ETV Bharat / state

বিশ্বনাথত গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ চ'চাইটিৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান - বিহালী স্নাতক মহাবিদ্যালয়

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সফলতা অৰ্জন কৰি মোনাবাৰীলৈ গৌৰৱ কঢ়িয়াই অনা ২৭ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক মঙলবাৰে মোনাবাৰী হাইস্কুলৰ প্ৰেক্ষাগৃহত গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ চ'চিয়েলৰ উদ্যোগত সম্বৰ্ধনা জনোৱা হয় । মোনাবাৰী অঞ্চলৰ ২৭ গৰাকী ছাত্ৰ-ছাত্ৰীক এই অনুষ্ঠানৰ জৰিয়তে একোখন প্ৰসংশা পত্ৰ,ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷

Rank Holders student felecited in Biswanath
বিশ্বনাথত গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ চ'চাইটিৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান
author img

By

Published : Jul 14, 2020, 10:23 PM IST

বিশ্বনাথ ১৪ জুলাই : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সফলতা অৰ্জন কৰি মোনাবাৰীলৈ গৌৰৱ কঢ়িয়াই অনা ২৭ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক মঙলবাৰে মোনাবাৰী হাইস্কুলৰ প্ৰেক্ষাগৃহত গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ চ'চিয়েলৰ উদ্যোগত সম্বৰ্ধনা জনোৱা হয় । মোনাবাৰী অঞ্চলৰ ২৭ গৰাকী ছাত্ৰ-ছাত্ৰীক এই অনুষ্ঠানৰ জৰিয়তে একোখন প্ৰসংশা পত্ৰ, ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷

বিশ্বনাথত গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ চ'চাইটি উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান

আনহাতে, এই সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিহালী স্নাতক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ টুনটুন বৰা ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকি তেওঁ ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি কয় যে,হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পাছত কি দৰে শিক্ষা গ্ৰহণ কৰিব লাগে আৰু কেনেকৈ প্ৰতিদিনে ছাত্র-ছাত্ৰীয়ে পঢ়া-শুনা কৰিলে অধিক সুফল লাভ কৰিব পাৰি তাৰ ওপৰতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ৷

বিশ্বনাথত গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ চ'চাইটিৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান

লগতে পঢ়ক : মৰিগাঁৱত ক'ভিড হাস্পতাল মুকলি ডিজিপি ভাষ্কৰ জ্যোতি মহন্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.