ETV Bharat / state

টেট শিক্ষকৰ বিৰুদ্ধে গহপুৰত শতাধিক লোকৰ প্ৰতিবাদ - প্ৰতিবাদ

প্ৰতিবাদ সাব্যস্ত আদিবাসী ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ ৷ বুধবাৰে গহপুৰ হেলেমৰ পুৰণিগেৰাজ প্ৰাথমিক বিদ্যালয়ত শিক্ষাকৰ বিৰুদ্ধে বিদ্যালয়ত উপস্থিত নথকাৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰে আদিবাসী ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে ৷

টেট শিক্ষকৰ বিৰুদ্ধে গহপুৰত শতাধিক লোকৰ প্ৰতিবাদ
author img

By

Published : Mar 7, 2019, 4:36 PM IST

বিশ্বনাথ,৭ মাৰ্চ: শিক্ষকৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিল গহপুৰৰ একাংশ ৰাইজ ৷ বুধবাৰে গহপুৰ হেলেমৰ পুৰণিগেৰাজ প্ৰাথমিক বিদ্যালয়ত শিক্ষাকৰ বিৰুদ্ধে বিদ্যালয়ত উপস্থিত নথকাৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰে আদিবাসী ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে ৷

টেট শিক্ষকৰ বিৰুদ্ধে গহপুৰত শতাধিক লোকৰ প্ৰতিবাদ

ৰাইজৰ অভিযোগ অনুসৰি, বিগত কেইবামাহ ধৰি বিদ্যালয়খনত অনুপস্থিত হৈ আছে দুগৰাকীকৈ টেট শিক্ষয়িত্ৰী ।

উল্লেখ্য যে, বিদ্যালয়ত যোগদান কৰাৰে পৰা

সপ্তাহত তিনি-চাৰিদিনকৈহে বিদ্যালয়লৈ আহে শিক্ষয়িত্ৰী দুগৰাকী । মামণি বৰা আৰু নিৰ্মালী শইকীয়া নামৰ এই শিক্ষয়িত্ৰী দুগৰাকী লখিমপুৰ জিলাৰ নাওবৈচাৰ বুলি জানিব পৰা গৈছে ।

শনিবাৰে শনি লাগে এখন বিদ্যালয়ত ।
ক'ত নো আছে এই বিদ্যালয় ।
হেলেম পুৰণিগেৰাজ প্ৰাথমিক বিদ্যালয় উত্তাল প্ৰতিবাদ 
 আদিবাসী ছাত্ৰ সন্থা ও ৰাইজৰ 

বিশ্বনাথ জিলা  গহপুৰৰ মহকুমাৰ  হেলেমত পুৰণিগেৰাজ প্ৰাথমিক বিদ্যালয়ত উত্তাল প্ৰতিবাদ 
  আদিবাসী ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ । বুধবাৰে এই প্ৰতিবাদ ৰাইজৰ ।
শতাধিক লোকে বিদ্যালয় প্ৰাংগণত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে  শিক্ষকৰ বিৰুদ্ধে ।
 
 ৰাইজৰ অভিযোগ বিগত বহু মাহ ধৰি বিদ্যালয়ত উপস্থিত নাই দুগৰাকীকৈ দৰমহা ধাৰী 
 শিক্ষয়িত্ৰী  ।
এই ক্ষেত্ৰত স্থানীয় ৰাইজে বহু বাৰ
বিদ্যালয় কৰ্তৃপক্ষক অবগত কৰি আহিছিল যদিও দুগৰাকী শিক্ষয়িত্ৰী য়ে 
  নিজৰ ইচ্ছা অনুসৰি হে বিদ্যালয় লৈ আহে ।
বিদ্যালয় খনৰ 
  টে'ট শিক্ষয়িত্ৰী দুগৰাকী ক্ৰমে  মামণি বৰা আৰু নিৰ্মালী শইকীয়া দুয়োৰে ঘৰ লক্ষীমপুৰ জিলাৰ নাওবৈচাত বুলি জানিব পৰা গৈছে ।

 এই দুই শিক্ষয়িত্ৰীয়ে কণ কণ ল ৰা ছোৱালীক লৈ হেতালি খেলাৰ অভিযোগ আট্ছা আৰু স্থানীয় ৰাইজৰ।

এই ক্ষেত্ৰত শিক্ষা বিভাগক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী তুলি বিদ্যালয় প্ৰাংগণত উপস্থিত হৈ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ।
আনহাতে বিদ্যালয় খনৰ প্ৰধান শিক্ষক গৰাকীয়ে সংবাদ মাধ্যমক আগত প্ৰকাশ কৰে 

বিগত ১২ ফেব্ৰুৱাৰী আৰু ২০ ফেব্ৰুৱাৰীৰ পৰা কোনো ছুটী নোলোৱাকৈ দুয়ো অনুপস্থিত গতিকে এই দুই শিক্ষয়িত্ৰী প্ৰায় এনেকৈ অহা যোৱা কৰে বুলি কয় ।
উল্লেখযোগ্য যে তাতোকৈ ৰহস্য জনক কথাটো হ'ল বিদ্যালয় খনত যোগদান কৰা পৰা ধৰি শিক্ষয়িত্ৰী দুগৰাকী য়ে 

সপ্তাহত তিনি চাৰি দিন আহে যদিও আজিলৈকে  শনিবাৰ দিনতোত যে বিদ্যালয় বন্ধ নাথাকে সেইটো আজিও গম নাপালে তাৰ বাবে আজিলৈকে কোনো এটা শনিবাৰত এই শিক্ষয়িত্ৰী দুগৰাকী উপস্থিত নহল বুলি প্ৰকাশ কৰে ।
অভিযোগ উঠিছে এই দুই শিক্ষয়িত্ৰী মন্ত্ৰী নৱ কুমাৰ দলে অতি আপোনাৰ হোৱা বাবেই ৰাইজক বুঢ়া আঙুলিয়া দেখুৱাই নিজৰ ইচ্ছা অনুসৰি বিদ্যালয়ত অহা যোৱা কৰে বুলি ।
এতিয়া প্ৰশ্ন হয়  শিক্ষা মন্ত্ৰীয়ে এই দুই শিক্ষয়িত্ৰী বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেইটো হে হ'ব লক্ষ্যণীয় ।

বাইট- শিক্ষক বিদ্যালয়
বাইট-স্থানীয় ৰাইজ

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.