ETV Bharat / state

অসমৰ ভৱিষ্যৎ মংগলৰ অৰ্থে 2021ত বিজেপিক উৎখাত কৰিবই লাগিবঃ ৰিপুন বৰা

author img

By

Published : Jun 20, 2020, 3:22 PM IST

বহিঃৰাজ্যৰ পৰা অসমলৈ অহা শ্ৰমিক আৰু আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত ই টিভি ভাৰতৰ সাংবাদিকৰে হোৱা,অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ এক আছুতীয়া সাক্ষাৎকাৰ ৷ চাওক এই প্ৰতিবেদন...

ripun borah exclusive interview with etv bharat

বিশ্বনাথ, 20 জুনঃ আগন্তুক বিধানসভা নিৰ্বাচনলৈ সাজু হৈছে ৰাজনৈতিক দলসমূহ ৷ সাজু হৈছে কংগ্ৰছ দলো ৷ আগন্তুক নিৰ্বাচন আৰু বহিঃৰাজ্যৰ পৰা অসমলৈ অহা শ্ৰমিক সন্দৰ্ভত ই টিভি ভাৰতৰ সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত ভিন্ন মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৷

অসমৰ ভৱিষ্যৎ মংগলৰ অৰ্থে 2021ত বিজেপিক উৎখাত কৰিবই লাগিবঃ ৰিপুন বৰা

2021 বৰ্ষৰ নিৰ্বাচনত যিকোনো উপায়েৰে বিপেজি দলক পৰাভূত কৰিবলৈ কংগ্ৰেছ দলে বিজেপি বিৰোধী দল সমূহক লৈ আগন্তুক নিৰ্বাচনত যুঁজ দিব বুলি উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে ৷ তদুপৰি এই সাক্ষাৎকাৰত ৰিপুন বৰাই উল্লেখ কৰে যে,বিজেপি চৰকাৰ খনৰ বহিঃৰাজ্যৰ শ্ৰমিকসকলৰ প্ৰতি নাছিল কোনো ধৰণৰ দায়বদ্ধতা ৷ তেওঁলোকে অপৰিকল্পিতভাৱে ঘোষণা কৰা লক ডাউনৰ বাবে শ্ৰমিক সকলে দুৰ্ভোগ ভুগিবলগীয়া হ'ল ৷ এনেদৰে কৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে বৰ্তমানৰ চৰকাৰ খনক দায়িত্বজ্ঞানহীন আখ্যা দিয়ে ৷

লগতে পঢ়কঃ গৰীৱ কল্যাণ যোজনাৰ পৰা অসম বাদ পৰাকলৈ প্ৰশ্ন দেৱব্ৰত শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.