতাৰ অধিকাৰ নাই বুলি বুলি উল্লেখ কৰি বিধায়ক পদ্ম হাজৰিকাই কয় যে মোৰ সমষ্টিৰ মাটি কোনোবা মহিলা সমিতিক দিওঁ নে, এন জি ৱক দিও এই কথাত বিধায়ক নুৰল হুদাৰ মোৰ ঘমোৱাৰ প্ৰয়োজন নাইl Conclusion: কা ' বিৰুদ্ধি আন্দোলনত প্ৰশাসন ব্যস্ত থকাৰ সুযোগ লৈ একাংশ লোকৰ উচতনিত এই সকল সন্দেহজনক লোকে পুনৰ উচ্ছেদিত স্থানত ঘৰ সজা বুলি উল্লেখ কৰে বিধায়ক পদ্ম হাজৰিকাই।

Pransankar bhuyan
Sootea
Etv bhara (assam)
23/12/2019
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.